Daily Time Axom

সৈনিকসকলৰ সৈতে দীপাৱলী উদযাপন কৰিবলৈ কাৰ্গিলত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

নিউজ ডেস্ক, ২৪ অক্টোবৰঃ সৈনিকসকলৰ সৈতে দীপাৱলী উদযাপন কৰিবলৈ কাৰ্গিলত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। সেনা বাহিনীৰ বিশেষ বিমানযোগে উপস্থিত মোদী। দেশৰ পহৰাত নিয়োজিত জোৱানৰে উদযাপন কৰিব দীপাৱলী। সামৰিক পোছাকত দেখা গৈছে নৰেন্দ্ৰ মোদীক।

মহানগৰীত দেৱালীক লৈ বিশেষ নিৰ্দেশনা জাৰি প্ৰশাসনৰ

নিউজ ডেস্ক, ২৪ অক্টোবৰঃ দীপাৱলীৰ নিশা সাৱধান। মহানগৰীৰ প্ৰান্তে প্ৰান্তে চলিছে পৰিৱহণ বিভাগৰ তালাচী। নিয়ম ভংগ কৰিলে ভৰিব লাগিব মোটা অংকৰ জৰিমনা। দেৱালীত যাতে কোনোৱে উচ্চ শক্তিসম্পন্ন ফটকা নুফুটাই তাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে। তাৰোপৰি

দুলীয়াজানৰ ভাদৈ পাঁচআলিত নিশা বিধ্বংসী অগ্নিকাণ্ড

নিউজ ডেস্ক, ২৪ অক্টোবৰঃ দুলীয়াজানৰ ভাদৈ পাঁচআলিত নিশা বিধ্বংসী অগ্নিকাণ্ড। জুইত ভস্মীভূত এটা পৰিয়ালৰ বাসগৃহ। জাহ যায় বাসগৃহটোৰ বহু মূল্যৱান সামগ্ৰী। জানিব পৰা হোৱা নাই অগ্নিকাণ্ডৰ সূত্ৰপাতৰ কাৰণ। দুলীয়াজানৰ ২ নং কেৰকনি গাঁৱত সংঘটিত হৈছে এই

আজি পোহৰৰ উৎসৱ দিপাৱলী

নিউজ ডেস্ক, ২৪ অক্টোবৰঃ আজিৰে পৰা আৰম্ভ পোহৰৰ উৎসৱ দিপাৱলী। দেৱালীৰ লগতে আজি দেশত চলিছে কালি পূজাৰ প্ৰস্তুতিও। সমাজৰ পৰা অপশক্তি দূৰ কৰি শান্তি প্ৰতিষ্ঠা কৰাৰ প্ৰাৰ্থনা জনাই সমগ্ৰ দেশতে উদযাপন হ'ব কালি পূজা। ইতিমধ্যে বিভিন্ন মন্দিৰ আৰু

আজি সম্পন্ন হ’ব বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱশৰ্মাৰ শেষকৃত্য

নিউজ ডেস্ক, ২৪ অক্টোবৰঃ আজি সম্পন্ন হ’ব বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱশৰ্মাৰ শেষকৃত্য৷ ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন কৰা হ'ব দেৱশৰ্মাৰ অন্ত্যেষ্টিক্ৰিয়া ৷ উপস্থিত থাকিব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা৷ দীঘলীয়া শাৰী পাতি দেৱশৰ্মাৰ নশ্বৰদেহত

পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ ৪ উইকেটত ৰোমাঞ্চকৰ জয়

নিউজ ডেস্ক, ২৩ অক্টোবৰঃ টি-২০ বিশ্বকাপৰ প্ৰথম খন মেচত ভাৰতীয় ক্ৰিকেট দলৰ জয়লাভ। পাকিস্তানৰ বিৰুদ্ধে খেলত অৱতীৰ্ণ হৈ ভাৰতৰ জয়লাভ । প্ৰথমে পাকিস্তানে বেটিং কৰি ১৬০ ৰাণৰ লক্ষ্য বান্ধি দিছিল ভাৰতীয় ক্ৰিকেট দলটোক। তাৰপাছতে ২০ অভাৰত ৬ টা

ৰঙিয়াত বৰলীয়া দলঙৰ তলত নৱজাতকৰ মৃতদেহ উদ্ধাৰ

নিউজ ডেস্ক, ২৩ অক্টোবৰঃ ৰঙিয়াৰ হাইৱে চ’কৰ বৰলীয়া দলঙৰ তলত উদ্ধাৰ কৰা হৈছে এটি সদ্যোজাত শিশু। ৰাষ্ট্রীয় ঘাইপথৰ বৰলীয়া নৈৰ ওপৰত থকা দলঙৰ তলত উদ্ধাৰ কৰা হৈছে শিশুটিক। কোনো পাষণ্ড লোকে পেলাই থৈ যোৱাৰ সন্দেহ কৰিছে স্থানীয় লোকে।প্রাতঃভ্রমণ

বন্ধ হৈ পৰিব আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ পৰা প্ৰচাৰিত অসমীয়া বুলেটিন

নিউজ ডেস্ক, ২৩ অক্টোবৰঃ আকাশবাণী ডিব্ৰুগড় কেন্দ্রযোগে প্রতি সন্ধিয়া ৬ বজাত প্ৰচাৰিত হৈ অহা আঞ্চলিক বাতৰিৰ প্ৰচাৰ অহা ২৫ অক্টোবৰৰ পৰা বন্ধ হ’ব। আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ পৰা প্ৰতি সন্ধিয়া ৬ বজাত প্ৰচাৰিত হৈ অহা পাঁচ মিনিটৰ অসমীয়া

T20 বিশ্বকাপত আজি সমুখ-সমৰত ভাৰত-পাকিস্তান

নিউজ ডেস্ক, ২৩ অক্টোবৰঃ আজি ভাৰত-পাকিস্তানৰ মহাৰণ।T20 বিশ্বকাপত মুখামুখি হ'ব ভাৰত আৰু পাকিস্তান। আজিৰ এই খেলখন অনুষ্ঠিত হ'ব অষ্ট্ৰেলিয়াৰ মেলবৰ্ণ ষ্টেডিয়ামত। হাই ভল্টেজ মেচখনক লৈ ব্যাপক উৎকণ্ঠা ক্ৰীড়াপ্ৰেমীৰ।ক্ষন্তেক পিছতেই আৰম্ভ হ'ব

দীপাৱলীত ৰাজ্য চৰকাৰৰ কৰ্মচাৰীলৈ মুখ্যমন্ত্ৰীৰ উপহাৰ, কৰ্মচাৰীলৈ ৪ শতাংশ অতিৰিক্ত মৰগীয়া বানচ

নিউজ ডেস্ক, ২৩ অক্টোবৰঃ ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীলৈ ভাল খবৰ। দীপাৱলীৰ বতৰত ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীলৈ উপহাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ৪ শতাংশ মৰগীয়া বানচ বৃদ্ধিৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ। ২০২২ বৰ্ষৰ ১ জুলাইৰ পৰা এই বৃদ্ধি কাৰ্যকৰী