মহানগৰীৰ বৰবাৰীত নিশা লোমহৰ্ষক হত্যাকাণ্ড,গাড়ীৰ চাবিৰে ডিঙিত আক্ৰমণ এজন পশু চিকিৎসক তথা ব্যৱসায়ীক
নিউজ ডেস্ক, ২৩ অক্টোবৰঃ মহানগৰীৰ বৰবাৰীত নিশা লোমহৰ্ষক হত্যাকাণ্ড। গাড়ীৰ চাবিৰে ডিঙিত আক্ৰমণ এজন পশু চিকিৎসক তথা ব্যৱসায়ীক। চিকিৎসক তথা ব্যৱসায়ীজনৰ নাম খঞ্জিত মেধি। প্ৰতীক্ষা হাস্পতালৰ সমীপৰ 77 নামৰ ৰেষ্টুৰেণ্টখনত সংঘটিত হৈছে এই কাণ্ড।!-->…