Daily Time Axom

কেদাৰ নাথ মন্দিৰত পূজা অৰ্চনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

নিউজ ডেস্ক, ২১ অক্টোবৰঃ আজি উত্তৰাখণ্ড ভ্ৰমণলৈ গৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । পুৱাই কেদাৰনাথ মন্দিৰ দৰ্শন কৰে মোদীয়ে। প্ৰধানমন্ত্ৰী মোদীক কেদাৰনাথ ভ্ৰমণৰ সময়ত দেখা গ’ল বিশেষ পোছাকত। কেদাৰনাথ ধামত পূজা–অৰ্চনা কৰাৰ সময়ত মোদীয়ে যি পোছাক

ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী লিজ ট্ৰাছৰ পদত্যাগ

নিউজ ডেস্ক, ২১ অক্টোবৰঃ বৃহস্পতিবাৰে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী লিজ ট্ৰাছে নিজ পদৰ পৰা পদত্যাগ কৰে। দেশখনৰ শোচনীয় অৰ্থনৈতিক অৱস্থাৰ মাজতেই নতুনকৈ শপতগ্ৰহণ কৰা প্ৰধানমন্ত্ৰীগৰাকীৰ এনে পদক্ষেপে দেশখনক এতিয়া সংকটত পেলাইছে। প্ৰধানমন্ত্ৰী

চোৰে নিজেই আৰক্ষীক কল কৰি মাতিলে, কিয়

চুৰি কৰি থাকোতেই ৰাতিপুৱাল সেই কথা গম পোৱা নাছিল। ঘৰৰ ঘিতৰত নিজ কৰ্ম কৰি থাকোতেই বাহিৰত পোহৰ হ'ল! ৰাজপথত মানুহে খোজ কাঢ়িবলৈ আৰম্ভ কৰিছিল। চুৰি সামগ্ৰী লৈ ওলাই গ’লে মানুহে মাৰ-ধৰ কৰাটো নিশ্চিত। সেই কথা ভাবি চোৰে আৰক্ষীক ৯৯৯ নম্বৰত ফোন

হাতীঘূলিৰ নাপিত লাচিতে ৰাষ্ট্ৰীয় পৰ্য্যায়ত অনুষ্ঠিত ক্ৰীড়াত জিনিলে ৰূপৰ পদক

শিৱসাগৰ জিলাৰ হাতীঘূলিৰ লাচিত ফুকন নামৰ যুৱকজনে মহাৰাষ্টৰ অনুষ্ঠিত ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ ক্ৰীড়াত শক্তি উত্তোলনতএটা ৰূপৰ আৰু এটা ব্ৰঞ্জৰ পদক লাভ কৰি অসম তথা শিৱসাগৰ জিলালৈ গৌৰৱ কঢ়িয়াই আনিছে। হাতীঘৃলিৰ প্ৰগতি তিনিআলিত চেলুন ব্যৱসায়েৰে

ৰশ্মিকাই মুকলি কৰিলে ‘পুষ্পা’ৰ ছিকুৱেলৰ শ্বুটিঙৰ ছবি

'পুষ্পা'ক লৈ দৰ্শক অতি পাগল, তেওঁলোকে চিকুৱেলৰ আপডেট জানিবলৈ আগ্ৰহী। শ্বুটিং চেটৰ ছবি পোষ্ট কৰি উন্মাদ বৃদ্ধি কৰিলে ৰশ্মিকাই।ইণ্ডিয়ান চাউথৰ ছবি পুষ্পা-দ্য ৰাইচ যোৱা বছৰৰ ডিচেম্বৰ মাহত মুক্তি পাইছিল। আল্লু অৰ্জুন আৰু ৰশ্মিকা মন্দনা অভিনীত

মাৰাত্মক স্তন কেন্সাৰৰ প্ৰাৰম্ভিক লক্ষণসমূহ কি কি?

স্তন কেন্সাৰ ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে। এই ৰোগ আগতীয়াকৈ ধৰা পৰিলে ৰোগী সম্পূৰ্ণ সুস্থ হৈ উঠে। তেনে ক্ষেত্ৰত ৰোগৰ লক্ষণসমূহ চাই চিকিৎসকৰ ওচৰলৈ যাব লাগে। তেতিয়াহে সুস্থ হৈ থাকিব পাৰিব। স্তন কেন্সাৰত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি

নাৰীৰ শৰীৰৰ এই অংশত নোম থাকিলে স্বামীৰ জীৱনত তেওঁলোক লক্ষ্মী হৈ পৰে!

সমুদ্ৰ শাস্ত্ৰৰ মতে দেহত নোম বা চুলি থকাটো কেৱল পুৰুষৰ বাবেই নহয়, মহিলাৰ বাবেও অতি শুভ। শাস্ত্ৰৰ মতে মহিলাৰ শৰীৰৰ কিছুমান বিশেষ অংশত নোম বা চুলি থাকিলে ভাগ্যৱান বুলি গণ্য কৰা হয়। বিয়া কৰা পুৰুষসকলো বৰ ভাগ্যৱান। শাস্ত্ৰ অনুসৰি শৰীৰত

ভাল খবৰঃ দিৱালী উপলক্ষে ৭৫,০০০ যুৱক-যুৱতীক চাকৰি উপহাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ

নিউজ ডেস্ক, ২০ অক্টোবৰঃ দিৱালী উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সমগ্ৰ দেশৰ ৭৫,০০০ যুৱক-যুৱতীক উপহাৰ দিব চাকৰি। ২২ অক্টোবৰত প্ৰধানমন্ত্ৰী মোদীয়ে ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে দেশৰ যুৱ প্ৰজন্মৰ সৈতে সংযোগ স্থাপন কৰিব আৰু ৭৫,০০০

বিশ্বনাথৰ গোৱালতলীত আৰক্ষীৰ গুলীচালনা

নিউজ ডেস্ক, ২০ অক্টোবৰঃ বিশ্বনাথৰ গোৱালতলীত আৰক্ষীৰ গুলীচালনা ৷ এইবাৰ চতিয়া আৰক্ষীয়ে চলালে গুলী ৷ জাগিৰ আলি নামৰ এজন লোকক ধৰিবলৈ আহোতে আৰক্ষীয়ে চলালে গুলীচালনা ৷ জাগিৰে দৌৰি পলাবলৈ লওতেই শূন্যলৈ গুলী চলাই আৰক্ষীয়ে ৷ অপহৰনৰ গোচৰত অভিযুক্ত

২৬/১১ ৰ প্ৰাকমুহূৰ্তত, মুম্বাইত পুনৰ বোমা বিস্ফোৰণ কৰাৰ ভাবুকি অচিনাক্ত লোকৰ

নিউজ ডেস্ক, ২০ অক্টোবৰঃ ২৬/১১ কাণ্ডৰ পূৰ্বে পুনৰ মুম্বাই আৰক্ষীলৈ ভাবুকি ভৰা ফোন । আৰক্ষীলৈ অহা ফোনত কয় যে, চহৰখনৰ কেইবাঠাইতো বিস্ফোৰণ ঘটিব। আৰক্ষীয়ে জনোৱা অনুসৰি এজন অচিনাক্ত ব্যক্তিয়ে আৰক্ষীৰ জৰুৰীকালীন সেৱাৰ নম্বৰত ফোন কৰি জনাইছে