Daily Time Axom

আজি ঘোষণা হ’ব গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচনৰ ফলাফল

নিউজ ডেস্ক, ২০ অক্টোবৰঃ আজি ঘোষণা হ'ব গুৱাহাটী বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ ২২-২৩ৰ সাধাৰণ নিৰ্বাচনৰ ফলাফল। পুৱা ১০ বজাৰ পৰা নিউ একাডেমিক বিল্ডিঙৰ দ্বিতীয় মহলাত ভোটগণনা আৰম্ভ হ'ব। ভোটগণনাক লৈ বিশ্ববিদ্যালয়ৰ চৌহদত বিৰাজ

Action Moodত উপায়ুক্ত কীৰ্তি জল্লি, অনিয়মতাৰ বাবে স্থগিত ৰাখিলে শিক্ষকৰ দৰমহা

নিউজ ডেস্ক, ২০ অক্টোবৰঃ দক্ষিণ কামৰূপৰ সোণতলী উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰিৰ্শন কৰি এমাহৰ বাবে দৰমহা স্থগিত কৰাৰ নিৰ্দেশ জিলা উপায়ুক্তৰ। শিক্ষকতাত অনিয়মৰ অভিযোগত অন কেমেৰা দৰমহা স্থগিত কৰাৰ নিৰ্দেশ উপায়ুক্ত গৰাকীৰ।আনকি জিলা উপায়ুক্ত

৭০০ টকা ঘোচ লৈ জালত পৰা দিতিমণি গগৈৰ ফ্লেটত উদ্ধাৰ ৯ লাখ ৩০ হাজাৰ টকা

নিউজ ডেস্ক, ২০ অক্টোবৰঃ ৭০০ টকা ঘোচ লৈ জালত পৰা দিতিমণি গগৈৰ ফ্লেটত উদ্ধাৰ ৯ লাখ ৩০ হাজাৰ টকা। ডিব্ৰুগড়ৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ত উৎকোচ লৈ গ্ৰেপ্তাৰ হোৱা কনিষ্ঠ সহায়ক দিতিমণি গগৈৰ ফ্লেটত নিশা আৰক্ষীয়ে চলায় তালাচী। পৰিবহণ বিভাগৰ

সুখবৰঃ বৃদ্ধি হ’ল গৃহৰক্ষী জোৱানৰ মজুৰি

নিউজ ডেস্ক, ২০ অক্টোবৰঃ অসমৰ ২৪ হাজাৰ গৃহৰক্ষী জোৱানলৈ সুখবৰ ।চৰকাৰে ২৩হাজাৰ টকালৈ বৃদ্ধি কৰিলে গৃহৰক্ষী জোৱানৰ মাহিলী ভাট্টা। পূৰ্বৰ ৩০০টকাৰ পৰিৱৰ্তে জোৱানসকলে এতিয়াৰে পৰা লাভ কৰিব ৭৬৭ টকাৰ ভাট্টা। তাৎক্ষণিক ভাৱে কাৰ্যকৰী কৰা হ'ব এই

হেলিকপ্টাৰ পাইলট অনিল সিঙৰ শেষ কথা – ‘মোৰ ছোৱালীজনীক চোৱা-চিতা কৰা, তাই অসুস্থ হৈ…

নিউজ ডেস্ক, ১৯ অক্টোবৰঃ হেলিকপ্টাৰ পাইলট অনিল সিঙৰ শেষ কথা, ‘মোৰ ছোৱালীজনীক চোৱা-চিতা কৰা। তাই অসুস্থ হৈ পৰিছে।' হেলিকপ্টাৰ দুৰ্ঘটনাত মৃত্যু হোৱাৰ এদিন আগতে তেওঁ পত্নীক এই কথা কৈছিল। উত্তৰাখণ্ডৰ এটা পাহাৰত দুৰ্ঘটনাগ্ৰস্ত হয় ৬ জন

ইছৰোৰ ঐতিহাসিক সফলতা, চন্দ্ৰ আৱিষ্কাৰ কৰি সমগ্ৰ বিশ্বক আচৰিত কৰি তুলিলে ভাৰতে

নিউজ ডেস্ক, ১৯ অক্টোবৰঃ ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই ভাৰতলৈ বহু সাফল্য কঢ়িয়াই আনিছে। এতিয়া ভাৰতে আন এক গৌৰৱান্বিত সন্মানত উপনীত হৈছে। জানিব পৰা মতে চন্দ্ৰত প্ৰথমবাৰৰ বাবে ছডিয়াম আৱিষ্কাৰ হৈছে। সেইটোও ইছৰোৰ সৌজন্যত। ইছৰোৰ এই আৱিষ্কাৰৰ

কংগ্ৰেছৰ সভাপতি হিচাপে নিৰ্বাচিত হ’ল মল্লিকাৰ্জুন খৰ্গে

নিউজ ডেস্ক, ১৯ অক্টোবৰঃ AICCৰ নতুন সভাপতি মল্লিকাৰ্জুন খৰ্গে। শশী থাৰুৰক পৰাস্ত কৰি জয়ী হ'ল মল্লিকাৰ্জুন খৰ্গে। ৭,৮৯৭ টা ভোট লাভ কৰিলে মল্লিকাৰ্জুন খৰ্গেয়ে। শশী থাৰুৰে লাভ কৰিলে ১,০০০টা ভোট। উল্লেখ্য যে, ১৭ অক্টোবৰত অনুষ্ঠিত হৈছিল

ICU টেকনিচিয়ান নথকাৰ বাবেই মাজুলীত পুনৰ মৃত্যু এজনৰ

নিউজ ডেস্ক, ১৯ অক্টোবৰঃ মাজুলীত চিকিৎসাৰ অভাৱত পুনৰ এজনৰ মৃত্যু। গড়মূৰ পিতাম্বৰদেৱ গোস্বামী জিলা চিকিৎসালয়ত এই ঘটনা সংঘটিত হৈছে। চিকিৎসালয়ৰ গাফিলতিত আদিত্য পায়েং নামৰ এজন লোকৰ মৃত্যু হোৱাৰ অভিযোগ উত্থাপিত হৈছে।ICUত সময়মতে উপস্থিত নাছিল

যোগীঘোপা থানাত অঘটন, থানাত আত্মহত্যা এজন অভিযুক্তৰ

নিউজ ডেস্ক, ১৯ অক্টোবৰঃ যোগীঘোপা আৰক্ষী থানাত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। লকআপৰ ভিতৰতে আত্মহত্যা এজন আচামীৰ। আত্মহত্যা কৰা আচামীজনৰ নাম আব্দুল জব্বাৰ।গৰু চুৰিৰ ঘটনাত যোগীঘোপা আৰক্ষীয়ে আটক কৰিছিল আব্দুল জব্বাৰক। মৃত আব্দুল জব্বৰৰ ঘৰ

আজি কংগ্ৰেছে লাভ কৰিব নতুন সভাপতি, কোন হ’ব কংগ্ৰেছৰ পৰৱৰ্তী সভাপতি?

নিউজ ডেস্ক, ১৯ অক্টোবৰঃ কংগ্ৰেছৰ সভাপতি নিৰ্বাচনৰ আজি ভোটগণনা। নতুন দিল্লীৰ সৰ্বভাৰতীয় কংগ্ৰেছ কমিটীৰ কাৰ্যালয়ত অনুষ্ঠিত হৈছে দলটোৰ ইতিমধ্যে অনুষ্ঠিত হৈ যোৱা সভাপতি নিৰ্বাচনৰ ভোটগণনা। আজি পুৱা ১০ বজাৰ পৰা আৰম্ভ হৈছে এই ভোটগণনা। উল্লেখ্য