Daily Time Axom

সৰুপথাৰ শাখা সাহিত্য সভাৰ আয়োজনত “মহীৰূহ” নামেৰে গ্ৰন্থ উন্মোচন

নিউজ ডেস্ক, ১৬ অক্টোবৰঃ আজি সৰুপথাৰ শাখা সাহিত্য সভাই আয়োজন কৰা গ্ৰন্থ উন্মোচনী অনুষ্ঠানত উপস্থিত থাকে বিশিষ্ট সমাজকৰ্মী জীৱন চুতীয়া। সৰুপথাৰ শাখা সাহিত্য সভাৰ সভাপতি সূৰ্য্য গগৈয়ে সভাপতিত্ব কৰা সভাখনত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে,

‘Sasural simar ka’ ধাৰাবাহিকৰ জনপ্ৰিয় অভিনেত্ৰী বৈশালী থক্কৰৰ আত্মহত্যা

নিউজ ডেস্ক, ১৬ অক্টোবৰঃ টেলিভিছন অভিনেত্ৰী বৈশালী টক্কৰে বাচি ল’লে জীৱনৰ চৰম সিদ্ধান্ত৷ ‘Sasural Simar Ka’, ‘Yeh Rishta Kya Kehlata Hai’ আদি বিভিন্ন টেলিভিছন ধাৰাবাহিকত অভিনয় কৰিছিল বৈশালীয়ে৷ কিন্তু দেওবাৰে মধ্য প্ৰদেশৰ ইন্দোৰস্থিত নিজ

দেশৰ MBBS পাঠ্যক্ৰমৰ প্ৰথমটো হিন্দী সংস্কৰণ মুকলি কৰিলে গৃহমন্ত্ৰী অমিত শ্বাহে

নিউজ ডেস্ক, ১৬ অক্টোবৰঃ দেওবাৰে ভূপালত গৃহমন্ত্ৰী অমিত শ্বাহে মুকলি কৰিলে দেশৰ MBBS পাঠ্যক্ৰমৰ প্ৰথমটো হিন্দী সংস্কৰণ। মধ্যপ্ৰদেশ হৈছে হিন্দী ভাষাত MBBS পাঠ্যক্ৰম প্ৰৱৰ্তন কৰা দেশৰ প্ৰথমখন ৰাজ্য। প্ৰথম অৱস্থাত তিনিটা বিষয়ৰ পাঠ্যক্ৰম হিন্দী

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ২১ জন সাংবাদিকলৈ জাফা’ৰ গ্ৰাম্য সাংবাদিকতা বঁটা ঘোষণা

গুৱাহাটী : ৰাজ্যৰ সাংবাদিক - সংবাদকৰ্মীৰ অগ্ৰণী সংগঠন জাৰ্ণেলিষ্ট এচোছিয়েশ্যন ফৰ আসাম চমুকৈ জাফা'ই আজি JAFA ACHIEVERS AWARD 2022 ( for Rural Journalism ) ৰ নামসমুহ ঘোষণা কৰে । 'জাফা'ৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি অভিদ্বীপ চৌধুৰী, কাৰ্যকৰী

পুনৰ দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়ালৈ CBIৰ চমন

নিউজ ডেস্ক, ১৬ অক্টোবৰঃ পুনৰ দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়ালৈ CBIৰ চমন। ১৭ অক্টোবৰত চিবিআইৰ মুখ্য কাৰ্যালয়ত হাজিৰ হোৱাৰ নিৰ্দেশ উপ- মুখ্যমন্ত্ৰীগৰকীক। দিল্লীৰ সুৰা কেলেংকাৰীৰ সন্দৰ্ভত ছিছোদিয়াক জেৰা কৰিব CBIয়ে। শুকুৰবাৰে দিল্লীৰ

যদি আপোনাৰ হাতত পুৰণি নোট আৰু মুদ্ৰা আছে, তেন্তে বেছি হওক কোটিপটি

আপুনিও ঘৰত বহিয়েই ভাল টকা উপাৰ্জন কৰিব বিচাৰে নেকি, তেন্তে এয়াই সময় আপোনাৰ। কাৰণ পুৰণি নোট আৰু মুদ্ৰা বিক্ৰী কৰি এতিয়া নিশাটোৰ ভিতৰতে সহজেই লাখ টকা উপাৰ্জন কৰিব পাৰি। মাত্ৰ প্ৰয়োজনীয় কথা এয়ে যে আপোনাৰ ওচৰত পুৰণি নোট আৰু মুদ্ৰা থাকিব

লালুকৰ টুনিজানত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত দুজন লোক

নিউজ ডেস্ক, ১৬ অক্টোবৰঃ লালুকৰ টুনিজানত ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত থিতাতে নিহত হয় দুজন লোক। নিয়ন্ত্ৰণ হেৰুৱাই ১৫ নং ৰাষ্ট্ৰীয় ঘাই পথৰ পৰা খাৱৈত বাগৰি পৰিল দ্ৰুতবেগী বাহনখন। দূৰ্ঘটনাগ্ৰস্ত বাহনখনৰ নম্বৰ AR01K 1407। বাহন খনত পাঁচ গৰাকী

ভাৰতৰ এটা ৰে’লৱে ষ্টেচন য’ত যোৱা ডেৰ-দুবছৰত এজনো যাত্ৰীয়ে ভৰি দিয়া নাই

ৰাঁচী ৰেল সংমণ্ডলৰ পৰা মাত্ৰ ২০ কিলোমিটাৰ দূৰত এটা ৰেল ষ্টেচন (ভাৰতীয় ৰেলৱে) আছে, য’ত ডেৰ-দুবছৰ ধৰি এজনো যাত্ৰীয়ে ষ্টেচনত ভৰি দিয়া নাই। আনকি এখনো যাত্ৰীবাহী ৰে’ল চলি থকা নাছিল। কিন্তু ডেৰ-দুবছৰ আগতে ইয়াত দৃশ্যটো বেলেগ আছিল। এই

৪ সন্তানৰ মাকক স্বামীয়ে প্ৰেমিকৰ লগত পাতি দিলে বিয়া

কৰভা চৌথৰ দিনা বিহাৰৰ ভগলপুৰৰ পৰা আহিছে এক অনন্য গোচৰ। ইয়াত স্বামীয়ে পত্নীক প্ৰেমিকৰ সৈতে বিয়া কৰাইছিল। আচলতে কৰভা চৌথৰ আগতে পত্নীয়ে স্বামীক কৈছিল যে মই আন কাৰোবাক ভাল পাওঁ আৰু তেওঁৰ লগত থাকিব বিচাৰো। ইয়াৰ পিছতে স্বামীয়ে গাঁৱৰ

টেম্পো আৰু গাখীৰ কঢ়িয়াই নিয়া ভানৰ মুখামুখি সংঘৰ্ষত কর্নাটকত ৪ টা শিশুসহ ৯ জন তীৰ্থযাত্ৰীৰ মৃত্যু

নিউজ ডেস্ক, ১৬ অক্টোবৰঃ কৰ্ণাটকৰ হাছান জিলাত শনিবাৰে মাজনিশা সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত চাৰিটা শিশুসহ ৯ গৰাকী লোকৰ মৃত্যু হয়। দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হয় আন ১০ গৰাকী লোক। গাখীৰৰ টেংকাৰ, কৰ্ণাটক ৰাজ্যিক পথ পৰিবহন