Daily Time Axom

প্ৰাক্তন শিক্ষয়িত্ৰী এগৰাকীয়ে ২৫টা সন্তানৰ মাতৃ হোৱাৰ ইচ্ছা পূৰণৰ বাবে নিজকে কি কৰিলে…

তেওঁ ‘সুন্দৰ’, গতিকে পিতৃ যিয়েই নহওক কিয়, সন্তান ধুনীয়া হ’ব। আমেৰিকাৰ উত্তৰ কেৰ’লিনাৰ বাসিন্দা এমি কাপছে এই কথা দাবী কৰিছে। মহিলাগৰাকীয়ে দাবী কৰিছে যে তেওঁ বিচাৰে পৃথিৱীত ধুনীয়া ধুনীয়া মানুহৰ জনসংখ্যা বৃদ্ধি হওক। তাৰ বাবে তেওঁ

মিঠাতেলৰ দাম বাঢ়িছে, কিয়

ইণ্ডোনেছিয়াৰ পৰা তেলৰ ৰপ্তানি বন্ধ কৰিছে। ইফালে ভাৰতৰ দৰে দেশসমূহৰ চাহিদাৰ ৫০ শতাংশ ইণ্ডোনেছিয়াৰ পৰা পূৰণ কৰা হয়। ফলত ই এই দেশত প্ৰত্যক্ষ প্ৰভাৱ পেলাবলৈ আৰম্ভ কৰিছে। কাৰণ যোৱা কেইমাহমানৰ পৰা ইতিমধ্যে তেলৰ দাম বৃদ্ধি পাইছে। কিন্তু

ভাৰতীয় ক্ৰিকেট দলে ১৫ বছৰৰ পাছত পাকিস্তানত ভৰি দিয়াৰ কথা ভাবিছে ব’ৰ্ডে

ক্ৰিকেট খেলিবলৈ পুনৰ পাকিস্তানলৈ যাব ভাৰতীয় দল। অহা বছৰ পাকিস্তানত হ’ব এছিয়া কাপ। সেই ৫০ অভাৰ খেলিবলৈ ভাৰতে বাবৰ আজমৰ দেশলৈ যাব পাৰে। ভাৰতীয় ক্ৰিকেট ব’ৰ্ডত এনে এক আলোচনা আৰম্ভ হৈছে। ভাৰতে শেষবাৰৰ বাবে ২০০৬ চনত পাকিস্তানত

পাৰমাণৱিক যুদ্ধৰ বাবে সম্পূৰ্ণ প্ৰস্তুত উত্তৰ কোৰিয়া, পশ্চিমীয়া বিশ্বলৈ একনায়কত্ববাদী কিমৰ বাৰ্তা

পাৰমাণৱিক ক্ষেপণাস্ত্ৰ পৰীক্ষাৰ পিছতে উত্তৰ কোৰিয়াৰ একনায়কত্ববাদী কিম জং উনে পশ্চিমীয়া বিশ্বক সতৰ্ক কৰি দিলে! বৃহস্পতিবাৰে তেওঁ ঘোষণা কৰে যে, ‘মই শত্ৰুসকলক সোঁৱৰাই দিব বিচাৰিছো যে আমাৰ দেশ পাৰমাণৱিক যুদ্ধৰ বাবে সম্পূৰ্ণৰূপে সাজু

হোটেলত ন-কইনাক এৰি দৰা গ’ল যৌনকৰ্মীৰ ওচৰলৈ,তাৰপাছত যি ঘটিল…

এজন ৩৪ বছৰীয়া যুৱকে হানিমুনত গৈ পত্নীক এৰি এগৰাকী যৌনকৰ্মীৰ ওচৰলৈ যায়। আৰু তেতিয়াই তাত আৰম্ভ হয় অবৈধ যৌন ব্যৱসায়ৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। নতুন দৰাও ধৰা পৰে। পেছাত ব্যৱসায়ী পল টুৰভস্কিয়ে পত্নীৰ সৈতে হানিমুনত টাম্পাৰ এখন হোটেললৈ

‘পন্নিয়ান চেলভানে’ ‘বিক্ৰম’ৰ অভিলেখ ভংগ কৰি বক্স অফিচত ৪৫০ কোটি টকা উপাৰ্জন কৰে

৩০ ছেপ্টেম্বৰত মুক্তি পোৱা এই ছবিখনে ইতিমধ্যে কমল হাছানৰ অভিনীত ‘বিক্ৰম’ৰ অভিলেখ ভংগ কৰিছে। পৰিসংখ্যা অনুসৰি ৩ জুনত মুক্তি পোৱা ‘বিক্ৰম’ৰ উপাৰ্জন হৈছে বিশ্বজুৰি ৪৪২ কোটি। কেৱল তামিলনাডুত ১৮৩ কোটি টকা। আনহাতে ‘পন্নিয়ান চেলভানে’

বিমানত বোমা ! ইন্দিৰা গান্ধী বিমান বন্দৰত আতংকৰ সৃষ্টি

বৃহস্পতিবাৰে নিশা প্ৰায় ১১.১৫ বজাত বিমানবন্দৰ কৰ্তৃপক্ষই এটা ভাবুকি মূলক ফোন কল লাভ কৰে। এজন অচিনাক্ত ব্যক্তিয়ে জনোৱা মতে, মস্কোৰ পৰা দিল্লীলৈ যোৱা SU232 বিমানখনত এটা বোমা স্থাপন কৰা হৈছিল। ভাবুকি দিয়া ফোন কলৰ পিছতে বিমানবন্দৰ চৌহদত

আছিল কৃষক ,হ’লগৈ পৰ্ণষ্টাৰ, এতিয়া মাহে ২ কোটি উপাৰ্জন,পুনৰ হ’ব বিচাৰে কৃষক

পৃথিৱীৰ প্ৰায় সকলোৱেই অধিক টকা উপাৰ্জন কৰিব বিচাৰে। ইয়াৰে একাংশই দিনে-নিশাই কাম কৰি টকা উপাৰ্জন কৰে, আনহাতে বহুতে চৰ্টকাট ৰুট গ্ৰহণ কৰি ধন উপাৰ্জন কৰে।আমেৰিকাৰ চিকাগোত বাস কৰা এমা মেগনোলিয়াই এনে এটা চৰ্টকাট গ্ৰহণ কৰি কোটি কোটি টকা

দুগৰাকী নাৰীক বলি দি টুকুৰা টুকুৰকৈ কাটি ৰান্ধি খালে মাংস

এয়াই প্ৰথা! ধন, ধন-সম্পত্তি, প্ৰতিপত্তি লাভৰ আশাত গাঁৱৰ দুগৰাকী নাৰীক বলিদান দিয়াৰ অভিযোগ! বলিদানৰ সময়ত দেৱাল আৰু মজিয়াত ছিটিকি পৰা তেজ ক’লা যাদুৰ বাবে শুভ! কেৰেলাৰ এখন দুৰ্গম গাঁৱৰ এই নৃশংস ঘটনাটোৱে সমগ্ৰ দেশবাসীক আতংকিত কৰি

এজন মানুহৰ মৃত্যু হৈছিল মাত্ৰ ৯০ মিনিটৰ বাবে ,তাৰপিছত পুনৰ জী উঠে তেওঁ

বিজ্ঞানে বহু দূৰ আগুৱাই গৈছে যদিও মৃত্যু কিয় হয় আৰু তাৰ পিছত কি হয় এতিয়াও এক ৰহস্য ।ইফালে, মৃত্যুক লৈ এক চাঞ্চল্যকৰ দাবী উত্থাপন কৰিছে এজন ব্যক্তিয়ে। অষ্ট্ৰেলিয়াৰ ভিক্টোৰিয়াৰ এজন লোকে দাবী কৰিছে যে ৯০ মিনিটৰ বাবে হৃদস্পন্দন বন্ধ