নাবালকক বিবাহপাশত আৱদ্ধ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ এগৰাকী ২০ বছৰীয়া গৰ্ভৱতী
তামিলনাডুৰ চেলেম জিলাত সংঘটিত হৈছে এই ঘটনা। আৰক্ষীয়ে জনোৱা মতে, যোৱা এপ্ৰিল মাহৰ পৰা নাবালকজন সন্ধানহীন হৈ আছিল। আৰক্ষীৰ তালাচীৰ অন্তত তেওঁলোকে গম পায় যে এই কেইমাহমানৰ পৰা নাবালকজন যুৱতীগৰাকীৰ লগত বসবাস কৰি আছে।নাবালক পুত্ৰৰ!-->!-->!-->…