Daily Time Axom

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত থকা জাৰ্মানীৰ দূতাবাসত ৰাছিয়াই ক্ষেপণাস্ত্ৰ আক্ৰমণ

এই তথ্য সোমবাৰে জাৰ্মান বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ক্রিষ্টিয়ান ৱাগনানৰ উদ্ধৃতি দি তুর্কিৰ সংবাদ মাধ্যম আনাডলু এজেন্সীয়ে প্রকাশ কৰিছে৷ ক্রিষ্টিয়ান ৱেগনাৰে জনোৱা মতে, জার্মান দূতাবাসৰ ভিছা কার্যালয়ৰ ভৱনটোত এই মিছাইল আক্রমণ কৰা

ভাৰতলৈ অহাৰ প্ৰয়াসত সাগৰত জপিয়াই পৰিল শ্ৰীলংকাৰ নাগৰিক, ১৫ কিলোমিটাৰ সাঁতুৰিলে

অৰ্থনৈতিক সংকটৰ সন্মুখীন হোৱা শ্ৰীলংকাৰ পৰা বৃহৎ সংখ্যক লোকে ভাৰতলৈ পলাই আহিবলৈ চেষ্টা কৰিছে আৰু বহু লোক এই বিষয়ত সফল হৈছে। এয়া এতিয়াও অব্যাহত আছে। শ্ৰীলংকাৰ পৰা ভাৰতলৈ পলাই আহিব বিচৰা এজন লোকে শ্ৰীলংকাৰ কৰ্তৃপক্ষৰ পৰা পলায়নৰ

যমজ সন্তানৰ মাতৃ হ’ল নয়নতৰা

দেওবাৰে ছ’চিয়েল মিডিয়াত প্ৰচাৰ হৈছিল শিশুৰ সৈতে ছবি। নৱ পিতৃ দক্ষিণৰ পৰিচালক বিঘ্নেশৰ শিৱানে ছবিখন পোষ্ট কৰি লিখিছে, ‘তোমালোক তিনিওজনকে বহুত ভাল ৰাখক।’ দীৰ্ঘদিন ধৰি প্ৰেমৰ সম্পৰ্কৰ অন্তত যোৱা জুন মাহত বিবাহ হৈছিল নয়নতৰা আৰু

এই বছৰ অৰ্থনীতিৰ নোবেল বঁটা কোনে লাভ কৰিলে

বেন এছে চলিত বৰ্ষত অৰ্থনীতিৰ নোবেল বঁটা লাভ কৰে। বাৰ্নাংকে, ডগলাছ ডব্লিউ. ডাইমণ্ড আৰু ফিলিপ এইচ. বেংক আৰু বিত্তীয় সংকটৰ ওপৰত কৰা গৱেষণাৰ বাবে ৰয়েল ছুইডিছ একাডেমী অৱ চাইন্সে তেওঁলোকক অৰ্থনীতিৰ নোবেল বঁটা প্ৰদান কৰাৰ সিদ্ধান্ত লৈছে।

কোনে প্ৰশিক্ষণ দিব শ্বাহৰুখ পূত্ৰ আৰিয়ানক?

বলীউডৰ ছুপাৰষ্টাৰ শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খানে পিতৃৰ দৰে অভিনয় কৰাৰ পৰিৱৰ্তে কেমেৰাৰ আঁৰত থকাটো বাছি লৈছে। লেখক হিচাপে আত্মপ্ৰকাশ কৰিবলৈ সাজু হৈছে আৰিয়ান। পূৰ্বে বাতৰি প্ৰকাশ পাইছিল যে লেখক হিচাপে আৰিয়ানৰ প্ৰথমখন ৱেব ছিৰিজ

বন্ধু-বান্ধৱীৰ মাজতো অকলশৰীয়া অনুভৱ হয় নেকি ! নিসংগতা কেনেকৈ দূৰ কৰিব?

ভিৰৰ মাজত, উৎসৱৰ কোলাহলত, বন্ধু-বান্ধৱীৰ কোলাহলৰ মাজত নিজকে অকলশৰীয়া অনুভৱ যদি কৰে! তেতিয়া আপুনি বুজিব যে নিসংগতাত ভুগিছে। অকলশৰীয়া হৈ থাকি ভাল পোৱা মানুহো আছে। কিন্তু অকলশৰীয়া হ’লেও নিজকে অকলশৰীয়া বুলি নাভাবিব, ইয়াৰ বাবে

আজি পঞ্চভূতত বিলীন হ’ল দিপশিখাৰ নশ্বৰ দেহ

উত্তৰাখণ্ডৰ উত্তৰকাশী জিলাত হিমস্খলনত মৃত্যু হোৱা মৃত অসমকন্যা পৰ্বতাৰোহী দীপশিখা হাজৰিকাৰ মৃতদেহ নিজ গৃহলৈ অনা হয়।চাৰিদিন ধৰি অদম্য অনুসন্ধান চলোৱাৰ অন্তত শনিবাৰে পুৱা উদ্ধাৰকাৰীয়ে দীপশিখাৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়।আজি পুৱাই

ভাৰতীয় সেনাৰ বৃহৎ সফলতা জম্মু-কাশ্মীৰত নিহত দুই উগ্ৰপন্থী

ভাৰতীয় সেনাৰ বৃহৎ সফলতা। নিহত হৈছে দুজন উগ্ৰপন্থী। জম্মু-কাশ্মীৰৰ অনন্তনাগত নিহত উগ্ৰপন্থীদুটাৰ নাম এতিয়াও জানিব পৰা হোৱা নাই। তেওঁলোক কোনটো উগ্ৰপন্থী সংগঠনৰ সেয়াও জানিব পৰা হোৱা নাই। এতিয়াও ঘেৰাও কৰি ৰখা হৈছে অঞ্চলটো। অব্যাহত আছে

ইউক্ৰেইনৰ জাপ’ৰিজিয়া চহৰত ক্ষেপণাস্ত্ৰ আক্ৰমণ

ৰাছিয়াই পুনৰ দক্ষিণ-পূব ইউক্ৰেইনৰ জাপ’ৰিজিয়া চহৰত ক্ষেপণাস্ত্ৰ আক্ৰমণ চলায়। মহানগৰীত ৭টা মিছাইলে খুন্দা মাৰে। ১৭ জন লোক নিহত হয়। ইউক্ৰেইনৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে জনোৱা মতে, বহু সংখ্যক লোক আক্ৰান্ত হৈছে। বিস্ফোৰণত কেইবাটাও বাসগৃহ

কোন হ’ব সভাপতি ,বিজয়ক লৈ আশাবাদী শশী

এসপ্তাহৰ পাছত কংগ্ৰেছৰ সভাপতি নিৰ্বাচনত মুখামুখি হ’বলৈ গৈ আছে শশী থাৰুৰ আৰু মল্লীকাৰজুন খৰ্গে। খাৰ্গেক গান্ধী শিবিৰৰ প্ৰাৰ্থী বুলি অভিহিত কৰি ভোটাৰক প্ৰভাৱিত কৰিবলৈ চেষ্টা কৰা বুলি উত্থাপিত অভিযোগ কিছু পৰিমাণে সত্য বুলি দাবী কৰে