Daily Time Axom

আজি ঘৰলৈ অনা হ’ব দীপশিখাৰ শৱদেহ

নিউজ ডেস্ক, ৯ অক্টোবৰঃ আজি অসমলৈ অনা হ'ব হিমস্খলনত নিহত দীপশিখাৰ নশ্বৰ দেহ । আজি বিমানেৰে অসমলৈ অনা হ'ব দীপশিখাৰ নশ্বৰ দেহ। হিমালয়ৰ দ্ৰৌপদী কা দাণ্ডাত প্ৰশিক্ষণ ল'বলৈ গৈ অকাল মৃত্যুক আকোৱালি লৈছিল প্ৰতিভাৱান পৰ্বতাৰোহী দীপশিখাই।

আজি ধনৰ অধিষ্ঠাত্রী দেৱী লক্ষ্মী পূজা

নিউজ ডেস্ক, ৯ অক্টোবৰঃ আজি ধনৰ অধিষ্ঠাত্রী দেৱী লক্ষ্মী পূজা। দেৱী লক্ষ্মীৰ আশিস ল’বলৈ পুৱাই মন্দিৰত ভক্তৰ ভিৰ। লক্ষ্মী দেৱী হিন্দু সকলৰ ত্ৰিদেৱী সমূহৰ ভিতৰত অন্যতম। ধন, সম্পদ, উন্নতি, পোহৰ, জ্ঞান, সৌভাগ্য, উৰ্বৰতা, দানশীলতা, সাহস আৰু

বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱৰ বিৰুদ্ধে CBIৰ চাৰ্জশ্বীট

নিউজ ডেস্ক,৮ অক্টোবৰঃ বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱৰ বিৰুদ্ধে CBIৰ চাৰ্জশ্বীট। চাকৰিৰ বিনিময়ত ভূমি দখলৰ কেলেংকাৰি লালু প্ৰসাদৰ বিৰুদ্ধে। লালু প্ৰসাদ যাদৱৰ পত্নী, প্ৰাক্তন মুখ্যমন্ত্ৰী ৰাবৰী দেৱীৰ বিৰুদ্ধেও চাৰ্জশ্বীট ।

উদ্ধাৰ হ’ল দীপশিখা হাজৰিকাৰ মৃতদেহ

নিউজ ডেস্ক, ৮ অক্টোবৰঃ পৰ্বতাৰোহী দীপশিখা হাজৰিকাৰ মৃতদেহ উদ্ধাৰ। উত্তৰাখণ্ডৰ হিমস্খলনত সন্ধানহীন হৈ আছিল দীপশিখা। দীপশিখাৰ লগতে আন ৬ টা মৃতদেহ উদ্ধাৰ কৰা হৈছে। এই পৰ্যন্ত ঘটনাস্থলীৰ পৰা ২৬টা মৃতদেহ উদ্ধাৰ কৰা হৈছে। পৰ্বতাৰোহণৰ

আজি মুকলি কৰা হ’ব ৰাজ্যিক বিজেপিৰ নতুন কাৰ্যালয়, মুকলি কৰিব জে পি নাড্ডা আৰু অমিত শ্বাহে

নিউজ ডেস্ক, ৮ অক্টোবৰঃ ৬ মহলীয়া আটকধুনীয়া ৰাজ্যিক বিজেপিৰ নতুন কাৰ্যালয়, মুকলি কৰিব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। আজি ১০.৩০ বজাত বশিষ্ঠত মুকলি কৰা হ'ব ৰাজ্যিক বিজেপিৰ নতুন কাৰ্যালয়। ৬ মহলীয়া

বিধায়ক বলিন চেতিয়া আৰু বিধায়ক প্ৰশান্ত ফুকনক কেবিনেট মৰ্যাদা প্ৰদান

নিউজ ডেস্ক, ৮ অক্টোবৰঃ শুকুৰবাৰে জনতা ভৱনত অনুষ্ঠিত হয় ৰাজ্য চৰকাৰৰ কেবিনেটৰ বৈঠক। এই বৈঠকত লোৱা হয় কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত।ৰাজ্যৰ ২ বিধায়কলৈ কেবিনেট মৰ্যাদা। শদিয়াৰ বিধায়ক বলিন চেতিয়া আৰু ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনক কেবিনেট

মহাৰাষ্ট্ৰৰ নাচিক- ঔৰংগাবাদ পথত ভয়ংকৰ অগ্নিকাণ্ড

নিউজ ডেস্ক, ৮ অক্টোবৰঃ মহাৰাষ্ট্ৰৰ নাছিকত ভয়ংকৰ দুৰ্ঘটনা। এখন বাছত পুৱাই সংঘটিত এই অগ্নিকাণ্ডত ১০গৰাকীকৈ যাত্ৰীৰ মৃত্যু হোৱাৰ বিপৰীতে আহত হয় ৩২গৰাকীকৈ লোক। জানিব পৰা মতে, বাছখনে পথতে ৰৈ থক এখন কণ্টেইনাৰক খুন্দা মৰাৰ ফলতে অগ্নিকাণ্ডৰ

গুৱাহাটীত উপস্থিত অমিত শ্বাহ-জেপি নাড্ডা

নিউজ ডেস্ক, ৭ অক্টোবৰঃ তিনিদিনীয়া ভ্ৰমণসূচীৰে অসমত উপস্থিত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা। বিমানবন্দৰত অমিত শ্বাহ আৰু জে পি নাড্ডাক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনালে উষ্ম আদৰণি। ৮ অক্টোবৰত

পুনৰ প্ৰৱৰ্তিত হ’ব উত্তীৰ্ণ-অনুত্তীৰ্ণৰ ব্যৱস্থা- ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

নিউজ ডেস্ক, ৭ অক্টোবৰঃ ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক সমাপ্ত ।আজিৰ এই কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্রহণ কৰা হয়।কেবিনেটৰ অন্তত মন্ত্রী ডাঃ ৰণোজ পেগুয়ে সংবাদমেল সম্বোধন কৰে। সংবাদমেলত তেঁও কয় যে, এতিয়াৰে পৰা নিম্ন আৰু উচ্চ

২০২৫ চনৰ ভিতৰত অষ্ট্ৰেলিয়াই চন্দ্ৰত গছপুলি ৰোপণ কৰিব নেকি

২০২৫ চনৰ ভিতৰত অষ্ট্ৰেলিয়াৰ বিজ্ঞানীসকলে চন্দ্ৰত গছপুলি ৰোপণ কৰাৰ চেষ্টা আৰম্ভ কৰিছে। শুকুৰবাৰে অষ্ট্ৰেলিয়াই চন্দ্ৰত মানৱ বসতি নিৰ্মাণত সহায় কৰাৰ বাবে এক অভিযান ঘোষণা কৰে। অষ্ট্ৰেলিয়াৰ কুইন্সলেণ্ড ইউনিভাৰ্চিটি অৱ টেকন’লজিৰ উদ্ভিদ