গৰ্ভাৱস্থাৰ প্ৰত্যাহ্বান অভিনেত্ৰী আলিয়া ভাটে
বলীউডৰ চিজলিং হাৰ্টথ্ৰব অভিনেত্ৰী আলিয়া ভাটেও হলিউডত অভিনয় কৰিছে। গৰ্ভৱতী অৱস্থাত হাৰ্ট অৱ ষ্টোনৰ শ্বুটিঙত অংশ লৈছিল।
আলিয়াৰ নতুন যাত্ৰা আৰম্ভ হৈছিল একচন থ্ৰিলাৰ ছবি ‘হাৰ্ট অৱ ষ্টোন’ৰ পৰা। আৰু তাত তেওঁক কিছুমান ডাঙৰ ডাঙৰ ষ্টাণ্ট কৰাও!-->!-->!-->…