Daily Time Axom

কেৰেলাত দুখন বাছৰ মুখামুখি সংঘৰ্ষ, শিক্ষাৰ্থীসহ ৯ জন লোকৰ মৃত্যু

নিউজ ডেস্ক, ৬ অক্টোবৰঃ কেৰেলাত ভয়ংকৰ পথ দূৰ্ঘটনা। কেৰালা পৰিবহন বিভাগৰ এখন বাছৰ সৈতে পৰ্যটক কঢ়িয়াই নিয়া এখন বাছৰ মুখামুখি সংঘৰ্ষ। এই দুৰ্ঘটনা সংঘটিত হৈছে কেৰালাৰ পালাক্কাড জিলাত। জিলাখনৰ ভাদাক্কানচেৰীত সংঘটিক হোৱা দুৰ্ঘটনাটোত মৃত্যু

মাজুলী গড়মূৰ চিকিৎসালয়ৰ অধীক্ষকক অমূল্য গোস্বামীক নিলম্বন

নিউজ ডেস্ক, ৬ অক্টোবৰঃ নিলম্বন কৰা হ'ল গড়মূৰ চিকিৎসালয়ৰ অধীক্ষকক। চিকিৎসালয়খনৰ অধীক্ষক অমূল্য গোস্বামীক কৰা হৈছে নিলম্বন। স্বাস্থ্য বিভাগৰ এক নিৰ্দেশনাৰ জৰিয়তে এই শাস্তিমূলক ব্যৱস্থা। ডাঃ কিশোৰ বৰ্মনক নতুনকৈ দিয়া হৈছে অধীক্ষকৰ দায়িত্ব।

মিছামাৰীত গাভৰু নৈৰ কালৰূপ, স্থানীয় ৰাইজৰ তৎপৰতাত উদ্ধাৰ লোককেইজনক

নিউজ ডেস্ক, ৬ অক্টোবৰঃ বিজয়া দশমীৰ আনন্দ-উল্লাসৰ মাজতেই শোণিতপুৰৰ মিছামাৰীত সংঘটিত হয় এক অঘটন।দেৱী বিসৰ্জনৰ সময়ত হঠাতেই বাঢ়িল গাভৰু নৈৰ জলস্তৰ ৷ মিছামাৰীৰ গাভৰু নৈৰ পানীত পৰাৰ পৰা কথমপি ৰক্ষা পৰিল বহলোক৷ জানিব পৰা মতে, দেৱী দুৰ্গাৰ

ভাৰতৰ ৪টা কফ ছিৰাপক লৈ WHOৰ সতৰ্কবাণী

নিউজ ডেস্ক, ৬ অক্টোবৰঃ ভাৰতৰ ৪টা দৰবক প্ৰাণঘাতী ঘোষণা বিশ্ব স্বাস্থ্য সংস্থাৰ ৷ চাৰিওটা দৰবৰ নিৰ্মাতা হাৰিয়ানাৰ কোম্পানী ‘MEDIN PHARMACEUTICALS PRIVATE LIMITED’ ৷ প্ৰাণঘাতী ৪টা দৰবৰ নাম-‘প্ৰোমেথজাইন অৰেল ছলিউচন’, ‘কোফেক্সমালিন বেবী কফ

পশ্চিমবংগৰ জলপাইগুৰিত ভয়ংকৰ ঘটনা, প্ৰচণ্ড ধলত উটি গ’ল অৰ্ধশতাধিক লোক

নিউজ ডেস্ক, ৬ অক্টোবৰঃ বিজয়া দশমীত দেৱী দুৰ্গাক বিসৰ্জন দিবলৈ গৈ ৮জন লোকে মৃত্যুক সাবটি লোৱাৰ লগতে নিখোজ হৈ পৰিছে বহুজন। এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে পশ্চিম বংগৰ জলপাইগুৰি জিলাৰ মালবজাৰত। জিলাখনৰ মালনদীত দেৱী দুৰ্গাৰ প্ৰতিমা বিসৰ্জন দিবলৈ

অৰুণাচল প্ৰদেশত সেনাবাহিনীৰ হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত, নিহত এজন পাইলট

নিউজ ডেস্ক, ৫ অক্টোবৰঃ অৰুণাচল প্ৰদেশত সেনাবাহিনীৰ হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত । অৰুণাচল প্ৰদেশৰ টাৱাঙৰ এটা ফৰৱাৰ্ড এলেকাত সংঘটিত হৈছে এই হেলিকপ্টাৰ দুৰ্ঘটনা। উল্লেখ্য যে চিতা হেলিকপ্টাৰখন নিয়মীয়া উৰণৰ সময়তে এই দুৰ্ঘটনা সংঘটিত হয়। য'ত দুজন

জম্মু-কাশ্মীৰত সেনাৰ অভিযানত নিহত ৪ সন্ত্ৰাসবাদী

নিউজ ডেস্ক, ৫ অক্টোবৰঃ জম্মু-কাশ্মীৰত নিৰাপত্তাৰক্ষীৰে হোৱা সংঘৰ্ষত ৪ জন সন্ত্ৰাসবাদী নিহত হৈছে। জম্মু-কাশ্মীৰৰ শ্বপিয়ান জিলাত সংঘটিত হৈছে এই ঘটনা। খবৰ অনুসৰি, মঙলবাৰে নিশা শ্বপিয়ান জিলাত নিৰাপত্তাৰক্ষীৰ সৈতে সংঘৰ্ষত ৪ সন্ত্ৰাসবাদী নিহত

উত্তৰাখণ্ডত ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগ, হিমস্খলনত আবদ্ধ অসমৰ পৰ্বতাৰোহী দ্বীপশিখা হাজৰিকা

নিউজ ডেস্ক, ৫ অক্টোবৰঃ উত্তৰাখণ্ডত ভয়ংকৰ প্রাকৃতিক দুৰ্যোগ। উত্তৰাখণ্ডৰ উত্তৰ কাশী জিলাত সংঘটিত হৈছে এই ঘটনা।হিমস্খলনৰ ঘটনাত আৱদ্ধ ৩০ৰো অধিক পৰ্বতাৰোহী।‘দ্রৌপদী কা দাণ্ডা’ নামৰ পাহাৰৰ চূড়াত আৰোহণৰ চেষ্টা কৰোঁতেই এই ঘটনা সংঘটিত হয়।এই

আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৪ সংখ্যক জন্ম জয়ন্তী

নিউজ ডেস্ক, ৫ অক্টোবৰঃ আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৪ সংখ্যক জন্ম জয়ন্তী। হৰি নামৰ ধ্বনিৰে মুখৰিত ৰাজ্যৰ সত্ৰ-নামঘৰসমূহ। ৰাজ্যৰ নামঘৰ, সত্ৰসমূহত পুৱাৰে পৰা আৰম্ভ হৈছে শংকৰ জয়ন্তীৰ কাৰ্যসূচী। গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা, মাজুলী, বৰপেটা

উত্তৰাখণ্ডত ভয়ংকৰ বাছ দুৰ্ঘটনা, নিয়ন্ত্ৰণ হেৰুৱাই দ’ খাৱৈত বৰযাত্ৰী কঢ়িওৱা বাছ

নিউজ ডেস্ক, ৫ অক্টোবৰঃ উত্তৰাখণ্ডৰ পৌড়ী গাড়ৱালত সংঘটিত হয় এক ভয়ংকৰ বাছ দুৰ্ঘটনা। এখন যাত্ৰীবাহী বাছ ৫০০ মিটাৰ দ’ খাৱৈত বাগৰি পৰে। এই দুৰ্ঘটনাত ৩২ জন লোকৰ মৃত্যু হোৱাৰ উপৰি ২১জন লোকক উদ্ধাৰ কৰা হয়। আহতসকলক হাস্পতালত ভৰ্তি কৰোৱা হৈছে। অতি