Daily Time Axom

গোৱালপাৰাত ১৫ বছৰীয়া কিশোৰীক দলবদ্ধ ধৰ্ষণ

নিউজ ডেস্ক, ৪ অক্টোবৰঃ দুৰ্গা পূজাৰ মাজতে অসমত এক লজ্জাজনক ঘটনা সংঘটিত হৈছে। গোৱালপাৰাৰ আগিয়াত এই লজ্জাজনক কাণ্ড সংঘটিত হয়। ৩ লম্পটৰ কামনাৰ বলি এগৰাকী স্কুলীয়া ছাত্রী। ১ অক্টোবৰত গধাৰবড়ি জংঘলত সংঘটিত হয় এই ঘটনা। ঘটনাৰ বিৱৰণী অনুসৰি

জাগুনত বুজন পৰিমাণৰ ড্ৰাগছ সহ মহিলা আটক

নিউজ ডেস্ক, ৪ অক্টোবৰঃ ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান বৰ্তমানেও অব্যাহত আছে।মাৰ্ঘেৰিটা মহকুমাৰ জাগুন আহোম পথাৰৰ পৰা লেখাপানী আৰু জাগুন আৰক্ষীৰ যৌথ অভিযানত বুজন পৰিমাণৰ ড্ৰাগছসহ এগৰাকী অবৈধ ড্ৰাগছ মহিলা ব্যৱসায়ীক আটক কৰিবলৈ সক্ষম হয়। ১২ টা

তিনিচুকীয়াৰ চিটপানীত ডিঙি ৰেপি হত্যা এজন ছাত্রক

নিউজ ডেস্ক, ৪ অক্টোবৰঃ দুৰ্গোৎসৱৰ মাজতে তিনিচুকীয়াত লোমহৰ্ষক হত্যাকাণ্ড। ফিল’বাৰী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ এজন ছাত্ৰক হত্যা দুৰ্বৃত্তৰ।মৃত ছাত্ৰজন কৈলাসপুৰ দীঘলীপথাৰৰ ৰক্তিম নিমলীয়া।ডিঙি ৰেপি হত্যা ৰক্তিম নিমলীয়াক। অসম-অৰুণাচলৰ

ভয়ংকৰ ঘটনা, জম্মু-কাশ্মীৰৰ আৰক্ষী সঞ্চালকপ্ৰধান (কাৰাগাৰ)ক হত্যা

নিউজ ডেস্ক, ৪ অক্টোবৰঃ জম্মু-কাশ্মীৰত ভয়ংকৰ ঘটনা। জম্মু-কাশ্মীৰৰ আৰক্ষী সঞ্চালকপ্ৰধান (জে’ল)ক হত্যা। নিশা বাসগৃহতে DG (JAIL) হেমন্ত লোহিয়াক হত্যা।জম্মু-কাশ্মীৰৰ উদয়ৱালা অঞ্চলত এই ঘটনা সংঘটিত হৈছে। ইতিমধ্যে হত্যাৰ দায়িত্ব স্বীকাৰ The

গোসাঁইগাঁৱত পিষ্টলসহ এজনক গ্ৰেপ্তাৰ

নিউজ ডেস্ক, ৩ অক্টোবৰঃ গোসাঁইগাঁৱত পিষ্টলসহ এজনক গ্ৰেপ্তাৰ । গোসাঁইগাঁৱৰ ২নং সেৰফাংগুৰিত আত্মগোপন কৰি থকা অৱস্থাত গ্ৰেপ্তাৰ লোকজনক।লোকজনৰ নাম মানোবাৰ হুছেইন বুলি জানিব পৰা গৈছে। উল্লেখ্য যে, ২৯ ছেপ্টেম্বৰৰ সন্ধিয়া তেলীপাৰাত অচিনাক্ত

বৰ্ষাপাৰাৰ সামগ্ৰিক পৰিৱেশৰ বাবে টুইটযোগে গুৱাহাটীক ধন্যবাদ কোহলীৰ

নিউজ ডেস্ক, ৩ অক্টোবৰঃ বৰ্ষাপাৰাত দৰ্শকৰ উৎসাহ আৰু সমৰ্থনত আপ্লুত বিৰাট কোহলী। বৰ্ষাপাৰাৰ সামগ্ৰিক পৰিৱেশৰ বাবে গুৱাহাটীক ধন্যবাদ কোহলীৰ। https://twitter.com/imVkohli/status/1576643915322564609 দেওবাৰে ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত

বর্ষাপাৰাৰ ফ্লাড লাইটৰ বিসংগতি সন্দর্ভত APDCL ৰ স্পষ্টীকৰণ

নিউজ ডেস্ক, ৩ অক্টোবৰঃ বৰ্ষাপাৰাত অনুষ্ঠিত হোৱা ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ খেল খনৰ সময়ত ফ্লাড লাইটৰ বিসংগতি সন্দর্ভত APDCLএ স্পষ্টীকৰণ দাঙি ধৰে। সেই ঘটনাৰ বাবে বহু লোকে অসম শক্তি বিতৰণ কোম্পানী লিমিটেডক জগৰীয়া কৰিছিল। কিন্তু সেই সন্দৰ্ভত

দুৰ্গাপূজাৰ উছাহৰ মাজতে উত্তৰ প্ৰদেশত শোকাৱহ ঘটনা

নিউজ ডেস্ক, ৩ অক্টোবৰঃ দুৰ্গাপূজাৰ উছাহৰ মাজতে উত্তৰ প্ৰদেশত শোকাৱহ ঘটনা। পূজাৰ মণ্ডপত জুই লাগি ৩ জনৰ মৃত্যু। ঘটনাত আহত হৈছে ৫০জনৰো অধিক লোক। এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ ভাদোহীত। দেওবাৰে নিশা পূজাৰ মণ্ডপত লাগিছিল জুই। ইতিমধ্যে

আজি মহাষ্টমী

নিউজ ডেস্ক, ৩ অক্টোবৰঃ আজি মহাষ্টমী। আজি নৱৰাত্ৰিৰ অষ্টম দিন। আহিন মাহৰ শুক্লাষ্টমীত উদযাপন কৰা এই দিনটোতে কৰা হয় দেৱীৰ অস্ত্ৰপূজা । আজিৰ দিনটোতেই সকলো দেৱতাই নানান অস্ত্ৰ প্ৰদান কৰি দেৱীক ৰণলৈ প্ৰস্তুত কৰি তুলিছিল । সেই বাবেই আজিৰ দিনটোক

সন্ধানহীন ৰাজহ চক্ৰ বিষয়া সঞ্জু দাসৰ মৃতদেহ উদ্ধাৰ

নিউজ ডেস্ক, ২ অক্টোবৰঃ সন্ধানহীন ৰাজহ চক্ৰ বিষয়া সঞ্জু দাসৰ মৃতদেহ উদ্ধাৰ। ধুবুৰীত নাও দুৰ্ঘটনাত সন্ধানহীন হৈ আছিল সঞ্জু দাস। ঘটনাৰ ৭২ ঘণ্টাৰ পাছত উদ্ধাৰ কৰা হয় চক্ৰ বিষয়াজনৰ মৃতদেহ। ধুবুৰীত নাও দূৰ্ঘটনাৰ পিছৰে পৰা সন্ধানহীন আছিল সঞ্জু