Daily Time Axom

আজি অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, কেইবাটাও গুৰুত্বপূৰ্ণ অনুষ্ঠানত অংশ ল’ব শ্বাহে

নিউজ ডেস্ক, ৭ অক্টোবৰঃ ৩ দিনীয়া ভ্ৰমন সূচীৰে অসমলৈ আহিব কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ ৷ আজি বিয়লি ৭ বজাত বিশেষ বিমান যোগে গুৱাহাটীত উপস্থিত হ'ব কেন্দ্ৰীয় গৃহ মন্ত্ৰী গৰাকী ৷ তাৰ পৰা কইনাধৰা ৰাজ্যিক অতিথিশালাত বৈঠকত মিলিত হ'ব

এনি এৰ্নক্সেলৈ সাহিত্যৰ নোবেল বঁটা

এনি এৰ্নক্সেলৈ সাহিত্যৰ নোবেল বঁটা ।তেওঁৰ প্ৰায়বোৰ সাহিত্যিক ৰচনা আত্মজীৱনীমূলক। সমাজ বিজ্ঞানৰ লগত তেওঁৰ সম্পৰ্ক আছিল। নোবেল কমিটিৰ স্থায়ী সদস্য মেটছ মুমে কয় যে তেওঁ নাজানে যে সাহিত্যৰ নোবেল বঁটা লাভ কৰিছে। অনি য়াখ্নুক সাহিত্যৰ

বায়ু প্ৰদূষণৰ ফলত বিপন্ন হোৱা ভ্ৰুণ, হাওঁফাওঁ, মগজু, যকৃতৰ ক্ষতি হৈছে!

বায়ু প্ৰদূষণ বৃদ্ধি হোৱাৰ লগে লগে গৰ্ভস্থ শিশুৰ মগজুৰ বিকাশও বৃদ্ধি পায়। হাওঁফাওঁ আৰু যকৃতৰ গুৰুতৰ ক্ষতি হয়। এখন গৱেষণা পত্ৰই চহৰ অঞ্চলৰ প্ৰদূষিত পৰিৱেশত ডাঙৰ-দীঘল হোৱা শিশুৰ ‘ভৱিষ্যৎ’ক লৈ এনে উদ্বেগক আলোকপাত কৰিছে। বেলজিয়ামৰ

আম্বানীৰ মৃত্যুৰ ভাবুকি, বিহাৰৰ পৰা গ্ৰেপ্তাৰ নিবনুৱা যুৱকক

জানিব পৰা মতে বিহাৰৰ পৰা গ্ৰেপ্তাৰ হোৱা যুৱকজনৰ নাম ৰাকেশ কুমাৰ মিশ্ৰ। বিহাৰ আৰক্ষীৰ সহযোগত দ্বাৰভঙাৰ পৰা গ্ৰেপ্তাৰ কৰা হয় তেওঁক। তদন্তকাৰী আৰক্ষী বিষয়াসকলে এতিয়াও জানিব পৰা নাই নিবনুৱা যুৱকজনে কিয় আম্বানীক ভাবুকি দিছিল। অৱশ্যে ইয়াৰ

ঋতুস্ৰাৱৰ সময়ত আপুনি যৌন সম্পৰ্ক স্থাপন কৰিব লাগেনে? ডাক্তৰে কি কয়?

ঋতুস্ৰাৱ (Periods)ৰ সময়ত বহুতো সমস্যাৰ সৃষ্টি হয়। পেট বা কঁকালত অসহ্য বিষ, ভাগৰ...বিভিন্ন লক্ষণ । এনে সময়ে যৌন সম্পৰ্কত লিপ্ত হ’ব লাগেনে (Physical intimacy)? এয়া বহুতৰে প্ৰশ্ন। এই সন্দৰ্ভত চিকিৎসকে কি কয়? চিকিৎসকৰ মতে, ‘পিৰিয়ডত

সংকটত পৰিছে ফেচবুক? জুকাৰবাৰ্গে ১৫ শতাংশ কৰ্মীক চাকৰিৰ পৰা বৰ্খাস্ত কৰিবলৈ ওলাইছে

দুমাহমান আগতে মাৰ্ক জুকাৰবাৰ্গৰ এটা মন্তব্যক কেন্দ্ৰ কৰি জল্পনা-কল্পনা আৰম্ভ হৈছিল। এই উৰা বাতৰিয়ে চৰম ৰূপ লৈছে। শুনা গৈছে যে জুকাৰবাৰ্গৰ সংস্থা "মেটা"ৰ ১২ হাজাৰ কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰিবলৈ ওলাইছে। স্বাভাৱিকতে এই সম্ভাৱনাক

জুহুত অনুষ্ঠিত মুখাৰ্জী পৰিয়ালৰ অনুষ্ঠানত অংশগ্ৰহণ কৰে বি-টাউনৰ তাৰকাসকলেও

দুৰ্গা পূজাৰ সময়ত জুহুত অনুষ্ঠিত মুখাৰ্জী পৰিয়ালৰ অনুষ্ঠানত অংশগ্ৰহণ কৰে বি-টাউনৰ তাৰকাসকলেও। যাৰ সান্নিধ্যত পূজাৰ দিনবোৰ অধিক ভিৰ হৈ পৰিল। কৰ’না-আশংকা শেষ হোৱাৰ পিছত পুনৰ পুৰণি মেজাজত দেখা গ’ল মুখাৰ্জী পৰিয়ালৰ লোকক। অষ্টমীৰ দিনা

কৰ্ণাটকত কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাত ছোনিয়া গান্ধী

নিউজ ডেস্ক, ৬ অক্টোবৰঃ বৃহস্পতিবাৰে ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰাত যোগদান কৰে কংগ্ৰেছৰ সভানেত্ৰী ছোনিয়া গান্ধীয়ে । কংগ্ৰেছে অনুষ্ঠিত কৰা এই সৰ্ববৃহৎ ৰাজহুৱা অনুষ্ঠানত ৰাহুল গান্ধীয়ে কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ ওলোৱা পদযাত্ৰাত দুৰ্গা পূজা

মেক্সিকোত দুৰ্বৃত্তৰ ধাৰাসাৰ গুলীত মেয়ৰসহ ১৮জনৰ মৃত্যু

নিউজ ডেস্ক, ৬ অক্টোবৰঃ মেক্সিকোৰ ‘মেক্সিকান চিটী হল’ত দুৰ্বৃত্তৰ ধাৰাসাৰ গুলীবৰ্ষণ ৷ গুলীবৰ্ষণত মেয়ৰসহ ১৮ জনৰ মৃত্যু হয়৷ ‘মেক্সিকান চিটী হল’ৰ এক অনুষ্ঠানৰ মাজতে এই গুলীবৰ্ষণ ৷ গুলীচালনাত অভিযুক্ত এজনক আটক আৰক্ষীৰ ৷ এই সন্দৰ্ভত দেশখনৰ

চিলাপথাৰৰ লাইমেকুৰীত ৰে’লৰ খুন্দাত এজন কিশোৰৰ মৃত্যু

নিউজ ডেস্ক, ৬ অক্টোবৰঃ চিলাপথাৰৰ লাইমেকুৰীত শোকাৱহ ঘটনা ৷ ৰে’লৰ খুন্দাত এজন কিশোৰৰ মৃত্যু ৷ ৰে’লৰ চিৰিত বহি ম’বাইলত গেম খেলি আছিল কিশোৰজনে ৷ মূৰ্কংচেলেক ৰেলৱে ষ্টেচনৰ পৰা গুৱাহাটী অভিমুখে গৈ থকা অৱস্থাত লাইমেকুৰী ৰেলৱে ষ্টেচনত নামনিমুৱা