আজিৰে পৰা পৰ্যটকৰ বাবে মুকলি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান
নিউজ ডেস্ক, ২ অক্টোবৰঃ পৰ্যটকৰ বাবে সুখবৰ।আজিৰে পৰা পৰ্যটকৰ বাবে মুকলি হ’ল কাজিৰঙা ৰাষ্ট্রীয় উদ্যান। মুকলিৰ প্ৰথম দিনাই দেশী-বিদেশী পৰ্যটকে ভিৰ কৰিছে উদ্যানখনত।
কঁহৰা, বাগৰি ৰেঞ্জৰ নিৰ্ধাৰিত এলেকাহে মুকলি থাকিব পৰ্যটকৰ বাবে।প্রতিকূল বতৰ!-->!-->!-->…