Daily Time Axom

দুজন উচ্চতম ন্যায়াধীশৰ ‘বিভিন্ন মতামত’, বৃহত্তৰ বিচাৰপীঠত হিজাবৰ গোচৰ

প্ৰসংগক্ৰমে হিজাব বিতৰ্কক লৈ কৰ্ণাটক উচ্চ ন্যায়ালয়ে দিয়া ৰায়ক লৈ অসন্তুষ্ট হৈ বিবাদকাৰীসকলে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল। ইয়াৰ পূৰ্বে কৰ্ণাটক উচ্চ ন্যায়ালয়ে মুছলমানৰ বাবে হিজাব বাধ্যতামূলক নহয় বুলি ৰায় দিছিল। ইয়াৰ পিছতে

এগৰাকী বৃদ্ধা মাতৃয়ে জীয়েকক মাতৃত্বৰ সোৱাদ দিবলৈ জৰায়ু দান কৰিব

এগৰাকী মাতৃৰ সন্তানৰ প্ৰতি থকা মৰমৰ বাবেই অষ্ট্ৰেলিয়াৰ মাতৃ মিচেলে সেই কথা পুনৰ এবাৰ প্ৰমাণ কৰি নিজৰ জৰায়ু দান কৰিব বিচাৰিছে যাতে তেওঁৰ কন্যা কিৰ্ষ্টি ব্রায়াণ্ট মাতৃ হ’ব পাৰে । যোৱা বছৰ প্ৰথমবাৰৰ বাবে মাতৃ হৈ পৰিছিল কিৰ্ষ্টি কিন্তু

এইবাৰ বিচিচিআইৰ সভাপতি হ’বলৈ গৈ আছে ৰজাৰ বিন্নী

১৯৮৩ চনত বিশ্বকাপ বিজয়ী দলৰ সদস্য আছিল। ৰবি শাস্ত্ৰীয়ে উৎফুল্লিত হৈ পৰিছে যে এইবাৰ বিচিচিআইৰ সভাপতি হ’বলৈ গৈ আছে প্ৰাক্তন সতীৰ্থ ৰজাৰ বিন্নী। বিন্নীৰ এই খবৰত তেওঁ সুখী বুলি সংবাদ মাধ্যমৰ আগত কয়। কিন্তু সৌৰভ গাংগুলীয়ে ব’ৰ্ডৰ সভাপতি

পুটিনে যদি পাৰমাণৱিক বোমা পেলাই কি কৰিব? বাইডেনৰ কঠোৰ প্ৰতিক্ৰিয়া

প্ৰায় ৭ মাহ ধৰি ৰাছিয়াই ইউক্ৰেইনত সামৰিক অভিযান চলাই আহিছে। প্ৰথম অৱস্থাত সফল হ’লেও ৰাছিয়াৰ বাহিনীয়ে এটাৰ পিছত এটা অভিযানত বিপৰ্যয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল। ইউক্ৰেইনৰ সেনাই অতিশয় শক্তিৰে প্ৰতিহত কৰিছে। এনে অৱস্থাত ৰাছিয়াৰ

জিমলৈ যাবলৈ সময় নাই! কি দৰে ব্যায়াম কৰিব

যদি শৰীৰ সুস্থ, স্বাভাৱিক হয়, তেতিয়াহে কাম কৰাৰ শক্তি বৃদ্ধি পাব। সুস্বাস্থ্যৰ বাবে কেৱল খাদ্যাভ্যাসেই নহয়, নিয়মীয়াকৈ ব্যায়ামৰ প্ৰয়োজন হয়। শাৰীৰিক ক্ৰিয়া-কলাপৰ অভাৱৰ ফলত অধিক জটিল সমস্যাৰ সৃষ্টি হয়। বিশেষজ্ঞসকলৰ মতে

বিমুদ্ৰাকৰণ আচলতে প্ৰাসংগিক নেকি? উচ্চতম ন্যায়ালয়ে কেন্দ্ৰলৈ চমন

উচ্চতম ন্যায়ালয়ৰ বিমুদ্ৰাকৰণৰ সিদ্ধান্তটো আচলতে প্ৰাসংগিক নে নহয় বিচাৰ কৰাৰ বাবে উদ্যোগ। বুধবাৰে উচ্চতম ন্যায়ালয়ে ৰিজাৰ্ভ বেংক আৰু কেন্দ্ৰীয় চৰকাৰৰ পৰা শপতনামা বিচাৰিছিল। লগতে জনোৱা হৈছে যে এই গোচৰৰ পৰৱৰ্তী শুনানি ৯ নৱেম্বৰত

তেজস্বিতাক শ্ৰদ্ধঞ্জলি, ধিক্কাৰ মাজুলীয়ান

তিনিদিনে তদন্তকাৰী বিষয়া বহি থাকিল ,এজনো সাক্ষী আগবাঢ়ি নাহিল। ধিক্কাৰ মাজুলীয়ান... কেমেৰা দেখিলেহে টেঁটু ফালিব পাৰে...কেমেৰা অফ হ'লে মুখ বন্ধ...! কোনেও নেদেখিলে তেজস্বিতাৰ মৃত্যু... মাত্ৰ আবেগ ভৰা কথাৰে দায়িত্ব সমৰিলে কোনো

নাজিৰাৰ মেকীপুৰ চাহ বাগিচাৰ খাৱৈত মুণ্ডহীন অৰ্ধগলিত মৃতদেহ উদ্ধাৰ

শাৰদীয় দূৰ্গোৎসৱ আৰু লক্ষ্মী পূজাৰ আনন্দোল্লাস শেষ নৌহওতেই আজি নাজিৰাৰ মেকীপুৰ চাহ বাগিচাৰ মাজৰ এটা দ' খাৱৈত মুণ্ডহীন অৰ্ধগলিত এজন ব্যক্তিৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে । ঘটনা মৰ্মে দূৰ্গোৎসৱৰ পিছত আজি

অনুৰাগীৰ বাবে পাঁচ তাৰকা হোটেলৰ কোঠা বুকিং কৰিলে শ্বাহৰুখে !

ইয়াকে ৰজাৰ দৰে হৃদয় বোলা হয়। অনুৰাগী সকলে মাথোঁ লগ কৰিব বিচাৰিছিল কিন্তু শ্বাহৰুখে অনুৰাগীৰ আৰামৰ কথা মনত ৰাখি শ্বাহৰুখে তেওঁলোকৰ নামত এটা ফাইভ ষ্টাৰ হোটেল ৰুম বুকিং কৰিছিল। তাৰ পিছত শ্বুটিঙৰ পিছত পোনে পোনে হোটেলত লগ হয় !

১ বছৰ জম্মুত থাকিলে ভোট দিয়াৰ অধিকাৰ পাব

জম্মু-কাশ্মীৰ ভূমিপুত্ৰ নহ’লেও পাব ভোটাধিকাৰ। যোৱা আগষ্ট মাহত নিৰ্বাচন আয়োগে এক ঐতিহাসিক ঘোষণা কৰিছিল। এইবাৰ জম্মুৰ উপ আয়ুক্তই নিৰ্দেশ দিছে যে যিসকলে জম্মুত এবছৰতকৈ অধিক সময় বসবাস কৰি আছে তেওঁলোকক ভোটাৰ হিচাপে গণ্য কৰা হ’ব। সকলো