জুবিনৰ সংগীতানুষ্ঠানত একাংশ দৰ্শকৰ উদ্ভণ্ডালি, ভাঙিলে পেণ্ডেলৰ চকী
নিউজ ডেস্ক, ১৬ অক্টোবৰঃ মৰিগাওঁ জিলা দিৱস উপলক্ষে শনিবাৰে আয়োজন কৰা নিশাৰ সাংস্কৃতিক অনুষ্ঠানত মূখ্য আকৰ্ষণৰূপে উপস্থিত আছিল যুৱপ্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গ। কিন্তু নিশা জুবিন গাৰ্গৰ সংগীতানুষ্ঠান চলি থকাৰ মাজতেই একাংশ দৰ্শকে উত্তপ্ত!-->…