Daily Time Axom

BCCIৰ ৩৬সংখ্যক অধ্যক্ষৰূপে নিৰ্বাচিত হৈছে প্ৰাক্তন ক্ৰিকেটাৰ ৰ’জাৰ বিন্নী

নিউজ ডেস্ক, ১৮ অক্টোবৰঃ BCCIৰ ৩৬সংখ্যক অধ্যক্ষৰূপে নিৰ্বাচিত হৈছে প্ৰাক্তন ক্ৰিকেটাৰ ৰ'জাৰ বিন্নী। সৌৰভ গাংগুলীৰ পাছত অধ্যক্ষ পদত নিৰ্বাচিত হৈছে বিন্নী। BCCIৰ Annual General meetingত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। এসময়ৰ ভাৰতীয় ক্ৰিকেট দলৰ

উত্তৰাখণ্ডৰ কেডাৰনাথত ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনা, পাইলটসহ তীৰ্থযাত্ৰীৰ মৃত্যু

নিউজ ডেস্ক, ১৮ অক্টোবৰঃ মঙলবাৰে উত্তৰাখণ্ডৰ কেদাৰনাথত ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনা সংঘটিত হয়। এই দুৰ্ঘটনাত ৬ জন লোকে প্ৰাণ হেৰুৱায়।মৃত লোক সকলৰ ভিতৰত ২ জন পাইলট আৰু ৪ গৰাকী তীৰ্থযাত্ৰী আছিল। এই ঘটনা কেদাৰনাথৰ পৰা প্ৰায় ২ কিলোমিটাৰ দুৰত

কৰিমগঞ্জৰ অসম-ত্রিপুৰা সীমান্তত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ

নিউজ ডেস্ক, ১৮ অক্টোবৰঃ ৰাজ্যত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে গাঞ্জা সৰবৰাহকাৰীৰ সংখ্যা। এইবাৰ কৰিমগঞ্জৰ অসম-ত্রিপুৰা সীমান্তত জব্দ কৰা হৈছে বৃহৎ পৰিমাণৰ গাঞ্জা। ৩,২৪৩ কেজি গাঞ্জা জব্দ কৰে চুড়াইবাৰী আৰক্ষীয়ে। আগৰতলাৰ গুলবজাৰৰ পৰা

আজি ঘোষণা হ’ব চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাৰ ফলাফল

নিউজ ডেস্ক, ১৮ অক্টোবৰঃ আজি ঘোষণা হ’ব চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাৰ ফলাফল। sebaonline.org ৱেবছাইটত চাব পাৰিব পৰীক্ষাৰ ফলাফল। ২১ আগষ্ট, ২৮ আগষ্ট, ১১ ছেপ্টেম্বৰত অনুষ্ঠিত হৈছিল এই পৰীক্ষা। কেইবাটাও বিভাগৰ খালী পদৰ বিপৰীতে অনুষ্ঠিত হৈছিল

আজি কাতি বিহু

নিউজ ডেস্ক, ১৮ অক্টোবৰঃ আজি কাতি বিহু। প্ৰান্তে প্ৰান্তে বিহু উদযাপনৰ ব্যাপক প্ৰস্তুতি। তুলসী পুলি ৰুই সন্ধিয়া জ্বলোৱা হ'ব চাকি- বন্তি। ধাননি পথাৰত কৃষক ৰাইজে আজি চাকি জ্বলাই লক্ষী আইৰ আশীর্বাদ ল'ব। অসমীয়াৰ হেপাহৰ কাতি বিহুক লৈ ৰাজ্যৰ

আৰক্ষীৰ পৰীক্ষাত ভুৱা কম্পিউটাৰ প্ৰমাণপত্ৰ জমা দিয়া ২১ প্ৰাৰ্থীক গ্ৰেপ্তাৰৰ সম্ভাৱনা

নিউজ ডেস্ক, ১৭ অক্টোবৰঃ আৰক্ষীৰ নিযুক্তি পৰীক্ষাত কম্পিউটাৰৰ ভুৱা প্ৰমাণ-পত্ৰ। প্ৰমাণ-পত্ৰ জমা দিয়া ১০০ প্ৰাৰ্থীক তলব CIDৰ। প্ৰমাণ-পত্ৰ জালিয়াতি কৰাৰ সন্দেহত CIDৰ এই তলব। ২০, ২৭ ফেব্ৰুৱাৰী আৰু ২৪ এপ্ৰিলত হৈছিল এই পৰীক্ষা। ৪১৪ গৰাকী

কলিয়াবৰত ২৪টাকৈ চোৰাং ভাৱে সৰবৰাহ কৰা গৰুভৰ্তি ট্ৰাক জব্দ

নিউজ ডেস্ক, ১৭ অক্টোবৰঃ কলিয়াবৰৰ বাগৰি আৰক্ষীৰ বৃহৎ সফলতা। বাগৰি আৰক্ষীয়ে জব্দ কৰে ২৪টাকৈ চোৰাং ভাৱে সৰবৰাহ কৰা গৰুভৰ্তি ট্ৰাক। গোলাঘাটৰ বিহৰা বজাৰৰ পৰা চামগুৰিলৈ সৰবৰাহ কৰা হৈছিল গৰু কেইটা। NL 02 K 3695 নম্বৰৰ এখন ট্ৰাকত সৰবৰাহ কৰা হৈছিল

লংকাত বিষাক্ত কাঠফুলা খাই অসুস্থ ৭জনকৈ লোক

নিউজ ডেস্ক, ১৭ অক্টোবৰঃ বিষাক্ত কাঠফুলা খাই হোজাইৰ লংকাত অসুস্থ ৭জনকৈ লোক। লংকাৰ জয়সাগৰত সংঘটিত হৈছে এই ঘটনা। ৰবীন্দ্ৰ মজুমদাৰ নামৰ লোকজনৰ পৰিয়ালে ভক্ষণ কৰিছিল বিষাক্ত কাঠফুলা। অসুস্থ লোককেইজনক হোজাইৰ 'হাম হাস্পতাল'ত ভৰ্তি কৰোৱা হৈছে।

বলেৰ’ বাহনৰ ওপৰত বাগৰি পৰিল ১২চকীয়া ট্ৰাক, ট্ৰাকৰ চেপাত নিহত বলেৰ’ বাহনৰ চালক

নিউজ ডেস্ক, ১৭ অক্টোবৰঃ গোৱালপাৰাত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে ।বলেৰ' বাহনৰ ওপৰত বাগৰি পৰিল ১২চকীয়া ট্ৰাক, ট্ৰাকৰ চেপাত নিহত বলেৰ' বাহনৰ চালক। গোৱালপাৰাৰ ধনুভাঙা দেওশিলাত সংঘটিত হৈছে এই পথ দুৰ্ঘটনা। জানিব পৰা মতে মালবাহী ট্ৰাকখনে

আজি অনুষ্ঠিত হ’ব AICCৰ সভাপতি নিৰ্বাচন

নিউজ ডেস্ক, ১৭ অক্টোবৰঃ আজি বহু প্ৰতীক্ষিত AICCৰ সভাপতি পদৰ নিৰ্বাচন। ২৪ বছৰৰ অন্তত গান্ধী পৰিয়ালৰ বাহিৰৰ ব্যক্তি হ'ব সভাপতি। ভাগ্য নিৰ্ণয় হ'ব মল্লিকাৰ্জুন খৰ্গে আৰু শশী থাৰুৰৰ। ৰাজীৱ ভৱনত ২৮৯জন প্ৰতিনিধিয়ে সাব্যস্ত কৰিব ভোটাধিকাৰ। ভোট