নামখলালৈ গৌৰৱ! APSC-ত গৌৰৱ কঢ়িয়াই আনিলে ডিম্পি বৰুৱাই
নিউজ ডেস্ক, ২২ অক্টোবৰ: দৰং আৰু ওদালগুৰি জিলাৰ সিমান্তৱৰ্তী গাঁও বাহমোলা ৷ অতি পিছপৰা তথা অনগ্ৰসৰতা গাঁওখনত নাথাকে মোবাইলৰ নেট ৷ বাহমোল্লা গাঁৱত যেন গাঁওবাসীৰ বিশেষ দিপাৱলী উদযাপন ৷শুকুৰবাৰে ঘোষণা কৰা অসম লোকসেৱা আয়োগৰ অন্তৰ্গত অসম আৰক্ষী!-->…