Daily Time Axom

‘দিয়া’ জ্বলাই হোয়াইট হাউছত দীপাৱলীৰ উদযাপন কৰিছে বাইডেন-কমলাই

হোৱাইট হাউছত জ্বলি উঠিল দীপাৱলীৰ লাইট। সোমবাৰে হোৱাইট হাউছত দীপাৱলী উদযাপন কৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে। তেওঁৰ লগত আছিল আমেৰিকাৰ ফাৰ্ষ্ট লেডী জিল বাইডেন। দীপাৱলী উদযাপনত উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছো উপস্থিত আছিল। জানিব পৰা মতে

কোনো প্ৰমাণ নোহোৱাকৈ স্বামীক ‘মদাহী’ বা ‘চৰিত্ৰহীন’ বুলি কোৱাটো নিষ্ঠুৰ

কোনো প্ৰমাণ নোহোৱাকৈ স্বামীক ‘মদাহী আৰু চৰিত্ৰহীন বুলি অভিযোগ উত্থাপন কৰাটো নিষ্ঠুৰতাৰ সমান বুলি ঘোষনা বোম্বাই উচ্চ ন্যায়ালয়ৰ। পুনেৰ এজন অৱসৰপ্ৰাপ্ত সেনা বিষয়াৰ ৫০ বছৰীয়া পত্নীয়ে পৰিয়ালৰ আদালত গোচৰ দিছিল। ২০০৫ চনৰ নৱেম্বৰ মাহত

সাম্প্ৰদায়িক একতাৰ দ্বাৰাহে শান্তি সম্ভৱ, কুটিল সাম্প্ৰদায়িক ৰাজনীতিক অৱসান ঘটাব লাগিব: ডঃ…

গুৱাহাটী: ২৪ অক্টোবৰ; ২৩অক্টোবৰৰ সন্ধ্যা দেশৰ আগশাৰীৰ শিক্ষানুষ্ঠান ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকনল'জী চমুকৈ আই আই টিৰ ডঃ ভূপেন হাজৰিকা প্ৰেক্ষাগৃহত আগন্তুক ২০২৩ বর্ষৰ বিখ্যাত অলচাৰিংগা অনুষ্ঠানৰ লগত সংগতি ৰাখি দেওবাৰে "ঐক্যম"নামৰ এক

দীপাৱলিৰ আনন্দ উল্লাসৰ মাজতে টিহুৰ মাখিবাহাত ভয়ংকৰ অগ্নিকাণ্ড

নিউজ ডেস্ক, ২৫ অক্টোবৰঃ পোহৰৰ উৎসৱ দীপাৱলিৰ আনন্দ উল্লাসৰ মাজতে টিহুৰ মাখিবাহাত ভয়ংকৰ অগ্নিকাণ্ড। এই অগ্নিকাণ্ডত সম্পূৰ্ণভাৱে জাহ যায় এটা ঘৰ। মাখিবাহা চ'কৰ দিলীপ ৰাজবংশীৰ ঘৰত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা । দেৱালীৰ আটচবাজীৰ পৰা সংক্ৰমণ হয়

অৰুণাচল প্ৰদেশৰ নাহৰলগুণত ভয়ংকৰ অগ্নিকাণ্ড, দপদপাই জ্বলি উঠিল ২৫০ খনৰো অধিক দোকান

নিউজ ডেস্ক, ২৫ অক্টোবৰঃ দীপাৱলীৰ আনন্দৰ মাজতে অঘটন। অৰুণাচলৰ নাহৰলগুণৰ দৈনিক বজাৰত বিধ্বংসী অগ্নিকাণ্ড। অগ্নিকাণ্ডত ভস্মীভূত ২৫০ৰো অধিক দোকান। দীপাৱলীৰ আতচবাজীৰ পৰা জুইৰ সূত্ৰপাতৰ সন্দেহ কৰা হৈছে। এতিয়াও নিৰ্বাপণ হোৱা নাই জুই।

আজিৰে পৰা বন্ধ হ’ব আকাশবাণী ডিব্ৰুগড়ৰ আঞ্চলিক বাতৰি সম্প্ৰচাৰ

নিউজ ডেস্ক, ২৫ অক্টোবৰঃ আজিৰে পৰা সম্প্ৰচাৰ নহ'ব আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰত আঞ্চলিক বাতৰি। ইয়াৰ পৰিৱৰ্তে এই বাতৰি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰাহে ৰিলে কৰা হ'ব। ফলত ইতিহাস হৈ পৰিব আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ আঞ্চলিক বাতৰি। আকাশবাণী

বাংলাদেশত সামুদ্ৰিক ধুমুহা ছিট্ৰাঙে প্ৰাণ ল’লে ৭জনকৈ লোকৰ

নিউজ ডেস্ক, ২৫ অক্টোবৰঃ বাংলাদেশত সামুদ্ৰিক ধুমুহা ছিট্ৰাঙে প্ৰাণ ল'লে ৭জনকৈ লোকৰ। একেটা পৰিয়ালৰ ৩ জনকৈ লোক নিহত। ঢাকাৰ নাগলকোটত সংঘটিত হয় এই ঘটনা। ছিট্ৰাঙৰ বাবে বাংলাদেশত প্ৰবল ধুমহা, বৃষ্টিপাত। ছিট্ৰাঙৰ বাবে খালী কৰা হৈছে কক্সবজাৰ

গ্ৰেট বৃটেইনৰ নতুন প্ৰধানমন্ত্ৰী ভাৰতীয় মূলৰ ঋষি সোনাক

নিউজ ডেস্ক, ২৫ অক্টোবৰঃ ব্ৰিটেইনৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত ভাৰতীয় মূলৰ ঋষি সোনাক। অন্তিম মুহূৰ্তত প্ৰতিদ্বন্দ্বিতা নকৰাৰ সিদ্ধান্ত প্ৰতিদ্বন্দ্বী প্ৰাৰ্থী পেনী মৰ্ডাণ্টৰ। বিনা প্ৰতিদ্বন্দ্বিতাৰে কনজাৰ্ভেটিভ দলৰ নেতা ৰূপে

মহানগৰীৰ উজান বজাৰত ভয়ংকৰ অগ্নিকাণ্ড

নিউজ ডেস্ক, ২৪ অক্টোবৰঃ দীপাৱলীৰ আনন্দৰ মাজতে গুৱাহাটী উজানবজাৰত এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে। উজানবজাৰৰ যোৰ পুখুৰী পাৰৰ ৫৭নং বাসগৃহত সংঘটিত হৈছে এই অগ্নিকাণ্ডটো। জানিব পৰা মতে উজানবজাৰৰ মিহিৰ বৰদলৈ বাসগৃহৰ ২নং মহলাত সংঘটিত

বতৰ বিজ্ঞান বিভাগৰ সতৰ্কবাণীঃ প্ৰতি ঘণ্টাত ৯০ কিঃমিঃ গতিবেগত আহি আছে ভয়ংকৰ ঘুৰ্ণী…

নিউজ ডেস্ক, ২৪ অক্টোবৰঃ আহি আছে সামুদ্ৰিক ধুমুহা ছিট্ৰাং৷ বংগৰ সাগৰ দ্বীপৰ পৰা ৫২০ কিঃমিঃ দূৰত্বত ছিট্ৰাঙৰ অৱস্থান৷ টিংকনা দ্বীপ-ছেণ্ডউইপ অতিক্ৰমী বাংলাদেশৰ উপকূলীয় অঞ্চলত প্ৰৱেশৰ সম্ভাৱনা৷ ছিট্ৰাঙক লৈ দেশৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী৷