প্ৰাচীন নাৰীৰ হাতত “লেপটপ”! ‘টাইম ট্ৰেভেল’ক লৈ উত্থাপন হৈছে প্ৰশ্ন!
সময়ক মাধ্যম হিচাপে ব্যৱহাৰ কৰি বৰ্তমানৰ পৰা অতীতলৈ বা ভৱিষ্যতলৈ যাত্ৰা কৰাটো সঁচাকৈয়ে সম্ভৱনে? বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাই এতিয়াও সেই প্ৰশ্নবোৰৰ উত্তৰ বিচাৰি আছে। অৱশ্যে কেতিয়াবা এনে ‘প্ৰমাণ’ চকুৰ সন্মুখত আহে, যাৰ বাবে বৈজ্ঞানিক!-->…