Daily Time Axom

বুৰ্কা পিন্ধিবলৈ আপত্তি কৰা আৰু ইছলামিক ৰীতি-নীতি মানি চলিবলৈ অস্বীকাৰ কৰাৰ বাবেই ডিঙি কাটি হত্যা…

যদিও প্ৰেমৰ বাবে বিয়া হৈছিল, তথাপিও একেলগে থকাৰ তিনি বছৰৰ ভিতৰতে ধৰ্মক লৈ হোৱা সংঘাতৰ অন্ত পৰিল মৰ্মান্তিক ভাবে । বুৰ্কা পিন্ধিবলৈ আপত্তি কৰা আৰু ইছলামিক ৰীতি-নীতি মানি চলিবলৈ অস্বীকাৰ কৰাৰ বাবে মুছলমান স্বামীয়ে ডিঙি কাটি হত্যা কৰিলে

নিষিদ্ধ মুছলমান মৌলবাদী সংগঠন পি এফ আই, সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ডাঙৰ…

সমগ্ৰ দেশতে এন আই এৰ অভিযানৰ পিছতে কেন্দ্ৰীয় চৰকাৰে নিষিদ্ধ কৰিছে মুছলমান মৌলবাদী সংগঠন পপুলাৰ ফ্ৰন্ট অৱ ইণ্ডিয়াক। পি এফ আইৰ উপৰিও সন্ত্ৰাসবাদ বিৰোধী আইনৰ অধীনত আন ৮টা সংগঠনক নিষিদ্ধ কৰা হৈছে। সংবাদ সংস্থা এ এন আইৰ মতে, বুধবাৰে ইউ

‘দাদা চাহেব ফাল্কে’ বঁটাৰ বাবে নিৰ্বাচিত বৰ্ষীয়ান অভিনেত্ৰী আশা পাৰেখ

নিউজ ডেস্ক, ২৭ চেপ্তেম্বৰঃ আশা পাৰেখলৈ ভাৰতীয় চিনেমাৰ সৰ্বোচ্চ সন্মান। ঘোষণা কৰা হ'ল এই বছৰৰ দাদা চাহেব ফাল্কে বঁটা। অহা ৩০ ছেপ্টেম্বৰত প্ৰদান কৰা হ'ব দাদা চাহেব ফাল্কে বঁটা। বৰ্ষীয়ান অভিনেত্ৰী আশা পাৰেখ নিৰ্বাচিত হৈছে এই বটাঁৰ বাবে।

বিলাসীপাৰাত তিনি PFI নেতাক আটক

নিউজ ডেস্ক, ২৭ চেপ্তেম্বৰঃ PFIৰ বিৰুদ্ধে দেশজুৰি অভিযান অব্যাহত আছে। দেশৰ আন ৰাজ্যৰ লগতে অসমতো চলিছে পিএফআইৰ বিৰুদ্ধে অভিযান। ধুবুৰীৰ বিলাসীপাৰাত আৰক্ষীয়ে চলোৱা অভিযানত আটক হয় তিনি PFI নেতা। বিলাসীপাৰাৰ নায়েৰ আলগা আৰু টিলাপাৰাৰ পৰা আটক

NDFB নেতা ৰঞ্জন দৈমাৰীক যাৱজ্জীৱন কাৰাদণ্ড গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

নিউজ ডেস্ক, ২৭ চেপ্তেম্বৰঃ NDFB নেতা ৰঞ্জন দৈমাৰীক যাৱজ্জীৱন কাৰাদণ্ড গুৱাহাটী উচ্চ ন্যায়ালয়ৰ।৩০ অক্টোবৰৰ ধাৰাবাহিক বিস্ফোৰণৰ মূল দোষী ৰঞ্জন দৈমাৰী। আন চাৰিজনক দোষমুক্ত ঘোষণা কৰিলে উচ্চ ন্যায়ালয়ে। আন ১০জনৰ পূৰ্বৰ শাস্তি বাহাল ৰাখিলে

ৰঙিয়াৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত অচিনাক্ত মৃতদেহ উদ্ধাৰ

নিউজ ডেস্ক, ২৭ চেপ্তেম্বৰঃ ৰঙিয়াৰ মিলন হোটেলৰ সমীপৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত অচিনাক্ত মৃতদেহ উদ্ধাৰ। মৃত লোকজন মানসিকভাৱে বিকাৰগ্ৰস্ত আছিল বুলি সন্দেহ স্থানীয় লোকৰ । দুৰ্ঘটনাত পতিত হোৱাৰ পিছতেই আঘাতপ্ৰাপ্ত হৈ মৃত্যু হোৱাৰ আশংকা।

আজি বিশ্ব পৰ্যটন দিৱস

নিউজ ডেস্ক, ২৭ চেপ্তেম্বৰঃ আজি বিশ্ব পৰ্যটন দিৱস। প্ৰতি বছৰে ২৭ ছেপ্তেম্বৰৰ দিনটোত বিশ্ব পৰ্যটন দিৱস হিচাপে পালন কৰা হয়। ১৯৮০ চনৰ পৰা প্ৰতি বছৰে ২৭ ছেপ্টেম্বৰত বিশ্ব পৰ্যটন দিৱস অনুষ্ঠিত হৈ আহিছে। এই তাৰিখটোৱে ১৯৭০ চনত সংগঠনটোৰ আইন

শক্তিপীঠ কামাখ্যাত বলীউডৰ মোহময়ী অভিনেত্ৰী মহিমা চৌধুৰী

নিউজ ডেস্ক, ২৬ চেপ্তেম্বৰঃ কামাখ্যা মন্দিৰত উপস্থিত বলীউদৰ মোহময়ী অভিনেত্ৰী মহিমা চৌধুৰী। মা কামাখ্যাৰ শ্ৰীচৰণত পূজা আগবঢ়াই অভিনেত্ৰীগৰাকীয়ে। পুৱাৰ ভাগতে কামাখ্যা মন্দিৰত উপস্থিত হৈ আশীৰ্বাদ লয় বলীউদৰ অভিনেত্ৰীগৰাকীয়ে। উল্লেখযোগ্য যে বিগত

প্ৰাক্তন কংগ্ৰেছ নেতা গোলাম নবী আজাদৰ নতুন দলৰ নাম ঘোষণা

নিউজ ডেস্ক, ২৬ চেপ্তেম্বৰঃ প্ৰাক্তন কংগ্ৰেছ নেতা গোলাম নবী আজাদৰ নতুন দলৰ নাম ঘোষণা।গোলাম নবী আজাদৰ নতুন দলৰ নাম ‘ডেম’ক্ৰেকিট আজাদ পাৰ্টি’।জম্মুত সংবাদমেল পাতি নতুন দলৰ নাম ঘোষণা আজাদৰ। উল্লেখ্য যে, ২৬ আগষ্টত কংগ্ৰেছৰ পৰা পদত্যাগ কৰিছিল

যোৰাবাটৰ ৰবৰ ফেক্টৰীত ভয়ংকৰ অগ্নিকাণ্ড

নিউজ ডেস্ক, ২৬ চেপ্তেম্বৰঃ যোৰাবাটৰ ১১ মাইলত ভয়ংকৰ অগ্নিকাণ্ড। ৰাবাৰ প্ৰস্তুত কৰা কাৰখানাত এই ভয়াৱহ অগ্নিকাণ্ড। অগ্নিকাণ্ডত কেইবালক্ষাধিক টকাৰ সা-সম্পত্তি ভস্মীভূত হয়। বৰ্তমানেও জানিব পৰা নাই জুইৰ সূত্ৰপাত্ৰৰ কাৰণ। মেঘালয়ৰ অগ্নিনিৰ্বাপক