Daily Time Axom

বিহাৰলৈ IPS বিষয়া আনন্দ মিশ্ৰ, শীঘ্ৰেই বিহাৰ কেডাৰত যোগদান কৰিব আৰক্ষী বিষয়াগৰাকীয়ে

নিউজ ডেস্ক, ২৬ চেপ্তেম্বৰঃ অসম এৰিলে IGP আনন্দ মিশ্ৰই। অসম-মেঘালয় কেডাৰ এৰি বিহাৰ কেডাৰলৈ আনন্দ মিশ্ৰ। ব্যক্তিগত অসুবিধাৰ বাবে ডেপুটেশ্যনৰ বাবে আবেদন কৰিছিল মিশ্ৰই। তাৰ পাছতেই এন অ চি দিলে অসম চৰকাৰে। শীঘ্ৰেই বিহাৰ কেডাৰত যোগদান কৰিব

চাঞ্চল্য! গাড়ীৰ ভিতৰত উদ্ধাৰ এজন লোকৰ মৃতদেহ

নিউজ ডেস্ক, ২৬ চেপ্তেম্বৰঃ মহানগৰৰ চচলত এখন গাড়ীৰ ভিতৰত উদ্ধাৰ হৈছে এজন লোকৰ মৃতদেহ।চচলৰ পথৰ কাষত ৰখাই থোৱা এখন বোলেৰ’ বাহনৰ ভিতৰত উদ্ধাৰ হৈছে মৃতদেহটো।মৃতদেহটো কমলপুৰৰ কংকন কলিতা বুলি জানিব পৰা গৈছে। মৃতদেহতো উদ্ধাৰ হোৱা বলেৰ’ বাহনখনৰ

নগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড, ঘৰৰ ভিতৰতে ডিঙি কাটি হত্যা এগৰাকী মহিলাক

নিউজ ডেস্ক, ২৬ চেপ্তেম্বৰঃ নগাঁও হৰিজন কলনীত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড। এই ঘটনাৰ পিছতেই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। দেওবাৰে হৰিজন কলনীৰ ৰাজদ্বীপ দত্ত নামৰ ঔষধ ব্যৱসায়ীজনৰ পত্নী ৰুবী দত্ত(৩৮)ক কোনো দুৰ্বৃত্তই চোকা অস্ত্ৰৰে

হিমাচল প্ৰদেশৰ কুল্লুত ভয়ংকৰ দুৰ্ঘটনা, দুৰ্ঘটনাত নিহত ৭জন লোক

নিউজ ডেস্ক, ২৬ চেপ্তেম্বৰঃ হিমাচল প্ৰদেশৰ কুল্লু জিলাত সংঘটিত হৈছে ভয়ংকৰ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই দ’ খাৱৈত পৰিল যাত্ৰীবাহী বাছ। এই দুৰ্ঘটনাত ৭ গৰাকীকৈ লোকৰ কৰুণ মৃত্যু হোৱাৰ লগতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ১০ জনকৈ লোক। জানিব পৰা

চিকিৎসালয়ত ভয়ংকৰ অগ্নিকাণ্ড, জীৱন্তে অগ্নিদগ্ধ হৈ কৰুণ মৃত্যু দুই কণমানি সন্তানসহ চিকিৎসকৰ

নিউজ ডেস্ক, ২৫ চেপ্তেম্বৰঃ অন্ধ্ৰ প্ৰদেশৰ তিৰুপতি জিলাৰ ৰেনিগুণ্টাত নৱনিৰ্মিত এখন ব্যক্তিগত চিকিৎসালয়ত ভয়ংকৰ অগ্নিকাণ্ড। এই অগ্নিকাণ্ডত এজন চিকিৎসক আৰু তেওঁৰ দুই সন্তান অগ্নিদ্বগ্ধ হৈ মৃত্যু হৈছে। নিহত চিকিৎসকগৰাকীক ডা০ ৰবিশংকৰ ৰেড্ডী

ভাৰতীয় মহিলা ক্ৰিকেটৰ পৰা অৱসৰ ঝুলন গোস্বামীৰ

নিউজ ডেস্ক, ২৫ চেপ্তেম্বৰঃ ২০বছৰীয়া ক্ৰিকেট যাত্ৰাৰ সমাপ্তি৷ ভাৰতীয় মহিলা ক্ৰিকেটৰ পৰা অৱসৰ ঝুলন গোস্বামীৰ ৷ ঝুলন গোস্বামীয়ে শনিবাৰে তেওঁৰ কেৰিয়াৰৰ অন্তিমখন আন্তঃৰাষ্ট্ৰীয় খেলত অংশগ্ৰহণ কৰিছিল। ভাৰতৰ হৈ ২০৪ খন এদিনীয়া আন্ত:ৰাষ্ট্ৰীয়

শোণিতপুৰৰ খনামুখৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দূৰ্ঘটনা

নিউজ ডেস্ক, ২৫ চেপ্তেম্বৰঃ শোণিতপুৰৰ খনামুখৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা। বাছ, এল্ট' আৰু মাৰুতি ভেনৰ মুখামুখি সংঘৰ্ষত এই দূৰ্ঘটনা সংঘটিত হয়। দূৰ্ঘটনাত কেইবাজনো লোক গুৰুতৰভাৱে আহত হয়। আহত ভেনৰ চালকক অতি সংকটজনক অৱস্থাত

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক টাৰ্গেট পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়াৰ

নিউজ ডেস্ক, ২৫ চেপ্তেম্বৰঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পাটনা ৰেলীক লক্ষ্য কৰি লৈছিল পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়াই। এই কথা দাবী কৰিছে বলৱৎকাৰী সঞ্চালকালয়ে। ইয়াৰ উপৰিও পি এফ আইয়ে সন্ত্ৰাসবাদী কোষ গঠন, মাৰাত্মক অস্ত্ৰ-শস্ত্ৰ আৰু বিস্ফোৰক

অৰুনাচল প্ৰদেশৰ টিপ্পীত ভয়ঙ্কৰ ভূমিস্খলন

নিউজ ডেস্ক, ২৫ চেপ্তেম্বৰঃ অৰুণাচলৰ টিপ্পীৰ ভূমিস্খলনৰ ঘটনাত পাহাৰৰ পৰা নৈত বাগৰি পৰিল তিনিখনকৈ বাহন। আনহাতে, নৈত সোমাল অইল টেংকাৰ, মাৰুতি ভান, বলেৰ’ পিকআপ ভান। ভূমিস্খলনৰ ফলত বৰ্তমান বন্ধ হৈ পৰিছে বমডিলা-টাৱাং পথ। যাৰ বাবে যাতায়াত ব্যাহত

গেৰুকামুখৰ জলবিদ্যুৎ প্ৰকল্পত পুনৰ অঘটন

নিউজ ডেস্ক, ২৫ চেপ্তেম্বৰঃ গেৰুকামুখৰ জলবিদ্যুৎ প্ৰকল্পত পুনৰ অঘটন ৷ পানীৰ প্ৰবল হেঁচাত ভাগি পৰিল বান্ধৰ সোঁ-পাৰৰ গাৰ্ড ৱাল ৷ ইটোৰ পাছত সিটো অঘটন নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত ৷ নামনি অঞ্চললৈ আহিছে তীব্ৰ ভাবুকি, যিকোনো মুহূৰ্তত হ'ব