Daily Time Axom

আজি শুভ মহালয়া

নিউজ ডেস্ক, ২৫ চেপ্তেম্বৰঃ শাৰদীয় দুৰ্গোৎসৱৰ বতৰাৰে আজি দেশজুৰি উদযাপন কৰা হৈছে মহালয়া । আজিৰে পৰা পিতৃপক্ষৰ শেষত আৰম্ভ হৈছে দেৱীপক্ষ । পুৰাণ অনুযায়ী এই দিনটোতে আৱিৰ্ভাৱ ঘটে দেৱী দু্ৰ্গাৰ । মহালয়া উপলক্ষ্যে ৰাজ্যৰ ভিন্ন প্ৰান্তত বিশেষ

আজি নাজিৰাৰ গড়গাঁও মহাবিদ্যালয়ত ৰাষ্ট্ৰীয় সেৱা আঁচনি দিবস উদযাপন

ঐতিহ্যমণ্ডিত গড়গাঁও মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ উদ্যোগত ২৪ ছেপ্টেম্বৰ তাৰিখে উলহ-মালহেৰে উদযাপন কৰা হয় ৰাষ্ট্ৰীয় সেৱা আঁচনি দিৱস। মহাবিদ্যালয় প্ৰাংগনত চাফাই অভিযান আৰু গছ পুলি ৰোপনেৰে প্ৰাৰম্ভিক কাৰ্যসূচী সম্পাদন কৰা হয়।

অন্যায় ঢাকিবলৈ মিছা অভিযোগ! ৰাষ্ট্ৰসংঘত পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজৰ ভাষণক ভাৰতে গৰিহণা দিছে

ৰাষ্ট্ৰসংঘৰ ৭৭ সংখ্যক সাধাৰণ পৰিষদত কাশ্মীৰক লৈ পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে দিয়া ভাষণক ভাৰতে গৰিহণা দিয়ে। শুকুৰবাৰে পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ ভাষণৰ প্ৰতি সঁহাৰি জনাই ৰাষ্ট্ৰসংঘত ভাৰতৰ স্থায়ী মিছনৰ প্ৰথম সচিব মিজিটো

পুনৰ NHPCত অঘটন,পাহাৰ খহি বন্ধ হ’ল ইনটেক টানেল

নিউজ ডেস্ক, ২৪ চেপ্তেম্বৰঃ পুনৰ NHPCত অঘটন। পাহাৰ খহি বন্ধ হ'ল ইনটেক টানেল। ৫ টা টানেলৰ ২ টা টানেল বন্ধ হৈ পৰাত ভয়ংকৰ প্ৰলয়ৰ আশংকা কৰা হৈছে ৷ টানেল দুটাৰ পানী সোৱণশিৰিৰে নামনি অংশলৈ ঢাল লোৱাৰ আশংকা ৷ ইয়াৰপিছতেই নামনিত প্ৰৱল বানৰ আশংকা

ৰাজ্যিক কেবিনেটঃ চাহ বাগিচাৰ শ্ৰমিকসকললৈ পূজা বোনাচ, মাইক্ৰ’ফাইনেন্স ঋণ ধাৰকসকললৈ সকাহ প্ৰদান

নিউজ ডেস্ক, ২৪ চেপ্তেম্বৰঃ শুকুৰবাৰে অনুষ্ঠিত হয় ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক। এই বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। কেবিনেট বৈঠকৰ অন্তত সিদ্ধান্তসমূহ সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। অসম চাহ নিগম

আজিৰে পৰা কাজিৰঙাত বিজেপিৰ চিন্তন শিবিৰ

নিউজ ডেস্ক, ২৪ চেপ্তেম্বৰঃ আজিৰে পৰা কাজিৰঙাত বিজেপিৰ চিন্তন শিবিৰ। কহৰা বৰগছ ৰিজৰ্টত তিনিদিনীয়াকৈ চিন্তন শিবিৰ। ২০২৪ৰ লোকসভা নিৰ্বাচনৰ প্রতি লক্ষ্য ৰাখি বৈঠকৰ আয়োজন। এই বৈঠকৰ আয়োজন কৰিছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই৷ মিত্ৰজোঁটৰ

পুনৰ ঘোচ লৈ হাতে-লোটে ধৰা পৰিল চৰকাৰী বিষয়া

নিউজ ডেস্ক, ২৩ চেপ্তেম্বৰঃ পুনৰ ঘোচ লৈ হাতে- লোটে ধৰা পৰিল নগাঁও ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ লাট মণ্ডল ৰঞ্জিত মহন্ত। নামজাৰিৰ বাবে ঘোচ বিচৰাৰ অভিযোগ মহন্তৰ বিৰুদ্ধে। মাটি বাৰী চৰকাৰী কামৰ বাবে মহন্তই ধন দাবী কৰি হাৰাশাস্তি কৰি আহিছিল

বৰমাত হাতীৰ দাঁতসহ তিনিজন সৰবৰাহকাৰীক আটক

নিউজ ডেস্ক, ২৩ চেপ্তেম্বৰঃ বৰমাত উদ্ধাৰ এটা হাতীৰ দাঁত । বৰমা আৰক্ষীৰ অভিযানত হাতীৰ দাঁতসহ তিনিজন সৰবৰাহকাৰীক আটক কৰা হয়।বৰমা আৰক্ষীৰ অভিযানত জব্দ প্ৰায় ১ফুট দৈৰ্ঘ্যৰ হাতীৰ দাঁত।বৰমাৰ কাঁচিয়লি ৰেষ্টুৰেণ্টৰ পৰা আৰক্ষীয়ে গোপন সূত্ৰৰ পমখেদি

সু-খবৰ! শীঘ্ৰে পুনৰ ওলাব ১০ হাজাৰ চৰকাৰী চাকৰিৰ বিজ্ঞাপন-মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা

নিউজ ডেস্ক, ২৩ চেপ্তেম্বৰঃ অতি শীঘ্ৰে আৰু ১০ হাজাৰ চাকৰিৰ বিজ্ঞাপন অচিৰেই মুকলি হ’ব। এই কথা আজি ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। খানাপাৰাত ১১ হাজাৰ ২৩৬গৰাকী প্ৰাৰ্থীক নিযুক্তি প্ৰদান অনুষ্ঠানত ভাষণ প্ৰদানৰ সময়ত মুখ্যমন্ত্ৰীয়ে কয়

আজি জনজাতিকৰণ, পৃথক কমতাপুৰৰ দাবীত আক্ৰাছুৰ ২৪ ঘণ্টীয়া অসম বন্ধ ঘোষণা

নিউজ ডেস্ক, ২৩ চেপ্তেম্বৰঃ আজি আক্ৰাছুৰ ২৪ ঘণ্টীয়া অসম বন্ধৰ আহ্বান।পুৱা পাঁচ বজাৰ পৰা ২৪ ছেপ্তম্বৰৰ পুৱা পাঁচ বজালৈ বন্ধৰ আহ্বান আক্ৰাছুৰ।এক প্ৰেছ বিবৃতিৰ যোগে এই কথা প্ৰকাশ কৰিছে সংগঠনটোৰ কেন্দ্ৰীয় সাধাৰন সম্পাদক সুনাধৰ ৰায়ে।