Daily Time Axom

তিনিচুকীয়াত সন্দেহজনক পত্নীসহ ISI সদস্যক আটক

নিউজ ডেস্ক, ২৩ চেপ্তেম্বৰঃ তিনিচুকীয়াত সন্দেহজনক ISI আটক। পত্নীসহ আটক কৰে সন্দেহজনক ISI সদস্য। তিনিচুকীয়াৰ হোটেল ছেফায়াৰৰ পৰা আটক কৰা হয় মহম্মদ হায়াট খাতিব আৰু পত্নী ছামিনা য়াকুবক। ভাৰতীয় সেনা আৰু তিনিচুকীয়া আৰক্ষীয়ে কৰে আটক

১৫ অক্টোবৰত পৰ্যটকৰ বাবে মুকলি হ’ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

নিউজ ডেস্ক, ২৩ চেপ্তেম্বৰঃ ২০২২-২৩ পৰ্যটন বৰ্ষৰ বাবে সাজু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ। ১৫ অক্টোবৰত পুনৰ মুকলি হ’ব বিশ্ব ঐতিহ্যক্ষেত্ৰ ৰাষ্ট্ৰীয় উদ্যানখন। ৰাজ্যৰ মুখ্যপ্ৰধান বন সংৰক্ষক এম কে যাদৱে এই কথা প্ৰকাশ কৰে। পৰ্যটকৰ অন্যতম

পূজাৰ মাজতেই মুকলি কৰা হ’ব আৰ্যবিদ্যাপীঠৰ সন্মুখৰ উৰণীয়া সেতু- হিমন্ত বিশ্ব শৰ্মা

নিউজ ডেস্ক, ২৩ চেপ্তেম্বৰঃ মহানগৰৰ আৰ্যবিদ্যাপীঠৰ সন্মুখৰে পাৰ হৈ যোৱা উৰণীয়া সেতুখনৰ নিৰ্মাণ প্ৰায় শেষ হৈ উঠিছে। অহা ২ অক্টোবৰত আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন কৰা হ'ব এই নিৰ্মীয়মান উৰণীয়া সেতুখন। পূজাৰ মাজতে বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত

আজি ৰাজ্য চৰকাৰৰ দ্বিতীয়টো বৃহৎ নিযুক্তি পত্র বিতৰণ অনুষ্ঠান

নিউজ ডেস্ক, ২৩ চেপ্তেম্বৰঃ আজি ৰাজ্য চৰকাৰৰ দ্বিতীয়টো বৃহৎ নিযুক্তি পত্র বিতৰণ অনুষ্ঠান। খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত ব্যাপক আয়োজন কৰা হৈছে। নিযুক্তি পত্র গ্রহণ কৰিবলৈ গুৱাহাটীত ভিৰ প্রাৰ্থীসকলৰ। ২৪টা বিভাগত ১১,২৩৬ প্রাৰ্থীয়ে

তুলসী পাতৰ ব্যৱহাৰ

তুলসী এবিধ বনৌষধি। ডেকা-বুঢ়া সকলোৱে চিনি পায়। ইয়াৰ বনৌষধি গুণৰ বিষয়ে বহু লোক সচেতন। তদুপৰি তুলসী এন্টিভাইৰেল বুলিও বৈজ্ঞানিক অধ্যয়নে প্ৰমাণ কৰিছে। ঘৰতে বিভিন্ন ধৰণৰ ৰোগ নিৰাময়ৰ বাবে তুলসী পাতৰ ব্যৱহাৰ বহুতে জানে। তদুপৰি ধুনীয়া ছাল

পুটিনৰ সেনা সমাবেশৰ আহ্বান, পলায়ন কৰিছে জনসাধাৰণ

বুধবাৰে ৰাছিয়াই ইউক্ৰেইন যুদ্ধৰ বাবে ৩ লাখ সংৰক্ষিত সৈন্য সংগঠিত কৰাৰ কথা ঘোষণা কৰে। বহুতে কয় যে দ্বিতীয় বিশ্বযুদ্ধৰ পিছত ৰাছিয়াই এনে পদক্ষেপ প্ৰথমবাৰৰ বাবে গ্ৰহণ কৰিছে। পুটিনৰ এই ঘোষণাৰ পিছতে দেশৰ জনসাধাৰণৰ মাজত ৰাছিয়া এৰি যোৱাৰ

যি বৈশিষ্ট্যৰ বাবে আপোনাৰ প্ৰেমত কোনো নপৰে

বহুতৰে কাৰোবাৰ লগত দীৰ্ঘদিনীয়া প্ৰেমৰ প্ৰবল ইচ্ছা থাকে, কিন্তু নিজৰ কিছুমান বেয়া অভ্যাসৰ বাবে সেয়া নহয়।তেতিয়া ভাগ্যই বাধাৰ সৃষ্টি কৰে। জানো কি কি বেয়া বৈশিষ্ট্য আছে? অত্যধিক বা ফুলি উঠা আশাবহু সময়ত আমি চিনেমা বা কিতাপৰ পৰা প্ৰেমৰ

তামান্না ভাটিয়াৰ বহু প্ৰতীক্ষিত ছবি ‘বাবলি বাউন্সাৰ’

কাইলৈ ​​ডিজনী প্লাছ হটষ্টাৰত মুক্তি পাব দক্ষিণ অভিনেত্ৰী তামান্না ভাটিয়াৰ বহু প্ৰতীক্ষিত ছবি ‘বাবলি বাউন্সাৰ’। চিনেমা প্ৰেমী সকলে চিনেমাখনক লৈ বৰ কৌতুহলী। মধুৰ ভাণ্ডাৰকাৰৰ পৰিচালনাত নিৰ্মিত এই চিনেমাখনত দৰ্শকে এক বেলেগ তামন্নাক চাবলৈ

ৰাস্তাত উলংগ হৈ খোজ কাঢ়ি ঘৰ পালেহি ১৫ বছৰীয়া ধৰ্ষিতা কিশোৰী

বিভিন্ন অপৰাধৰ দৈনন্দিন খবৰ সংবাদ মাধ্যমলৈ আহে। অপহৰণ, ধৰ্ষণ সমগ্ৰ বিশ্বতে দৈনন্দিন ঘটনা হৈ পৰিছে। এই সকলোবোৰ অপৰাধৰ ভিতৰত এনে কিছুমান গোচৰ আছে যিবোৰে সকলো স্তৰৰ বৰ্বৰতা অতিক্ৰম কৰে। এইবাৰ ভাৰতৰ উত্তৰ প্ৰদেশৰ মোৰাদাবাদ অঞ্চলত এনে এক

পাৰমাণৱিক আক্ৰমণ চলালে ৰাচিয়া জয়ী হ’ব নোৱাৰে

আমেৰিকা যুক্তৰাষ্ট্ৰ নেতৃত্বাধীন নাটোৰ সামৰিক মিত্ৰজোঁটৰ মহাসচিব জেন্স ষ্টলটেনবাৰ্গে কয় যে পাৰমাণৱিক আক্ৰমণ চলালে মস্কোৱে জয়ী হ’ব নোৱাৰে। কিন্তু এই যুদ্ধত কোন জয়ী হ’ব সেই কথা উল্লেখ কৰা নাই নাটোৰ মহাসচিবগৰাকীয়ে। ইউক্ৰেইনৰ পূব সীমান্তত