Daily Time Axom

বটদ্ৰৱা থানা জ্বলোৱা কাণ্ডৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ

নিউজ ডেস্ক, ২১ চেপ্তেম্বৰঃ বটদ্ৰৱা থানা জ্বলোৱা কাণ্ডৰ আন এটা মূল অভিযুক্তক গ্ৰেপ্তাৰ। মৈৰাবাৰীৰ এটা ইটাভাটাৰ পৰা গ্ৰেপ্তাৰ অভিযুক্ত ছফিকুলক। নগাঁও আৰু মৰিগাঁও জিলা আৰক্ষীৰ যৌথ অভিযানত মৰিগাঁও জিলাৰ মৈৰাবাৰীৰ এটা ইটা ভাটাত অভিযান চলাই

জনপ্ৰিয় কমেডিয়ান ৰাজু শ্ৰীবাস্তৱৰ দেহাৱসান

নিউজ ডেস্ক, ২১ চেপ্তেম্বৰঃ জনপ্ৰিয় কমেডিয়ান ৰাজু শ্ৰীৱাস্তৱৰ দেহাৱসান। দিল্লীৰ AIIMSত শেষ নিশ্বাস ত্যাগ কৰে কমেডিয়ানগৰাকীয়ে। ১০ আগষ্টত হৃদৰোগত আক্ৰান্ত হোৱাৰ পিছত তেওঁক ভৰ্তি কৰোৱা হৈছিল এইমছত। ৫৮ বছৰীয়া কৌতুক অভিনেতাগৰাকীয়ে বিগত ৪১ দিন

তামুলপুৰত বিজেপি সংখ্যালঘু মৰ্চাৰ উদ্যোগত বিনামূলীয়া স্বাস্থ্য সেৱা অভিযান

দেশৰ যশস্বী প্ৰধান মন্ত্রী নৰেন্দ্ৰ মোদীৰ জন্ম দিন পোন্ধৰ দিনীয়া কাৰ্য্যসূচীৰে ১৭ চেপ্টেম্বৰৰ পৰা ২ অক্টোবৰ তাৰিখলৈ সেৱা পষেক হিচাবে পালন কৰিছে সমগ্ৰ দেশৰ বিজেপি কাৰ্যকৰ্তা সকলে ।আজি তামুলপুৰ জিলা সংখ্যালঘু মৰ্চাৰ সভাপতি ইমামুদ্দিন আহমেদৰ

ভাওৰাগুৰীৰ আমিনকাটাত পথ দুৰ্ঘটনাত শিশু নিহতঃ আহত ২

গোসাইগাঁও মহকুমাৰ ভাওৰাগুৰি আৰক্ষী চকীৰ অন্তৰ্গত আমিনকাটাত আজি পুৱা পথ দুৰ্ঘটনাত এটি তিনি বছৰীয়া শিশু নিহত হোৱাৰ লগতে আন দুজন আহত হৈ চিকিৎসাধীন হৈ আছে ৷ নিহত শিশুটো ভাওৰাগুৰিৰ আহমেদপুৰ নিবাসী প্ৰয়াত মতিউৰ ৰহমানৰ পুত্ৰ মেতাবুল মিন

কুমাৰীকাটাৰ খৈৰাণীত বনৰীয়া হাতীৰ তাণ্ডৱ, কেইবাটাও বাসগৃহ লণ্ডভণ্ড

ভাৰত- ভূটান সীমান্তত অব্যাহত আছে হস্তী-মানুহৰ সংঘাত। তামুলপুৰ জিলাৰ ভাৰত-ভূটান সীমান্তত হস্তী-মানৱৰ সংঘাতে লৈছে ভয়ংকৰ ৰূপ। যোৱা নিশা কুমাৰীকাটা বনাঞ্চলিক কাৰ্য্যলয় অধীনস্থ খৈৰাণীত জাকৰ পৰা ফালৰি কাটি অহা এটা প্ৰকাণ্ড হাতীয়ে লাল বাহাদুৰ

ডন ৩ কেতিয়া আহিব?

ডন ৩ কেতিয়া আহিব? বুজিব পৰা নাই শ্বাহৰুখ খানে ফাৰহান আখতাৰৰ চিত্ৰনাট্য বাতিল কৰাৰ পাছৰে পৰা দৰ্শক উৎকণ্ঠাত পৰিছে। শেষত নিশ্চিতভাৱে নিৰ্মাণ হ’ব ছবিখন, আৰু শ্বাহৰুখ থাকিব - সেইটোৱেই সকলোৱে আশা কৰে। যদিও ফাৰহানৰ এই পৰিকল্পনা আকাশলংঘী, তথাপিও

জাৰ্মানীৰ বিমানৰ পৰা নমাই দিয়া হ’ল ভগৱন্ত মানক ! এই বিষয়ত তদন্ত কৰা হ’ব

পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানক ফ্ৰেংকফৰ্টত মদ্যপান কৰাৰ বাবে বিমানখনৰ পৰা বাহিৰ কৰি দিয়া হয়। এনে অভিযোগৰ বাবেই পঞ্জাৱৰ ৰাজনীতি অশান্ত হৈ পৰিছে। এনে অভিযোগ উত্থাপন কৰিছে বিৰোধী দল শিৰোমণি আকালি দলে। শিৰোমণি আকালি দলৰ নেতা সুখবীৰ

ভিক্টৰ দাসক চাকৰিৰ পৰা নিলম্বন, জিলা প্ৰাথমিক শিক্ষা বিষয়াই নিলম্বন কৰে ভিক্টৰক

নিউজ ডেস্ক, ২০ আগষ্টঃ অৱশেষত ভিক্টৰ দাসক নিলম্বন। পূব পানীটেমা ৰাধা কৃষ্ণ যুগল মিলন এল পি স্কুলৰ শিক্ষক আছিল ভিক্টৰ দাস। প্ৰধান শিক্ষকৰ প্ৰতিবেদনৰ ভিত্তিত জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ নিৰ্দেশত নিলম্বন ভিক্টৰ দাসক। চৰকাৰী চাকৰি কৰাৰ উপৰিও

ৰাজ্যিক বীমা নিগমত চাকৰিৰ মাহিলী দৰমহা ৯২০০০ টকা, এতিয়াই আবেদন কৰক

শেহতীয়াকৈ কৰ্মচাৰী ৰাজ্যিক বীমা নিগমে (কৰ্মচাৰী ৰাজ্যিক বীমা নিগম) বিশেষজ্ঞ, আৱাসী আৰু জ্যেষ্ঠ আৱাসী পদত নিযুক্তিৰ বাবে এক অধিসূচনা জাৰি কৰিছে। ইচ্ছুক আৰু যোগ্য প্ৰাৰ্থীয়ে শীঘ্ৰেই আবেদন কৰিব পাৰিব। অধিক জানিবলৈ প্ৰাৰ্থীসকলে কৰ্মচাৰী

পূজাৰ আগত টকা আহিব? পানীৰ দৰে খৰচ হ’বনে? আপোনাৰ ৰাশি তুলনা কৰি জানি লওক

আমাৰ দেশৰ বৈদিক জ্যোতিষ বিজ্ঞানত কোৱা হৈছে যে আমাৰ ৰাশিৰ ১২টা ৰাশি মানৱ জীৱনৰ বিভিন্ন দিশ বিশদভাৱে বৰ্ণনা কৰিবলৈ সক্ষম। প্ৰতিটো ৰাশিয়ে নিজৰ দৈনন্দিন গ্ৰহৰ ভিন্ন অৱস্থানৰ বাবে জীৱনত বিভিন্ন ঘটনাৰ সন্মুখীন হয়। সেইবাবেই জ্যোতিষ বিজ্ঞানে