Daily Time Axom

আজি অসম আৰক্ষীৰ ২৪৪২টা SI আৰু কণিষ্টবল (AB & UB) পদৰ ফলাফল ঘোষণা

নিউজ ডেস্ক, ১৮ চেপ্তেম্বৰঃ আজি ঘোষণা কৰা হ'ল অসম আৰক্ষীৰ উপ-পৰিদৰ্শক নিযুক্তি পৰীক্ষাৰ ফলাফল । ২০২১ বৰ্ষত অনুষ্ঠিত হৈছিল অসম আৰক্ষীৰ উপ-পৰিদৰ্শক আৰু কনিষ্টবলৰ নিযুক্তি পৰীক্ষা ।পৰীক্ষাৰ্থী সকলে www.slpbr.com ৱেবচাইট যোগে ফলাফল সমূহ চাব

মহানগৰীত প্ৰাক্তন মন্ত্ৰী পুত্ৰৰ মূৰত গুলীয়াই আত্মহত্যা

নিউজ ডেস্ক, ১৬ চেপ্তেম্বৰঃ গুৱাহাটীত প্রাক্তন মন্ত্রীৰ পুত্রৰ আত্মহত্যা। প্রাক্তন মন্ত্রী তিলক গগৈৰ পুত্র ধ্রুৱ গগৈৰ আত্মহত্যা। পকেটত উদ্ধাৰ হৈছে আত্মহত্যা কৰা ধ্ৰুৱ গগৈৰ ছুচাইড নোট। গুৱাহাটীৰ ৰুক্মিণী গাঁৱৰ ষ্টাৰ ক্ৰেষ্ট এপাৰ্টমেণ্টত

ভিক্টৰ দাসৰ জামিন মঞ্জুৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

নিউজ ডেস্ক, ১৬ চেপ্তেম্বৰঃ শুকুৰবাৰে দিনৰ ১১ বজাৰ পৰা ভিক্টৰ দাসৰ জামিন আৱেদনৰ শুনানি গ্ৰহণ কৰি আদালতে ভিক্টৰ দাসৰ অন্তৱৰ্তীকালীন জামিন মঞ্জুৰ কৰে। লগতে আদালতে আৰক্ষীক অহা ২৯ ছেপ্টেম্বৰত কেছ ডায়েৰী দাখিলৰ নিৰ্দেশ দিয়ে। উল্লেখ্য যে,

আজি দিনৰ ১১ বজাৰ পৰা অনলাইনযোগে মুকলি হৈছে ভাৰত- দক্ষিণ আফ্ৰিকাৰ T-20 মেচৰ টিকট বিক্ৰী

নিউজ ডেস্ক, ১৬ চেপ্নেম্বৰঃ ২ অক্টোবৰত বৰ্ষাপাৰাত অনুষ্ঠিত হ’ব ভাৰত-দক্ষিণ আফ্ৰিকাৰ T20 মেচ ৷ আজি প্ৰথম পৰ্যায়ৰ টিকট বিক্ৰী। দিনৰ ১১ বজাত অনলাইনযোগে টিকট ক্ৰয় কৰিব পাৰিব ক্ৰিকেট প্ৰেমীসকলে৷ BookMyShowৰ পৰা ক্ৰয় কৰিব পাৰিব এই টিকট ৷ প্ৰথম

এইবাৰ যান-বাহনৰ ওপৰত কৰ বৃদ্ধিৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ

নিউজ ডেস্ক, ১৬ চেপ্তেম্বৰঃ পেট্ৰ'ল-ডিজেল, অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে এইবাৰ যান-বাহনৰ ওপৰত কৰ বৃদ্ধিৰ সিদ্ধান্ত লৈছে ৰাজ্য চৰকাৰে। ১৫ বছৰতকৈয়ো পুৰণি বাহনৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব এই কৰ। আজি বিধানসভাত উত্থাপন হ'ব এই সম্পৰ্কীয় বিধেয়ক।

মহানগৰীত পুনৰ চাঞ্চল্যকৰ শিশু অপহৰণৰ ঘটনা

নিউজ ডেস্ক, ১৬ চেপ্তেম্বৰঃ পুনৰ গুৱাহাটী মহানগৰীত কিশোৰী অপহৰণৰ ঘটনা সংঘটিত হৈছে। টিউচনলৈ নিয়াৰ পথত ১০ বছৰীয়া কিশোৰীগৰাকীক অপহৰণ কৰি মুক্তিপণৰ বাবে পৰিয়ালক ৭ লাখ টকা দাবী ঘৰুৱা চালকৰ। অৱশ্যে আৰক্ষীৰ তৎপৰতাত যোৰাবাটৰ গণেশ মন্দিৰৰ সমীপৰ পৰা

কাশ্মীৰ উপত্যকাত নিৰাপত্তা বাহিনীৰ সৈতে সংঘৰ্ষত নিহত দুজন উগ্ৰপন্থী

কাশ্মীৰ উপত্যকাত নিৰাপত্তা বাহিনীৰ সৈতে সংঘৰ্ষত নিহত দুজন উগ্ৰপন্থী। জম্মু-কাশ্মীৰৰ ৰাজধানী শ্ৰীনগৰৰ উপকণ্ঠ অঞ্চলৰ নৌগাম অঞ্চলত বুধবাৰে নিশা সংঘটিত হয় এই ঘটনা। আৰক্ষীৰ সূত্ৰ অনুসৰি নিৰাপত্তা বাহিনীয়ে নিৰ্দিষ্ট তথ্যৰ ভিত্তিত

জন্মু-কাশ্মীৰত সংঘটিত হৈছে ভয়ংকৰ বাছ দুৰ্ঘটনা, দ-খাৱৈত বাগৰি পৰে যাত্ৰীবাহী বাছ

নিউজ ডেস্ক, ১৪ চেপ্তেম্বৰঃ জন্মু-কাশ্মীৰত সংঘটিত হৈছে ভয়ংকৰ বাছ দুৰ্ঘটনা ৷ দ-খাৱৈত বাগৰি পৰে যাত্ৰীবাহী বাছ ৷ এই পথ দুৰ্ঘটনাত নিহত হয় ৯গৰাকী লোক আৰু আহত হয় ৮গৰাকী ৷ জন্মু-কাশ্মীৰৰ পুঞ্চ জিলাত সংঘটিত হয় দুৰ্ঘটনাটো ৷ এই দুৰ্ঘটনাৰ পিছতেই

চাকৰিৰ দালাল কুঁহিৰাম ডেকাক গ্ৰেপ্তাৰ দৰং আৰক্ষীৰ

নিউজ ডেস্ক, ১৪ চেপ্তেম্বৰঃ চৰকাৰী চাকৰিৰ দালাল কুঁহিৰাম ডেকাক আটক।দিছ্পুৰ আৰক্ষীয়ে মঙলদৈৰ পৰা আটক কৰে কুঁহিৰাম ডেকাক। জলসম্পদ বিভাগৰ চাকৰিৰ নামত দালালিৰ অভিযোগত দৰং আৰক্ষীয়ে দিছপুৰ আৰক্ষীৰ তথ্যৰ ভিত্তিত গ্ৰেপ্তাৰ কৰে। চৰকাৰী চাকৰিৰ

নগাঁৱত চাঞ্চল্যকৰ ঘটনা, হাত ভৰি বন্ধা অৱস্থাত উদ্ধাৰ মহিলাৰ মৃতদেহ

নিউজ ডেস্ক, ১৩ চেপ্তেম্বৰঃ মঙলবাৰে পুৱা নগাঁৱত সংঘটিত হয় এক ভয়ংকৰ ঘটনা। নগাঁও চহৰৰ মাজ-মজিয়াত কোনো দুৰ্বৃত্তই হাত-ভৰি বান্ধি এগৰাকী মহিলাক নৃশংসভাৱে হত্যা কৰে। স্থানীয় ৰাইজে ডকাইতৰ দলে মহিলাগৰাকীক হত্যা কৰাৰ সন্দেহ। নগাঁৱৰ গোটলাইপট্টিত