Daily Time Axom

মহানগৰীৰ হোটেলত উদ্ধাৰ CID বিষয়া নিৰ্মল ভূঞাৰ মৃতদেহ

নিউজ ডেস্ক, ১৩ চেপ্তেম্বৰঃ গুৱাহাটীৰ এখন হোটেলত উদ্ধাৰ হৈছে এটা মৃতদেহ। মহানগৰীৰ ভগৱান হোটেলত উদ্ধাৰ হৈছে মৃতদেহটো।এই মৃতদেহটো CIDৰ ASI নিৰ্মল ভূঞাৰ। ASI জনৰ ঘৰ নলবাৰীত বুলি জানিব পৰা গৈছে।ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষীৰ দল।আৰক্ষীৰ দলটোৱে

গুজৰাটত অটো চালকৰ ঘৰত নিশাৰ আহাৰ গ্ৰহণ কৰিবলৈ গ’ল কেজৰিৱাল

নিউজ ডেস্ক, ১৩ চেপ্তেম্বৰঃ সমাগত গুজৰাট নিৰ্বাচনৰ মাজতে অটোচালকৰ ঘৰত নৈশ আহাৰ গ্ৰহণেৰে নিৰ্বাচনী চমক কেজৰিৱালৰ। অটোত উঠি চালকজনৰ ঘৰলৈ নিশাৰ আহাৰ গ্ৰহণ কৰিবলৈ যোৱা কেজৰিৱালক প্ৰথমে গুজৰাট আৰক্ষীয়ে নিৰাপত্তাৰ কথা উল্লেখ কৰি অটোত ভ্ৰমণত

অসমলৈ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে. পি নাড্ডা আৰু গৃহমন্ত্ৰী অমিত শ্বাহ

নিউজ ডেস্ক, ১৩ চেপ্তেম্বৰঃ অহা ৭ অক্টোবৰত গুৱাহাটীলৈ আহিব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা। দলীয় কৰ্মীৰ সৈতে অনুষ্ঠিত হোৱা বৈঠকত অংশগ্ৰহণ কৰিব ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে। আনহাতে, ৮ অক্টোবৰত দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ আহিব অসমলৈ।কেইবাটাও

টি-২০ বিশ্বকাপৰ বাবে ঘোষণা কৰা হ’ল ভাৰতীয় দল

নিউজ ডেস্ক, ১২ চেপ্তেম্বৰঃ T20 বিশ্বকাপৰ বাবে ভাৰতীয় দল ঘোষণা কৰা হৈছে। ৰোহিত শৰ্মাৰ নেতৃত্বত ১৫ জনীয়া দল ঘোষণা কৰে BCCIয়ে। আনহাতে উপ-অধিনায়কৰ দায়িত্বত থাকিব কে এল ৰাহুল। লগতে মিডল অৰ্ডাৰ চম্ভালিব বিৰাট কোহলী, সূৰ্য কুমাৰ যাদৱ আৰু দীপক

‘ঘৰত কাম কৰা ল’ৰা-ছোৱালী ৰাখিলে জনাব লাগিব থানাত’- সদনত ঘোষণা মুখ্যমন্ত্ৰীৰ

নিউজ ডেস্ক, ১২ চেপ্তেম্বৰঃ অসম বিধান সভাৰ শৰৎকালীন অধিৱেশনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বহুকেইটা গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰে। বিধানসভাত মুখ্যমন্ত্রীয়ে কয় যে- ‘ঘৰুৱা সহায়কাৰিক লৈ চৰকাৰে আনিব নতুন আইন’। ‘আদিবাসী সম্প্রদায়ৰ

ভিক্টৰ দাসৰ দদৰাস্থিত বাসগৃহত আৰক্ষীৰ অভিযান

নিউজ ডেস্ক, ১২ চেপ্তেম্বৰঃ ভিক্টৰ দাসৰ দদৰাৰ বাসগৃহত আৰক্ষীৰ অভিযান।সোমবাৰে চলাই আৰক্ষীয়ে এই অভিযান। অভিযানত আৰক্ষীয়ে জব্দ কৰিছে এটা লেপটপ।লগতে জব্দ কৰে বহু সামগ্ৰী।শনিবাৰে আদালতত হাজিৰ কৰা হৈছিল ভিক্টৰ দাসক।৭ দিনৰ আৰক্ষীৰ জিম্মাত দিছিল

কে কে মৰা বেছি দিন হোৱাই নাই তাৰ গান পাহৰিলিয়েই, কাইলৈ মই মৰিলে মোৰ গানো পাহৰি যাবি- জুবিন গাৰ্গ

নিউজ ডেস্ক, ১২ চেপ্তেম্বৰঃ ডিব্ৰুগড়ৰ বিশ্ববিদ্যালয়ৰ প্ৰথমটো ছাত্ৰ নিবাস পদ্মনাথ গোহাঞি বৰুৱা ছাত্ৰাবাসৰ সোণালী জয়ন্তী উপলক্ষে জুবিন গাৰ্গৰ গীতৰ অনুষ্ঠান। বিশ্ববিদ্যালয়ৰ শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰ খেলপথাৰত অনুষ্ঠিত হোৱা অনুষ্ঠানত

দিছপুৰ আৰক্ষীৰ জালত চাকৰিৰ নামত দালালি কৰা ৭ দালাল

নিউজ ডেস্ক, ১২ চেপ্তেম্বৰঃ চাকৰিৰ দালালৰ বিৰুদ্ধে মহানগৰ আৰক্ষীৰ বৃহৎ অভিযান। দেওবাৰে নিশা চলিছিল আৰক্ষীৰ এই অভিযান। গুৱাহাটীৰ হেঙেৰাবাৰীৰ পৰা ৭ দালালক গ্ৰেপ্তাৰ কৰে দিছপুৰ আৰক্ষীয়ে। জলসম্পদ বিভাগৰ চাকৰিৰ তালিকা প্ৰস্তুত কৰিছিল ৭ দালালে।

আজিৰে পৰা বিধানসভাৰ শৰৎ কালীন অধিৱেশন

নিউজ ডেস্ক, ১২ চেপ্তেম্বৰঃ অসম বিধান সভাৰ ২০২২ চনৰ শৰৎকালীন অধিৱেশন আজিৰে পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হ'ব। অসম বিধান সভা সচিবালয়ে নিৰ্ধাৰণ কৰা আজি চৰকাৰী কাৰ্যসূচী অনুসৰি মৃত্যু প্রসংগ, প্রশ্ন শিতানৰ লগতে অধ্যক্ষই অসম বিধান সভাৰ

দুবছৰৰ অন্তত আজি নাগৰিকত্ব সংশোধনী আইনৰ শুনানি

নিউজ ডেস্ক, ১১ চেপ্তেম্বৰঃ আজি হ'ব বহু বিতৰ্কিত নাগৰিকত্ব সংশোধনী আইনৰ শুনানি। ২১৯ খন আবেদনৰ ভিত্তিত শুনানি হ'ব উচ্চতম ন্যায়ালয়ত। কভিড-১৯ ৰ বাবে স্থগিত ৰখা এই শুনানি হ'ব প্ৰায় ২ বছৰ পাছত। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ উদয় উমেশ ললিতৰ