‘আশিকি ৩’ত কাৰ্তিকৰ বিপৰীতে জেনিফাৰ উইংগেট
৩৩ বছৰ পাৰ হ’ল৷ ২০২২ চনতো গীত, চলচ্চিত্ৰ কাহিনী, প্ৰেম - একোৱেই পুৰণি হোৱা নাই। ১৯৮৯ চনত মুক্তি লাভ কৰিছিল আশিকী। আজিও সেই ছবিখনৰ মোহৰ পৰা দৰ্শক ওলাই আহিব পৰা নাছিল। সেই মৰমৰ আধাৰত ২০১৩ চনত আহিছিল ‘আশিকী ২’। আৰু এইবাৰ আহি আছে 'আশিকী'ৰ!-->…