Daily Time Axom

ৰাজ্যৰ বিভিন্ন প্ৰান্তত গুৰু আৰু শিষ্যৰ মাজত উল্লাস

আজি শিক্ষক দিৱস, শিৱসাগৰ আৰু ডিব্ৰুগড় চহৰতো পবিত্ৰ দিনটো পালন আজি শিক্ষক দিৱস । দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি তথা প্ৰখ্যাত দাৰ্শনিক ড০ সৰ্বেপল্লী ৰাধাকৃষ্ণনৰ জন্ম বাৰ্ষিকী । ড০ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্ম বাৰ্ষিকী উপলক্ষে দেশ তথা ৰাজ্যৰ

ভাৰতীয় মূলৰ ঋষি সুনক পৰাস্ত কৰি ব্ৰিটেইনৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছে লিজ ট্ৰাছ

ভাৰতীয় মূলৰ ঋষি সুনক পৰাস্ত কৰি ব্ৰিটেইনৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছে লিজ ট্ৰাছ। সোমবাৰে শাসকীয় ৰক্ষণশীল দলে (কনজাৰ্ভেটিভ পাৰ্টি বা ট’ৰী) ভোটদানৰ ফলাফল ঘোষণা কৰে। ২০ হাজাৰৰো অধিক ভোটত জয়ী হৈছিল। মুঠ বৈধ ভোটৰ ভিতৰত লীজে

নলবাৰীত ড্ৰাগছসহ আটক দুই সৰবৰাহকাৰী

নিউজ ডেস্ক, ৪ ছেপ্তেম্বৰঃ ৰাজ্যত অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান। নলবাৰীৰ সুৰাদিত ড্ৰাগছসহ দুই সৰবৰাহকাৰীক আটক৷ গোপন সূত্ৰৰ ভিত্তিত নলবাৰী আৰক্ষীয়ে আটক কৰে দুয়োজনকে৷ আটকাধীন দুই সৰবৰাহকাৰী বাটচৰৰ আব্দুল আলী আৰু বৰ্ণীবাৰীৰ চফিকুল

গৰুৱে কলখেতি খোৱাক লৈ হাজোত এজনক নৃশংস হত্যা

নিউজ ডেস্ক, ৪ ছেপ্তেম্বৰঃ হাজোৰ দলৈটোলাত উত্তপ্ত পৰিস্থিতি। এটা হত্যাকাণ্ডক কেন্দ্ৰ কৰি হাজোৰ দলৈটোলাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। চাৰিজনীয়া দুৰ্বৃত্ত ভাতৃৰ আক্ৰমণত নিহত হৈছে মজিবৰ ৰহমান নামৰ এজন লোক। গৰুৱে পথাৰৰ খেতি খোৱাক কেন্দ্ৰ

জম্মু-কাশ্মীৰত আজি গোলাম নবী আজাদৰ নতুন দল গঠনৰ ঘোষণা

নিউজ ডেস্ক, ৪ ছেপ্তেম্বৰঃ গোলাম নবী আজাদে কংগ্ৰেছ ত্যাগ কৰাৰ পাছতেই জম্মু–কাশ্মীৰত এক নতুন ৰাজনৈতিক দল গঠনৰ কথা ঘোষণা কৰে। দেওবাৰে এক ৰাজনৈতিক ৰেলী আয়োজনেৰে তেখেতে নিজ দল গঠনৰ বিষয়ে ঘোষণা কৰে। প্ৰাক্তন জম্মু–কাশ্মীৰৰ মুখ্যমন্ত্ৰী গোলাম

ৰাজ্যত বন্ধ হ’ল ১,৭১০ খন প্ৰাথমিক বিদ্যালয়

নিউজ ডেস্ক,৪ ছেপ্তেম্বৰঃ অতি শীঘ্ৰেই ৰাজ্যত বন্ধ হ'ল ১,৭১০ খন প্ৰাথমিক বিদ্যালয়। বন্ধ হ'বলগীয়া বিদ্যালয়কেইখন হ'ল- বৰপেটা জিলাত ৬২ খন, বঙাইগাঁৱত ৬৮ খন, কাছাৰত ১২৯ খন, দৰঙত বন্ধ হ'ল ৬৪ খন বিদ্যালয়। ৮৫ খন বিদ্যালয় বন্ধ হ'ল ধেমাজি জিলাত।

হাৰিয়ানাৰ বিশ্ববিদ্যালয়ত গুলীচালনাৰ ঘটনা, ছাত্ৰসহ চাৰিজন লোক আহত

নিউজ ডেস্ক, ৪ ছেপ্তেম্বৰঃ হাৰিয়ানাৰ মহৰ্ষি দয়ানন্দ বিশ্ববিদ্যালয়ত গুলীচালনাৰ ঘটনা। এই ঘটনাত দুজন ছাত্ৰসহ প্ৰায় চাৰিজন লোক আহত হয়। বাতৰি অনুসৰি, ঘটনাটো কোনো আৰ্থিক বিবাদৰ বাবে সংঘটিত হৈছিল বুলি আৰক্ষীয়ে অনুমান কৰিছে।

ৰাজ্যৰ ২২ গৰাকী কৃতী শিক্ষকলৈ ৰাজ্যিক বঁটা

নিউজ ডেস্ক, ৪ ছেপ্তেম্বৰঃ ৰাজ্যৰ শিক্ষা বিভাগে ঘোষণা কৰিলে ৰাজ্যিক কৃতী শিক্ষকৰ বঁটাৰ তালিকা। সেই অনুসৰি মুঠ ২২ গৰাকী শিক্ষকে এইবাৰ লাভ কৰিছে এই বঁটা। কেন্দ্ৰীয় শিক্ষক দিৱসত প্ৰদান কৰা হ'ব এই বঁটা। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই

আজি এছিয়া কাপ ক্ৰিকেটত পুনৰ মুখামুখি হ’ব ভাৰত-পাকিস্তান

নিউজ ডেস্ক, ৪ ছেপ্তেম্বৰঃ এছিয়া কাপ ২০২২ৰ ভাৰত আৰু পাকিস্তানৰ মাজৰ আজি দ্বিতীয়খন খেল। প্ৰথমখন খেল ২৮ আগষ্টত ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল য’ত ভাৰতে অন্তিম অভাৰৰ থ্ৰিলাৰত পাকিস্তানক ৫ উইকেটত পৰাস্ত কৰিছিল। আজি

চাঞ্চল্য! পাৰিবাৰিক কন্দলক লৈ পত্নীৰ মুখত এচিড ঢালিলে স্বামীয়ে

নিউজ ডেস্ক, ৩ ছেপ্তেম্বৰঃ ৰাজ্যত সংঘটিত হৈছে এচিড আক্ৰমণৰ এক ভয়ংকৰ ঘটনা।স্বামীয়ে এচিড ঢালিলে নিজ পত্নীৰ মুখত। দৰঙৰ খাৰুপেটীয়াত সংঘটিত হৈছে এচিড আক্ৰমণৰ ঘটনা।খাৰুপেটীয়াৰ ৰামনগৰৰ অমৰ ধৰ নামৰ এগৰাকী ব্যক্তিয়ে পত্নীৰ মুখত এচিড ঢালি দিয়ে।