এতিয়াৰে পৰা ৰে’ল ষ্টেচনৰ ৱেটিং ৰূমত বহি ৰে’ল অহালৈ অপেক্ষা কৰিলে দিব লাগিব টকা
নিউজ ডেস্ক, ৩ ছেপ্তেম্বৰঃ পুনৰ সাধাৰণ জনতাৰ মূৰত মাধমাৰ। ভাৰতীয় ৰে’লৱেই গ্ৰহণ কৰিছে বিশেষ সিদ্ধান্ত। এতিয়াৰে পৰা ৰে’ল ষ্টেচনৰ ৱেটিং ৰূমত বহি ৰে’ল অহালৈ অপেক্ষা কৰিলেও দিব লাগিব টকা। প্ৰতি ঘণ্টাত ৩০ টকাকৈ আদায় দিব লাগিব ৰে’ল যাত্ৰীয়ে।!-->…