বিবাহৰ প্ৰতিশ্ৰুতি দি দলীয় এগৰাকী মহিলা কৰ্মীক ধৰ্ষণ
এগৰাকী কংগ্ৰেছ নেতাই বিবাহৰ প্ৰতিশ্ৰুতি দি দলীয় এগৰাকী মহিলা কৰ্মীক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে।
তেওঁৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে তেলেংগানা নাৰায়ণপেট জিলা কংগ্ৰেছৰ সভাপতি কে শিৱকুমাৰ ৰেড্ডীৰ। জানিব পৰা মতে, ২০২০ চনত অনুষ্ঠিত!-->!-->!-->…