Daily Time Axom

ৰামদহ জলপ্ৰপাতত ডুবি কমেও ৬ জন লোকৰ মৃত্যু

ছত্তীশগড়ত ভয়ংকৰ দুৰ্ঘটনা। ছত্তীশগড়ৰ কাৰিয়া জিলাৰ ৰামদহ জলপ্ৰপাতত ডুবি কমেও ৬ জন লোকৰ মৃত্যু হয়। এজন লোকক উদ্ধাৰ কৰা হৈছে। জিলা দণ্ডাধীশ কুলদীপ শৰ্মাই কয়, ‘উদ্ধাৰৰ কাম শেষ। উদ্ধাৰ হৈছে ৬ টা মৃতদেহ। নিহত আটাইকেইজন লোক মধ্যপ্ৰদেশৰ

২০২৯ চনলৈ মোদীৰ বিকল্প নাইঃ ৰাজনাথ

ৰাজনাথ সিঙে অনুভৱ কৰিছে যে ২০২৯ চনৰ আগতে নৰেন্দ্ৰ মোদীৰ বিকল্প বিচাৰি উলিওৱাৰ প্ৰয়োজন নাই। আজি দিল্লীত ‘দ্য আৰ্কিটেক্ট অৱ দ্য নিউ বিজেপি’ নামৰ এখন গ্ৰন্থ উন্মোচনী অনুষ্ঠানত ৰাজনাথ সিঙে বিৰোধী দলক কয়, “এচাম লোকে নৰেন্দ্ৰ মোদীৰ বিকল্প হ’ব

আপোনাৰ সংগীৰ গোপন অতীত কিদৰে জানিব

আমাৰ প্ৰত্যেকৰে মনত ইমানবোৰ কথা থাকে যিবোৰ আনকি পিতৃ-মাতৃ বা বন্ধু-বান্ধৱীৰ সৈতেও শ্বেয়াৰ কৰা নহয় আৰু তাৰ বাবে উপযুক্ত পত্নী বা সংগীৰ অতি প্ৰয়োজন। কোনে আপোনাৰ সকলো কথা শুনিব আৰু প্ৰয়োজন হ'লে সঠিক যুক্তি দিব? প্ৰেম কেতিয়াও কেৱল

বিজনীৰ এডভাইটা বিদ্যালয়া ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ে নামানিলে চৰকাৰী বন্ধ

আজি মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ ৪৫৪ সংখ্যক তিৰোভাৱ তিথি ৷যি সময়ত সমগ্ৰ ৰাজ্যজুৰি আজিৰ মহান দিনটোত পুৱাৰে পৰা বিভিন্ন নামঘৰ, সত্ৰ আদিত হৰি নামৰ ধ্বনিৰে মুখৰিত হৈছে এনে মহান দিনটোত চৰকাৰৰ তৰফৰ পৰা বিদ্যালয় বন্ধৰ নিৰ্দেশ থকাৰ পিছতো বিজনী

কৈঠালকুছি ৰে’ল ষ্টেচনত ৰেল যাত্ৰী সংস্থাৰ ধৰ্না

অসম ৰেল যাত্ৰী সংস্থাৰ কৈঠালকুছি শাখাৰ উদ্যোগত সোমবাৰে কৈঠালকুছি ৰে'ল ষ্টেচনত বন্ধ হৈ থকা ৰে'ল পুনৰ চলাচল কৰা , কৈঠালকুছিত ষ্টপেজ দিয়া আদিৰ দাবীত ধৰ্না কাৰ্যসূচী ৰূপায়ন কৰে । ক’ভিড কালীন সময়ৰে পৰা বন্ধ হৈ থকা ৫৫৮১৮ নম্বৰৰ গুৱাহাটী ৰঙিয়া

তিনিচুকীয়াৰ পেঙেৰীত ড্ৰাগছ সেৱন কৰি ছাত্ৰৰ মৃত্যু

নিউজ ডেস্ক, ২৯ আগষ্টঃ অত্যাধিক ড্ৰাগছ সেৱনে কাল হ'ল এজন ছাত্ৰৰ। তিনিচুকীয়াৰ পেঙেৰীত ড্ৰাগছ সেৱন কৰি মৃত্যু নৱম শ্ৰেণীৰ ছাত্ৰৰ । সতীৰ্থৰ সৈতে ড্ৰাগছৰ বেজী লৈ অসুস্থ হৈ পৰিছিল ছাত্ৰজন। সতীৰ্থই এৰি থৈ যোৱাৰ পাছত ভৰ্তি কৰোৱা হৈছিল AMCHত।

নৃশংস! পেট্ৰ’ল ঢালি জীৱন্তে জ্বলাই হত্যা কিশোৰীক

নিউজ ডেস্ক, ২৯ আগষ্টঃ প্ৰেমৰ প্ৰস্তাৱ গ্ৰহণ নকৰাৰ বাবেই পেট্ৰ'ল ঢালি জীৱন্তে জ্বলাই কিশোৰীক হত্যা যুৱকৰ। এই নৃশংস ঘটনা সংঘটিত হৈছে ঝাড়খণ্ডৰ ডুমকা জিলাত। মঙলবাৰে নিশা শুই থকা অৱস্থাতে খিৰিকীৰে পেট্ৰ'ল ঢালি জুই জ্বলাই দিয়া বুলি মৃত্যুৰ

অনলাইনত আইচক্ৰীম-চিপচ অৰ্ডাৰ দিলে, আহিল কণ্ডমৰ পেকেট !

কইম্বাটুৰৰ এজন বাসিন্দাই ল’ৰা-ছোৱালীৰ বাবে ডেলিভাৰী কোম্পানী এটাৰ জৰিয়তে আইচক্ৰীম আৰু চিপছৰ অৰ্ডাৰ দিছিল। পেকেটটো ঘৰ পোৱাৰ লগে লগে মানুহজনৰ চকু ডাঙৰ হৈ গ’ল। আইচক্ৰীম আৰু চিপছৰ সলনি ডেলিভাৰী বয়জনে কণ্ডমৰ পেকেট এটা দিলেহি। লোকজনে কণ্ডম

কলগাছিয়াত নকল টকাসহ ১জনক আটক

নিউজ ডেস্ক, ২৯ আগষ্টঃ কলগাছিয়া আৰক্ষীৰ বৃহৎ সফলতা। ৩ লাখ ২৪ হাজাৰ নকল টকাৰ সৈতে এজনক গ্ৰেপ্তাৰ। কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত খেল্লী গাঁৱৰ ৰাজু আহমেদক ৩ লাখ ২৪ হাজাৰ নকল টকাসহ গ্ৰেপ্তাৰ কৰে। ৰাজু আহমেদৰ মতে, জনতা গাঁৱৰ ছাইফুদ্দিনে

গুৰুজনালৈ প্ৰণাম জনাই দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ টুইট

নিউজ ডেস্ক, ২৯ আগষ্টঃ আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি। মহাপুৰুষজনালৈ প্ৰণাম জনাই দিল্লীৰ মুখেযমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কৰিলে অসমীয়াত টুইট। https://twitter.com/ArvindKejriwal/status/1564100627407712256 হৰি নাম ৰসে