২৫ হাজাৰ ১৪৬ জন শৰণাৰ্থীৰ ইংলিছ চেনেল পাৰ হৈ অবৈধভাৱে ইংলেণ্ডত প্ৰৱেশ
দেশখনৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি চলিত বৰ্ষত এতিয়ালৈকে ২৫ হাজাৰ ১৪৬ জন শৰণাৰ্থীয়ে ইংলিছ চেনেল পাৰ হৈ অবৈধভাৱে ইংলেণ্ডত প্ৰৱেশ কৰিছে।
এয়া মন্ত্ৰালয়ে প্ৰকাশ কৰা শৰণাৰ্থীৰ শেহতীয়া পৰিসংখ্যা।
ইয়াৰে শনিবাৰে মুঠ ৯১৫ জন!-->!-->!-->!-->!-->…