Daily Time Axom

মুখ্য সচিবৰ পদত পবন কুমাৰ বৰঠাকুৰ, আজি অৱসৰ ল’ব জিষ্ণু বৰুৱাই

নিউজ ডেস্ক, ৩১ আগষ্টঃ আজি জেষ্ঠ্য আই এ এছ বিষয়া পবন কুমাৰ বৰঠাকুৰে মুখ্য সচিব ৰূপে কাৰ্য্যভাৰ গ্ৰহণ কৰিব । পূৰ্বতে তেঁও ৰাজ্যখনৰ অতিৰিক্ত মুখ্য সচিব আছিল। বৰ্তমানৰ মুখ্য সচিব জিষ্ণু বৰুৱাই অৱসৰ ল’ব এই দ্বায়িত্বৰ পৰা । ৰাজ্য এখনৰ

নয়নমণিলৈ DSP অথবা বন বিভাগৰ ডেপুটি কামাণ্ডেণ্ট পদ

নিউজ ডেস্ক, ৩১ আগষ্টঃ বাৰ্মিংহামত অনুষ্ঠিত হৈ যোৱা কমনৱেলথ গেমছ, ২০২২ত স্বৰ্ণজয়েৰে অসমৰ লগতে সমগ্ৰ ভাৰতবাসীক গৌৰৱাম্বিত কৰা নয়নমণি শইকীয়াক ডিএছপি পদত নিযুক্তি দিব অসম চৰকাৰে। মঙলবাৰে ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত এই সম্পৰ্কে সিদ্ধান্ত

আজি গণেশ চতুৰ্থী, গণেশ চতুৰ্থীৰ বাবে মন্দিৰে মন্দিৰে ব্যাপক আয়োজন

নিউজ ডেস্ক, ৩১ আগষ্টঃ আজি গণেশ চতুৰ্থী। দেশজুৰি ব্যাপক প্ৰস্তুতি। গণেশ চতুৰ্থীৰ বাবে সজাই তোলা হৈছে মন্দিৰসমূহো। এই গণেশ চতুৰ্থীৰ পৰাই আৰম্ভ হয় উৎসৱৰ আৰম্ভণি হয়। প্ৰথমে গণেশ পূজা অনুষ্ঠিত হোৱাৰ পাছত বিশ্বকৰ্মা পূজা অনুষ্ঠিত হয়। গণেশ

ৰাজ্যৰ নূন্যতম সমৰ্থিত মূল্যত ৫ লাখ মেট্ৰিক টন ধান ক্ৰয়

গুৱাহাটী, ৩০ আগষ্টঃ অসম চৰকাৰে এইবাৰ ৰাজ্যখনৰ কৃষক ৰাইজৰ পৰা নূন্যতম সমৰ্থিত মূল্য(এমএছপি)ত ধান ক্ৰয় কৰা আঁচনিৰ অধীনত ৫লাখ মেট্ৰিক টন ধান (খাৰিফ,২০২১-২২) ক্ৰয় কৰিছে। সৰ্বমুঠ ৯৭২ কোটি টকা ব্যয় সাপেক্ষে ৰাজ্যখনৰ কৃষকৰ পৰা এই বৃহৎ পৰিমাণৰ ধান

মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাত ছাত্ৰ আৰু যুৱ কল্যাণ পৰিষদক সক্ৰিয় কৰাৰ পদক্ষেপ- অহা ৬ ছেপ্তেম্বৰৰ পৰা ৪০০…

গুৱাহাটী, ৩০ আগষ্ট:- অসম চৰকাৰৰ ছাত্ৰ আৰু যুৱ কল্যাণ পৰিষদৰ ৰাজ্যিক পৰ্যায়ৰ পৰামৰ্শ দাতা সমিতিৰ অধ্যক্ষ তথা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত ছাত্ৰ আৰু যুৱ কল্যাণ পৰিষদ খন আৰু অধিক সক্ৰিয় কৰাৰ প্ৰয়াস কৰাৰ উপৰিও বিভিন্ন

উদণ্ড চালকে খুন্দিয়াই ভাঙিলে গুৱাহাটীৰ নতুন ট্ৰেফিক ছিগনেলৰ লাইট

নিউজ ডেস্ক, ৩০ আগষ্টঃ গুৱাহাটীত ২৩ আগষ্টত মূখ্যমন্ত্ৰীয়ে শুভ উদ্বোধন কৰিছিল অত্যাধুনিক ট্ৰেফিক চিগনেল পইন্ট। যান-বাহন আইন উলংঘাকাৰীক নাকি লগাবৰ বাবে উদ্ধোধন কৰিছিল অত্যাধুনিক ট্ৰেফিক ছিগনেল পইণ্ট। কিন্তু পূৰ্বৰ দৰে এতিয়াও নিশা

এইবাৰ ইডিৰ চমন জাৰি তৃণমূল কংগ্ৰেছৰ নেতা অভিষেক বেনাৰ্জীলৈ

নিউজ ডেস্ক, ৩০ আগষ্টঃ ইডিৰ অভিযানত এইবাৰ নতুনকৈ অভিযুক্ত হৈছে সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ ভতিজাক অভিষেক বেনাৰ্জী। চোৰাং কয়লাৰ সৰবৰাহৰ অভিযোগৰ ভিত্তিত এই চমন জাৰি কৰা হৈছে অভিষেক

বিশ্বৰ ধনী ব্যক্তিৰ তালিকাৰ তৃতীয় স্থানত গৌতম আদানি

নিউজ ডেস্ক, ৩০ আগষ্টঃ গৌতম আদানি এতিয়া বিশ্বৰ ধনী ব্যক্তিৰ তালিকাৰ তৃতীয় স্থানত। আদানিছ গ্ৰুপৰ স্বত্বাধিকাৰী গৌতম আদানিয়ে বিশ্বৰ ধনী ব্যক্তিৰ তালিকাৰ লুই ভিট্টনৰ প্ৰধান বাৰ্ণাৰ্ড আৰ্নাল্টক অতিক্ৰম কৰিবলৈ সক্ষম হয়। ব্লুমবাৰ্গ

ফোনত চৰকাৰী কর্মীয়ে চিনিয়েই নাপালে কেন্দ্রীয় মন্ত্রীৰ মাত

জানিব পৰা মতে, কেন্দ্রীয় মন্ত্রী স্মৃতি ইৰাণীয়ে এজন ব্যক্তিৰ পৰা এজাহাৰ লাভ কৰি এজন চৰকাৰী কর্মচাৰীক ফোন কৰিছিল৷ কিন্তু ফোনত মন্ত্ৰীৰ মাতটো চিনি নাপালে কৰ্মীজনে। অভিযোগ অনুসৰি কৰ্মচাৰীজনে নিজৰ কৰ্তব্য সঠিকভাৱে পালন কৰা নাই। কৰুণেশ

৬৩ বছৰীয়া চফল ডেকা নাগাৰ্জুন

দক্ষিণৰ চিনেমাৰ অন্যতম জনপ্ৰিয় অভিনেতা অক্কিনেনী নাগাৰ্জুনা। দৰ্শকৰ মাজত নাগাৰ্জুন নামেৰে পৰিচিত। ৰজনীকান্ত, কমল হাছানৰ পিছত দক্ষিণ ভাৰতীয় চিনেমাক আগুৱাই নিয়া সকলৰ ভিতৰত নাগাৰ্জুন অন্যতম। ১৯৮৬ চনত ‘বিক্ৰম’ চলচ্চিত্ৰৰে আত্মপ্ৰকাশ কৰিছিল