Daily Time Axom

উৰ্ফীয়ে পিন্ধিলে হাজাৰ ব্লেডৰ পোছাক

আচৰিত! কাপোৰ পিন্ধি ৰাজহুৱা স্থানত ওলাই যোৱাটো উৰ্ফী নতুন নহয়। উৰ্ফীয়ে ভাইৰেল হ’বলৈ যিকোনো কাম কৰিব পাৰে। কেতিয়াবা প্লাষ্টিকৰ কাপোৰ পিন্ধে, কেতিয়াবা কাগজ পিন্ধে, কেতিয়াবা গোটেই গাত ৰছী বান্ধি ৰাস্তালৈ ওলাই যায়। কোনোবাই কি কৈছে তাক লৈ

ঐশ্বৰ্য ৰায়ৰ দৰে দেখাত কোন এওঁ…

বহুতো চেলিব্ৰিটিৰ লুকলাইক আছে যাৰ ভিডিঅ’ ওলাই থাকে। শ্বাহৰুখ খান, ছলমান খান, কেটৰিনা কাইফ, অনুষ্কা শৰ্মা, আলিয়া ভট্ট আদিৰো আছে। চেলিব্ৰিটিৰ লুক দেখি অনুৰাগীও প্ৰতাৰিত হয়। ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ আছে এটা ভিডিঅ’ যিটো দেখাত

ৰাণীত বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্ৰী জব্দ, ১জনক আটক

নিউজ ডেস্ক, ২ চেপ্তেম্বৰঃ কামৰূপ আৰক্ষীৰ বৃহৎ সফলতা। কামৰূপৰ ৰাণীত বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্রী জব্দ কৰে আৰক্ষীয়ে। শুকুৰবাৰে দিনৰ ভাগত জব্দ কৰা হয় বিস্ফোৰক সামগ্ৰীখিনি। ৰাণীৰ পৰা মেঘালয়লৈ নি থকা অৱস্থাত জব্দ কৰে এই সামগ্রীখিনি।জব্দ ২৮০০

সৰ্বভাৰতীয় ফুটবল মহাসংঘৰ নতুন সভাপতি হিচাপে নিৰ্বাচিত হ’ল কল্যাণ চৌবে

নিউজ ডেস্ক,২ চেপ্তেম্বৰ: অল ইণ্ডিয়া ফুটবল ফেডাৰেচনৰ নতুন সভাপতি হিচাপে নিৰ্বাচিত হ'ল কল্যাণ চৌবেক। প্ৰায় ৮৫ বছৰত প্ৰথমবাৰৰ বাবে এজন প্ৰাক্তন খেলুৱৈয়ে এই পদত অধিষ্ঠিত হৈছে। পশ্চিম বংগৰ বিজেপি নেতা চৌবেয়ে শুকুৰবাৰে জনপ্ৰিয় ভাৰতীয় ফুটবলাৰ

মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাৱে সন্মানিত কৰিলে ড° দিব্যজ্যোতি শইকীয়াক

অলপতে দেশৰ কেইগৰাকীমান বচা বচা বিশিষ্ট সমাজকৰ্মী আৰু কৃষক নেতাক হাইডৰাবাদৰ প্ৰগতি ভৱনত আয়োজন কৰা এক অনুষ্ঠানত টেলেংগানাৰ মুখ্যমন্ত্ৰীয়ে সন্মানিত কৰে। অসমৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানৱ অধিকাৰ তথা সমাজ কৰ্মী ড০ দিব্যজ্যোতি শইকীয়াক বিশেষ সন্মান

ষ্টাৰবাকছৰ নতুন চিইঅ’ হৈছে ভাৰতীয় মূলৰ লক্ষ্মণ নৰসিংহন

ভাৰতীয় মূলৰ লক্ষ্মণ নৰসিংহন আমেৰিকাৰ বিখ্যাত কফি নিৰ্মাতা কোম্পানী ষ্টাৰবাকছৰ নতুন মুখ্য কাৰ্যবাহী বিষয়া হ’বলৈ গৈ আছে। ১ অক্টোবৰৰ পৰা তেওঁ এই দায়িত্ব গ্ৰহণ কৰিব। ইয়াৰ পূৰ্বে নৰসিংহনে বহুজাতিক কোম্পানী ৰেকিটৰ মুখ্য কাৰ্যবাহী বিষয়া

ৰাজু শ্ৰীবাস্তৱক পুনৰ ভেন্টিলেচনলৈ লৈ যোৱা হৈছে

তেওঁৰ জ্বৰ আছিল, তাপমাত্ৰা কমেও ১০০ ডিগ্ৰী ফাৰেনহাইট , গতিকে ৰিস্ক লোৱা নাই। বিখ্যাত কমেডিয়ান-অভিনেতাগৰাকী হাৰ্ট এটেকত আক্ৰান্ত হৈ দিল্লীৰ এইমছ হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। ভেন্টিলেচনত ১৫ দিন অচেতন হৈ আছিল তেওঁ। ডাক্তৰ সকলে আশা এৰি

বিশিষ্ট চিন্তাবিদ প্ৰফুল্ল মহন্তৰ দেহাৱসান

নিউজ ডেস্ক, ২ চেপ্তেম্বৰ: বিশিষ্ট সাহিত্যিক, গৱেষক ড০ প্রফুল্ল মহন্তৰ দেহাৱসান। GMCHত শেষ নিশ্বাস ত্যাগ কৰে ড০ মহন্তই। শুকুৰবাৰে পুৱতি নিশা প্ৰায় ২.৫০ মান বজাত শেষ নিশ্বাস কৰে মহন্তই। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল প্ৰায় ৮২ বছৰ। দীৰ্ঘদিন ধৰি

‘ৰাষ্ট্ৰীয় পোষণ মাহ-২০২২’ৰ শুভাৰম্ভণী অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব…

গুৱাহাটীৰ শ্ৰীশ্ৰীমাধৱদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত অসম চৰকাৰৰ মহিলা আৰু শিশু বিকাশ বিভাগৰ পোষণ অভিযানৰ অধীনত আয়োজন কৰা 'ৰাষ্ট্ৰীয় পোষণ মাহ-২০২২'ৰ শুভাৰম্ভণী অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। প্ৰধানমন্ত্ৰী

পাক কৰ্ণেলে আত্মঘাতি আক্ৰমণ চলাবলৈ ৩০,০০০ টকা দিছিল সন্ত্ৰাসবাদীক

ভাৰতীয় সেনাৰ ওপৰত আত্মঘাতী আক্ৰমণ চলাবলৈ অনুমতি দিয়া হৈছিল মাত্ৰ ৩০ হাজাৰ টকাৰ বিনিময়ত। আৰু সেই টকা পাক সেনা বিষয়া এজনে দিছিল। জম্মু কাশ্মীৰত বন্দী উগ্ৰপন্থীৰ স্বীকাৰোক্তিক কেন্দ্ৰ কৰি এক চাঞ্চল্য। ইতিমধ্যে প্ৰকাশ পাইছে তেওঁৰ