Daily Time Axom

গোলাম নবী আজাদৰ পাছতেই তেলেংগেনাৰ জেষ্ঠ্য নেতাৰ কংগ্ৰেছ ত্যাগ

নিউজ ডেস্ক, ২৮ আগষ্টঃ কংগ্ৰেছত পুনৰ মোক্ষম আঘাত। কেইদিনমান পূৰ্বে জ্যেষ্ঠ ৰাজনীতিবিদ গোলাম নবী আজাদে কংগ্ৰেছ ত্যাগ কৰাৰ পাছতেই আন এগৰাকী নেতাই কৰিলে পদত্যাগ। ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ তথা তেলেংগানা কংগ্ৰেছৰ নেতা এম এ খানে শনিবাৰে কংগ্ৰেছ

আজি বোমাৰে ধ্বংস কৰা হ’ব ৮০০ কোটি টকাৰে নিৰ্মিত নয়দাৰ টুইন টাৱাৰ

নিউজ ডেস্ক, ২৮ আগষ্টঃ আজি নয়দাস্থিত দুটাকৈ চুপাৰটেক টুইন টাৱাৰ ভাঙি পেলোৱা হ'ব। দুপৰীয়া প্ৰায় ২.৩০ বজাত ভাঙি পেলোৱা হ'ব বুলি জানিব পৰা গৈছে। এই টুইন টাৱাৰ ভাঙিবলৈ খৰচ হ'ব মুঠ ২০ কোটি টকা। আৰু এই সমস্ত ব্যয় বহন কৰিব লাগিব নিৰ্মাণকাৰী

আজি অনুষ্ঠিত হৈছে তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষা

নিউজ ডেস্ক, ২৮ আগষ্টঃ কটকটীয়া নিৰাপত্তাৰ মাজত তৃতীয় বৰ্গৰ পৰীক্ষা,উৎকণ্ঠা, উদ্যমেৰে পৰীক্ষালৈ সাজু ৰাজ্যৰ লাখ-লাখ নিবনুৱা। ৰাজ্যৰ বিভিন্ন বিভাগৰ অধীনত তৃতীয় বৰ্গৰ খালী পদ সমূহ পূৰণৰ বাবে প্ৰাৰ্থী বাছনি কৰিবলৈ আজি ৰাজ্যিক ভিত্তিত

ডিব্ৰুগড়ত চাঞ্চল্য! পত্নীক ব্লেডেৰে ৰেপি হত্যা কৰি পাছত স্বামীৰো আত্মহত্যা

নিউজ ডেস্ক, ২৭ আগষ্টঃ ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত ভয়ংকৰ অঘটন। এজন অভিযুক্তসহ পত্নীৰ মৃত্যুৰ ঘটনাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। চিকিৎসাধীন অৱস্থাতেই মৃত্যু পতি-পত্নীৰ। স্নানাগাৰত ৰক্তাক্ত অৱস্থাত উদ্ধাৰ কৰা হয় দুয়োৰে মৃতদেহ।পত্নীক

বিহাৰত ভিজিলেন্স বিভাগৰ অভিযানত কাৰ্যবাহী অভিযন্তা সঞ্জয় কুমাৰ ৰায়ৰ বাসগৃহত উদ্ধাৰ কোটি কোটি টকা

নিউজ ডেস্ক, ২৭ আগষ্টঃ বিহাৰৰ কেইবাটাও স্থানত ভিজিলেন্স বিভাগৰ অভিযানত কাৰ্যবাহী অভিযন্তা সঞ্জয় কুমাৰ ৰায়ৰ বাসগৃহত উদ্ধাৰ কোটি কোটি টকা। ভিজিলেন্স ইনভেষ্টিগেচন ব্যুৰোৰ দ্বাৰা বিহাৰৰ তিনিজন চৰকাৰী কৰ্মচাৰীৰ বাসগৃহত অভিযান চলাই ৪ কোটিতকৈও

এই টিপচ্ সমূহে শহুৰেক-জোঁৱাইৰ সম্পৰ্ক সুন্দৰ কৰি তুলিব

যেতিয়াই সম্পৰ্কৰ কথা আহে তেতিয়াই শাহু-বোৱাৰীৰ সম্পৰ্কত বহু কথাই কোৱা হয়, কিন্তু শহুৰেক আৰু জোঁৱাইৰ সম্পৰ্কৰ কথা আহিলে খুব কম সংখ্যক লোকে কথা পাতে এই সম্পৰ্কৰ বিষয়ে। কাৰণ এই সুন্দৰ সম্পৰ্কটোৰ গুৰুত্বৰ বিষয়ে আমি চাগে অজ্ঞাত। যেনেকৈ

পৰকীয়া সম্পৰ্ক কৰি প্ৰেমিকক মূৰ কাটি হত্যা

এজন যুৱকৰ পত্নীৰ বিবাহ বহিৰ্ভূত প্ৰেমৰ সম্পৰ্ক আছিল। সেই কথা গিৰিয়েকে গম পালে। তেওঁ বাৰে বাৰে পত্নীক সম্পৰ্কৰ পৰা ওলাই আহিবলৈ কৈছিল। কিন্তু কোনো লাভ নহ’ল। জানিব পৰা মতে স্বামীয়ে বিবাহৰ বহিৰ্ভূত প্ৰেম সহ্য কৰিব নোৱাৰি অৱশেষত যুৱকজনক

আজি গুজৰাটত প্ৰধানমন্ত্ৰীয়ে পথচাৰীৰ বাবে মুকলি কৰিব নতুন দলং

নিউজ ডেস্ক, ২৭ আগষ্টঃ প্ৰধানমন্ত্ৰীয়ে আজি দুদিনীয়া ভ্ৰমণসূচীৰে গুজৰাটত উপস্থিত হ’ব। আজি প্ৰধান মন্ত্ৰীয়ে উদ্বোধন কৰিব গুজৰাটৰ আহমেদাবাদৰ সাবৰমতী নদীত পথচাৰী সকলৰ বাবে ”অটল দলং ”। উদ্বোধনৰ পূৰ্বে প্ৰধানমন্ত্ৰী গৰাকীয়ে নদী খনৰ দলঙৰ ফটো

কোলাৰ কেঁচুৱা দলিয়াই ‘গণ-ধৰ্ষণ’, বাগদাত ২ বি এছ এফ জোৱানৰ যৌন কামনাৰ বলি বোৱাৰী

উত্থাপন হৈছে এজন এ এছ আই আৰু বি এছ এফৰ এজন কনিষ্টবলৰ বিৰুদ্ধে।বৃহস্পতিবাৰে নিশা প্ৰায় ১০:৩০ বজাত উত্তৰ ২৪ পৰগনাৰ বাগদা থানাৰ জিতপুৰ সীমান্তত সংঘটিত হয় এই ঘটনা।শুকুৰবাৰে বিয়লি মহিলা গৰাকীয়ে বাগদা আৰক্ষী থানাত লিখিত এজাহাৰ দাখিল

শপত লোৱাৰ পিছতে মুখ্য ন্যায়াধীশ ললিতে পিতৃৰ ওচৰলৈ গৈ ভৰি স্পৰ্শ কৰি সেৱা কৰে

দেশৰ ৪৯ সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰে উদয় উমেশ ললিতে। শনিবাৰে ৰাষ্ট্ৰপতি ভৱনত উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখৰ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিদায়ী মুখ্য ন্যায়াধীশ এন.ভি.ৰমনাৰ উপস্থিতিত প্রধান বিচাৰপতি ললিতক শপতবাক্য পাঠ