বলীউডত ইটোৰ পিছত সিটো ফ্লপ, বিজয়ো
দক্ষিণৰ চিনেমাৰ তাৰকা বিজয় দেৱৰকোণ্ডা। ‘অৰ্জুন ৰেড্ডী’, ‘ডিয়াৰ কমৰেড’ ছবিৰ জৰিয়তে তেওঁ ছুপাৰষ্টাৰৰ উপাধি লাভ কৰিছিল। ফলত তেওঁ বলীউড ছবিত অভিষেক ঘটাত পলম হৈছিল। ২৫ আগষ্টত মুক্তি পালে বিজয় দেৱেৰাকোণ্ডাৰ প্ৰথমখন বলীউড চিনেমা 'লাইগাৰ'।!-->…