গ্ৰেনেড আৰু পাকিস্তানৰ পতাকাসহ কাশ্মীৰত সেনাই গ্ৰেপ্তাৰ কৰিছে তিনিটা লস্কৰ উগ্ৰপন্থীক
শুকুৰবাৰে জম্মু-কাশ্মীৰ আৰক্ষীয়ে কাশ্মীৰৰ ছ’পুৰৰ পৰা তিনিজন লস্কৰ-ই-তৈবা উগ্ৰপন্থীক গ্ৰেপ্তাৰ কৰে।
আৰক্ষীৰ সূত্ৰ অনুসৰি বমাই চ’কত তালাচী চলোৱাৰ সময়ত যৌথ বাহিনীয়ে গোৰিপুৰাৰ পৰা বমাই অভিমুখে অহা তিনিজন সন্দেহযুক্ত লোকক প্ৰত্যক্ষ!-->!-->!-->!-->!-->…