বংলাবাৰী-চি গাঁৱত এটি অঙ্গনবাড়ী কেন্দ্ৰৰ শুভ উদ্বোধন কৰে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ
ৰাজ্য চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ "মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰামীণ নিয়োগ নিশ্চিত আঁচনি" (MGNREGA) ৰ ২০২১-২২ বিত্তীয় বৰ্ষৰ অধীনত বিটিআৰ অঞ্চলৰ চাৰিওখন জিলাতে মুঠ ৭১২ টা অঙ্গনবাড়ী কেন্দ্ৰৰ স্থাপন কৰিবৰ বাবে এক অভিলাষী!-->…