ৰতন টাটাক পি এম কেয়াৰছ ফাণ্ডৰ অন্যতম ট্ৰাষ্টী হিচাপে নিযুক্তি
টাটা চন্সৰ প্ৰাক্তন অধ্যক্ষ ৰতন টাটাক পি এম কেয়াৰছ ফাণ্ডৰ অন্যতম ট্ৰাষ্টী হিচাপে নিযুক্তি দিয়া হৈছে। মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সভাপতিত্বত অনুষ্ঠিত এখন বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। জনা যায় যে সেই সভাত ৰতন টাটা নিজেই!-->…