মোদীৰ প্ৰতিদ্বন্দ্বী হোৱাৰ বাবে গাডকাৰীক শাস্তি : কংগ্ৰেছ
বিজেপিৰ সংসদীয় ব’ৰ্ডৰ পৰা বৰ্খাস্ত হোৱাৰ পিছতে কংগ্ৰেছৰ "ডাৰ্লিং" হৈ পৰিছে নীতিন গাডকাৰী। নিজৰ দলৰ শীৰ্ষ কমিটিৰ পৰা বাদ দিয়াৰ পিছৰে পৰা সম্পূৰ্ণ নিমাত হৈ আছে গাডকাৰী। কিন্তু তেওঁৰ বাবে হুলস্থুল কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বী কংগ্ৰেছে।!-->…