আজিৰে পৰা ৰাজ্যজুৰি হৰিনামেৰে মুখৰিত নামঘৰ সত্ৰসমূহ
ভাদ মাহটো প্ৰতিজন অসমীয়াৰ বাবে অতি আদৰৰ মাহ । অসমীয়া সমাজত ভাদ মাহটো অতি পৱিত্ৰ আৰু ভক্তিৰ মাহ হিচাপে চিহ্নিত । অতীজৰেপৰা অসমীয়া মানুহে এই ভাদ মাহক ভক্তিৰ মাহ হিচাপে পালন কৰি মাহজোৰা নাম - প্ৰসংগ কৰি আহিছে । বৰ্তমানেও এই পৰম্পৰা!-->…