২৬/১১ দৰে আকৌ আক্ৰমণ হ’ব! পাকিস্তানী নম্বৰৰ পৰা মুম্বাই আৰক্ষীয়ে লাভ কৰিছে ভাবুকি
মুম্বাইত পুনৰ সংঘটিত হ’ব সন্ত্ৰাসবাদী আক্ৰমণ। পুনৰ ২৬/১১ৰ ভয়ানক স্মৃতিবোৰ ঘূৰাই আনিব। পাকিস্তানৰ এটা নম্বৰৰ পৰা মুম্বাই পুলিচ ট্ৰেফিক কণ্ট্ৰ’ল হোৱাটছএপ নম্বৰলৈও এনেধৰণৰ ভাবুকিৰ বাৰ্তা প্ৰেৰণ কৰা হৈছে।
ভাবুকিৰ বাৰ্তাটোত কোৱা হৈছে যে,!-->!-->!-->…