ব্ৰাহ্মণক লৈ বিতৰ্কিত মন্তব্য কৰা বাবে বিজেপিৰ পৰা বহিষ্কাৰ
ব্ৰাহ্মণে ধৰ্মৰ নামত মানুহক মূৰ্খ কৰে। বিভ্ৰান্ত কমেণ্ট । মধ্যপ্ৰদেশৰ বিজেপি নেতা প্ৰীতম সিং লোধি। তেওঁৰ বিতৰ্কিত মন্তব্যৰ ভিডিঅ’ ইতিমধ্যে ভাইৰেল হৈ পৰিছে। তেওঁক ভূপালৰ বিজেপিৰ মুখ্য কাৰ্যালয়লৈ মাতি দলৰ পৰা বহিষ্কাৰ কৰা হ’ল। বাতিল কৰা!-->…