টকা দিলে চিনেমাত চান্স ! কি ক’লে একতা কাপুৰে
মুম্বাইত ভুৱা কাষ্টিং এজেণ্টৰ বিৰুদ্ধে এক বিবৃতি প্ৰকাশ কৰিছে চলচ্চিত্ৰ নিৰ্মাতা একতা কাপুৰে। অভিযোগ অনুসৰি তেওঁৰ প্ৰডাকচন কোম্পানী বালাজী টেলিফিল্মছ লিমিটেড আৰু এ এল টি ডিজিটেল এণ্টাৰটেইনমেণ্টৰ নাম ব্যৱহাৰ কৰি চৰিত্ৰ আকাংক্ষীসকলক প্ৰতাৰণা!-->…