জ্ঞানদা কাকতিক ‘সাংস্কৃতিক সাংবাদিক সন্থা, অসম’ৰ সম্বৰ্ধনা ‘এই মৰম আৰু মহানুভৱতা…
২২আগষ্ট, শ্বিলং : আজি 'সাংস্কৃতিক সাংবাদিক সন্থা, অসম'ৰ তৰফৰ পৰা অসমৰ বিশিষ্ট অভিনেত্ৰী জ্ঞানদা কাকতিক শ্বিলঙৰ অকলেণ্ডস্থিত তেওঁৰ বাসভৱনত সম্বৰ্ধনা জনোৱা হয়। সন্থাৰ তৰফৰ পৰা উপদেষ্টা কমল লোচন দাস, সভাপতি বিতোপন বৰবৰা, সাধাৰণ সম্পাদক!-->…