Daily Time Axom

উত্তৰ-পূৱৰ জোঁৱাই হ’ব বলিউদ অভিনেতা ৰনদীপ হুডা!

বলীউডৰ জনপ্ৰিয় অভিনেতা ৰনদীপ হুডা আৰু প্ৰেমিকা অভিনেত্ৰী লিন লেইচৰাম শীঘ্ৰেই বিবাহপাশত আৱদ্ধ হ’বলৈ সাজু হৈছে।নৱেম্বৰ মাহৰ শেষৰ ফালে এক অন্তৰংগ অনুষ্ঠানত দুয়ো বিবাহ পাশত আৱদ্ধ হ’ব। য’ত কেৱল তেওঁলোকৰ ঘনিষ্ঠ বন্ধু-বান্ধৱী আৰু পৰিয়ালৰ লোক…

দুৰাৰোগ্য ৰোগত আক্ৰান্ত যাদু ৰাণী সুস্মিতা

এগৰাকী প্ৰতিভাৱান যাদুকৰ। নাম সুস্মিতা তালুকদাৰ। নিজৰ যাদুৰে ইতিমধ্যে মানুহৰ মন জয় কৰিবলৈ সক্ষম হৈছে সুস্মিতাই। হাজাৰ হাজাৰ দৰ্শকক যাদুৰে মোহাচ্ছন্ন কৰিব পাৰে সুস্মিতাই। বিগত ১০ বছৰ ধৰি নিজৰ দুহাতৰ যাদু দেখুৱাই মানুহৰ অফুৰন্ত মৰম বুটলিবলৈ…

নেপালত পুনৰ ভূমিকম্পৰ জোকাৰণি

পুনৰ নেপালত ভূমিকম্পৰ জোকাৰণি। ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য আছিল ৫.৬। বিয়লি ৪.১৬ বজাত পুনৰ ভূমিকম্পই কঁপাই গ’ল নেপাল। এই ভূমিকম্পৰ জোকাৰণি অনুভূত হয় দিল্লীতো। দিল্লী এনচিআৰত অনুভূত হয় এই জোকাৰণি।শুকুৰবাৰে নিশাও ভূমিকম্পৰ তীব্ৰ…

মৈৰাবাৰীত বুজন পৰিমাণৰ কফ চিৰাফ সহ দুজনক আটক

মৰিগাঁও জিলাৰ মৈৰাবাৰীৰ আৰক্ষী থানাৰ পৰিদৰ্শক পংকজ দাসৰ নেতৃত্বত যোৱা এটি আৰক্ষীৰ দলে মৈৰাবাৰী ব্লক কংগ্ৰেছৰ প্ৰাক্তন সভাপতিৰ গৃহত এক অভিযান চলাই বুজন পৰিমাণৰ নিষিদ্ধ কফ চিৰাফৰ বটল জব্দ কৰে। ইফালে আৰক্ষীৰ অভিযানত ড্ৰাগছ মাফিয়া ফিৰুজ আহমেদ…

মুকেশ আম্বানীতকৈও ধনী আছিল এইগৰাকী ব্যক্তি; কোন বাৰু এই গৰাকী ব্যক্তি?

এছিয়াৰ আটাইতকৈ ধনী ব্যৱসায়ী মুকেশ আম্বানীৰ কথা আমি সকলোৱে জানো। মুকেশ আম্বানীৰ বিলাসী জীৱনশৈলীয়ে আমাৰ সকলোৰে দৃষ্টি আকৰ্ষিত কৰে।কিন্তু আপুনি জানি আচৰিত হ'ব যে ভাৰতত মুকেশ আম্বানীতকৈও আন এজন ধনী ব্যক্তি আছিল। কিন্তু পিছত সেই ব্যক্তিজনে ঋণ…

অসমীয়া এনিমেচন ছবি ‘লাচিত, দ্য ৱাৰিয়ৰ’লৈ বিশেষ সন্মান

অসমবাসীলৈ আন এক সুখবৰ। দেওবাৰ মুম্বাইত অনুষ্ঠিত যথাকথা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ আৰু সাহিত্য মহোত্‍সৱত শ্ৰেষ্ঠ এনিমেছন চলচ্চিত্ৰৰ বঁটা লাভ কৰে লাচিত বৰফুকনৰ জীৱন আৰু কৰ্মৰ ওপৰত নিৰ্মিত চুটিছবি "লাচিত: দ্য ৱাৰিয়াৰ"য়ে। পাৰ্থসাৰথি…

বিজনীৰ উত্তৰাঞ্চলত অব্যাহত আছে বন্য হস্থীৰ তাণ্ডৱ

চিৰাং জিলাৰ বিজনীৰ উত্তৰাঞ্চলত অব্যাহত বনৰীয়া হাতীৰ তাণ্ডৱ। মানাস ৰাষ্ট্ৰীয় উদ্যানৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা বনৰীয়া হাতীয়ে পূৱতি নিশা অঞ্চলটোত তাণ্ডৱ চলায়। ১নং দাৰাঙ্গাৰ ইন্দ্ৰ মোহন মণ্ডলৰ ঘৰ ভাঙি পেলোৱাৰ লগতে চাৰিটা পৰিয়ালৰ বাসগৃহ…

পাপ কৰিছে নেকি? মাত্ৰ ১২ টকাত পাব ‘পাপ মুক্তিৰ প্ৰমাণ পত্ৰ’

এটা নাভুত-নাশ্ৰুত মন্দিৰ।যিটো মন্দিৰে ভক্তত প্ৰদান কৰি আহিছে পাপৰ পৰা মুক্ত হোৱা প্ৰমাণ পত্ৰ।শুনিবলে আচৰিত যেন লাগিলেও এইয়া সচা। পাপৰ পৰা মুক্তি লাভ কৰি মংগলৰ আশাত বহু ভক্তই মন্দিৰত পূজা কৰাৰ লগতে পবিত্ৰ নদী বা জলাশয়ত স্নান কৰে। এইদৰে…

দিপাৱলীৰ দিনা কৰক এই সমূহ কাম;মা লক্ষ্মীৰ আগমন হ’ব

দিপাৱলী বছৰটোৰ এনে এক উৎসৱ, যি উৎসৱলৈ কম বেছি পৰিমাণে প্ৰত্যেক জন মানুহে আশাৰে বাট চাই থাকে।কেৱল হিন্দু ধৰ্মৰ লোকেই নহয় আমাৰ ভাৰতবৰ্ষতে বসবাস কৰা সকলো ধৰ্মৰ লোকৰ বাবে ই এক আনন্দমুখৰ পৰিৱেশ। ই এক পৱিত্ৰ উৎসৱ বুলি গন্য কৰা হয়।আমি সকলোৱে জানো…

নলবাৰী জিলাৰ দৌলাশালত এজন বিশেষভাৱে সক্ষম মুকবধিৰ কিশোৰ উদ্ধাৰ!

নলবাৰী জিলাৰ অন্তৰ্গত দৌলাশালত যোৱা বৃহস্পতিবাৰে নিশা দৌলাশাল চ'ক বজাৰৰ এখন বন্ধ দোকানৰ টেবুলৰ তলত শুই থকা অৱস্থাত উদ্ধাৰ কৰা হয় এজন মুকবধিৰ কিশোৰক। দৌলাশাল গাঁও নিবাসী দীনেশ নাথ নামৰ হৃদয়বান যুৱকজনে প্ৰায় ১২/১৩ বছৰীয়া কিশোৰজনক নিশাৰ…