বাঢ়িছে বায়ু প্ৰদূষণ! হাওঁফাওঁৰ স্বাস্থ্য ভাল ৰাখিবলৈ কি কৰিব
বাঢ়িছে বায়ু প্ৰদূষণ। হাওঁফাওঁৰ সমস্যা লাফ বাঢ়িছে। শ্বাস-প্ৰশ্বাসতন্ত্ৰৰ কাৰ্যক্ষমতা বৃদ্ধি কৰিবলৈ কি কৰিব লাগে?
গভীৰ উশাহ লোৱাটো অতি প্ৰয়োজন। যোগাসনৰ মেটত আৰামত বহিব। চকু মুদি ৫-১০ মিনিট গভীৰ উশাহ লওক। উশাহৰ লগে লগে পেট আৰু বুকুখন…
ভাওৰাগুৰিত এবিআমছুৰ গোসাঁইগাঁও জিলা সমিতিৰ অষ্টম দ্বি-বাৰ্ষিক অধিৱেশন
গোসাঁইগাঁও মহকুমাৰ ভাওৰাগুৰিত ভাওৰাগুৰি-বিন্যাখাতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ওচৰত এবিআমছুৰ ভাওৰাগুৰি আঞ্চলিক সমিতিৰ উদ্যোগত ৪ আৰু ৫ নভেম্বৰত দুদিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে সদৌ বিটিচি সংখ্যালঘু ছাত্র সন্থা চমুকৈ এবিআমছুৰ গোসাঁইগাঁও জিলা…
চিকিৎসালয়ৰ পিছত গাজাত ইজৰাইলে আক্ৰমণ কৰিলে এম্বুলেন্স! ১৫ জনৰ মৃত্যু, বহু আহত
গাজাৰ আল-আহলী আৰব হাস্পতালত আঘাত হানিছে এই গোলা। পাঁচ শতাধিক লোকে প্ৰাণ হেৰুৱালে। ইজৰাইলক সাধাৰণ নাগৰিকৰ ওপৰত কৰা আক্ৰমণৰ বাবে সমগ্ৰ বিশ্বই গৰিহণা দিছে। যদিও তেওঁলোকে অস্বীকাৰ কৰিছিল, তথাপিও তেওঁলোকে এই আক্ৰমণ সংঘটিত কৰা নাছিল। ইয়াৰ মাজতে…
টকেয়ামাৰীত অন্থাইবাৰী ভিচিডিচিৰ উদ্যোগত খেল মহাৰণ অনুষ্ঠিত
গোসাইগাঁও মহকুমাৰ কচুগাঁও উন্নয়ন খণ্ডৰ অন্তৰ্গত অন্থাইবাৰী ভিচিডিচিত অসম চৰকাৰৰ খেল মহাৰন আৰম্ভ। Under 19 আৰু Above 19 অন্তৰ্ভুক্ত এথলেটিক,ফুটবল,কাবাদি,খোখো,ভলিবল,দৌৰ আদি বিভিন্ন খেলৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়।
প্ৰথম পৰ্যায়ত ভিচিডিচি,দ্বিতীয়…
সদৌ অসম ছাত্ৰ সন্থাৰ অষ্টাদশ কেন্দ্ৰীয় অধিবেশনক লৈ আখৰাত ব্যস্ত হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰীৰ
সদৌ অসম ছাত্ৰ সন্থাৰ অষ্টাদশ কেন্দ্ৰীয় অধিৱেশনৰ ব্যাপক প্ৰস্তুতি। উখল মাখল হৈ পৰিব মৰিগাঁও। ২১ নৱেম্বৰৰ পৰা তিনিদিনীয়া কার্যসূচীৰে মৰিগাঁৱত অনুষ্ঠিত হ’বলগীয়া আছুৰ অধিৱেশনত সমাগম হ’ব দহ হাজাৰ প্ৰতিনিধিৰ । সমগ্ৰ ৰাজ্য বাসীৰ দৃষ্টি নিবদ্ধ…
মুকেশ আম্বানীলৈ ভাবুকিৰ ইমেইল, আটক ১
উদ্যোগপতি মুকেশ আম্বানীক হত্যাৰ ভাবুকি দিয়া তেলেংগানাৰ এজন ১৯ বছৰীয়া যুৱকক গ্ৰেপ্তাৰ। প্ৰসংগক্ৰমে যোৱা সপ্তাহত মুকেশ আম্বানীয়ে ইমেইলযোগে মৃত্যুৰ ভাবুকি লাভ কৰিছিল। অভিযুক্তক ৮ নৱেম্বৰলৈ আৰক্ষীৰ জিম্মাত ৰখাৰ নিৰ্দেশ দিয়া হৈছে। ২৭…
ৰাষ্ট্ৰসংঘৰ সকিয়নী গাজাত কোনো নিৰাপদ স্থান নাই
ইজৰাইলে গাজাত ইটোৰ পিছত সিটো ঠাইত আক্ৰমণ চলাইছে। এই কথা দেখি ৰাষ্ট্ৰসংঘই উদ্বেগ প্ৰকাশ কৰি কয় যে গাজা চহৰত কোনো নিৰাপদ স্থান নাই।
শনিবাৰে ৰাষ্ট্ৰসংঘৰ পেলেষ্টাইন শৰণাৰ্থী সংস্থাৰ সঞ্চালক থমাছ হোৱাইটে এই মন্তব্য কৰে। তেওঁ কয়, তাত থকা…
উদ্বিগ্ন সংগীক অধিক নিৰাপদ অনুভৱ কৰাত কেনেকৈ সহায় কৰিব পাৰি
জীৱনৰ দৰেই সম্পৰ্কতো বহু উত্থান-পতন ঘটে। সকলো বাধা অতিক্ৰম কৰিবলৈ ওপৰৰ ফালে থকাটো অতি প্ৰয়োজনীয়। কিন্তু কেতিয়াবা সম্পৰ্কীয় সংগীৰ উদ্বিগ্ন আচৰণে আপোনাক চিন্তাত পেলাব পাৰে। কি কৰিব লাগে এই বিষয়ে বিশেষজ্ঞসকলে কি কয়? সময়ৰ লগে লগে প্ৰতিজন…
প্ৰগতিশীল লেখিকা জুনু বৰাক পুষ্পাদেৱী জালান সাহিত্য বঁটা প্ৰদান
‘জাতীয়তাবাদী মুখেৰে নহয়, হাতে-কামে জাতীয়তাবাদী হ’ব লাগিব’ঃ অনুৰাধা শৰ্মা পূজাৰী
আজি গুৱাহাটী প্ৰেছ ক্লাবত ‘মাহেকীয়া বাৰ্তাপখিলী’ৰ উদ্যোগত পুষ্পাদেৱী জালান সাহিত্য বঁটা প্ৰদান কৰা হয়৷ গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত…
নলবাৰীত হাজাৰ হাজাৰ যুৱকৰ প্ৰাণকেন্দ্ৰ স্বৰূপ খেল পথাৰ খন উন্নয়নত বাধা
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মালৈ আহ্বান যুৱকসকলৰ
নলবাৰী জিলাৰ এখন ঐতিহাসিক খেল পথাৰ হৈছে পূৱ নলবাৰী মহাবিদ্যালয় খেল পথাৰ।। বৃহত্তৰ পূৱ নলবাৰীৰ প্ৰাণকেন্দ্ৰ স্বৰূপ উক্ত খেল পথাৰ খনতে জড়িত হৈ আছে সহস্বাধিক যুৱক-যুৱতীৰ সপোন।
প্ৰতিদিনে…