Daily Time Axom

 চাওক আপোনাৰ আজিৰ দিনটো কেনে যাব-৬ নৱেম্বৰৰ ৰাশিফল

মেষ :কৃতিত্বৰ হোৱা সম্ভাৱনা আছে। শক্তি আৰু উদ্যম পূৰ্ণমাত্ৰাই থাকিব।ব্যৱসায়িক বিষয়ৰ বাবে ভাল হ’ব বৃষ :এনে কোনো পৰিস্থিতিৰ সৃষ্টি হ’ব পাৰে যিয়ে প্ৰলোভনৰ সৃষ্টি কৰিব। আবেগিকভাৱে কাম কৰাৰ প্ৰৱণতাৰ সৃষ্টি হ’ব পাৰে। মিথুন ৰাশি : অতীতৰ হাতত…

পঞ্জাৱত বৰযাত্ৰীৰ বাহন দুৰ্ঘটনাগ্ৰস্থ; ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু দৰাসহ ৪ জন লোকৰ

পঞ্জাৱৰ মোগাৰ অজিতোৱাল চহৰৰ সমীপত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। ফাজিলকাৰ গাঁও ফৌজাৰ পৰা লুধিয়ানাৰ বডদোৱাললৈ গৈ থকা বৰযাত্ৰীৰ এখন গাড়ীয়ে পথত ৰৈ থকা এখন ট্ৰাকক খুন্দিয়ায়।দুৰ্ঘটনাৰ ফলত দৰা সুখবিন্দৰ সিংসহ চাৰিজনৰ মৃত্যু হয়।পুৱতি নিশা…

দীপাৱলীত ৰাশিচিহ্নৰ মতে উপহাৰ দিয়ক, দূৰ হ’ব সকলো বাধা !

কাতি মাহত দীপাৱলীৰ উৎসৱ অৰ্থাৎ পোহৰৰ উৎসৱ উদযাপন কৰা হয়। এই বছৰ দীপাৱলীত দেৱী লক্ষ্মী, ভগৱান গণেশ বা দেৱী কালীৰ পূজাৰ লগতে জীৱনত আন কিছুমান বস্তুৱে যথেষ্ট প্ৰভাৱ পেলাব পাৰে।উৎসৱত উপহাৰৰ আদান-প্ৰদান কৰা হয়। এইবাৰ ৰাশি অনুযায়ী উপহাৰ দিয়াটো…

দীপাৱলীত ৰাশিচিহ্নৰ মতে উপহাৰ দিয়ক, দূৰ হ’ব সকলো বাধা !

কাতি মাহত দীপাৱলীৰ উৎসৱ অৰ্থাৎ পোহৰৰ উৎসৱ উদযাপন কৰা হয়। এই বছৰ দীপাৱলীত দেৱী লক্ষ্মী, ভগৱান গণেশ বা দেৱী কালীৰ পূজাৰ লগতে জীৱনত আন কিছুমান বস্তুৱে যথেষ্ট প্ৰভাৱ পেলাব পাৰে।উৎসৱত উপহাৰৰ আদান-প্ৰদান কৰা হয়। এইবাৰ ৰাশি অনুযায়ী উপহাৰ দিয়াটো…

মৈৰাবাৰীৰ উলুৱাৰীত বোৱাৰীৰ ৰহস্যজনক মৃত্যু

মৈৰাবাৰীৰ উলুৱাৰীত বোৱাৰীৰ ৰহস্যজনক মৃত্যু।পৰিয়ালৰ লোকৰ সন্দেহ পুৰ্ব পৰিকল্পিত ভাৱে হত্যা কাণ্ড সংঘটিত কৰিছে স্বামী আচাদ আলীয়ে ।স্বামী আছাদ আলিয়ে হত্যাকাণ্ড সংঘটিত কৰি পলায়ন কৰে বুলি অভিযোগ উত্থাপন কৰে পৰিয়ালৰ লোকে ।চাৰি সন্তানৰ মাতৃ…

আজি সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ দ্বাদশ মৃত্যু বাৰ্ষিকী

আজি সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ দ্বাদশ মৃত্যু বাৰ্ষিকী। ড০ ভূপেন হাজৰিকা অসমীয়া, বাংলা আৰু হিন্দী চিনেমাৰ সংগীত ক্ষেত্ৰখনৰ এক চিৰপৰিচিত নাম যিয়ে কেৱল শ শ চলচ্চিত্ৰৰ বাবে সংগীত ৰচনা কৰাই নহয়, বহুতো গানত নিজৰ কণ্ঠৰ যাদু বিয়পাইছিল। তেওঁ ভূপেন…

আজি বিৰাট কোহলীৰ ৩৫ সংখ্যক জন্মদিন

আজি বিৰাট কোহলীৰ ৩৫ সংখ্যক জন্মদিন। এফালে কলকাতাৰ ইডেন গাৰ্ডেনত বিশ্বকাপৰ আটাইতকৈ হাই ভল্টেজ মেচ, য’ত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মুখামুখি হ’ব। আনহাতে, ৫ নৱেম্বৰত টীম ইণ্ডিয়াৰ তাৰকা তথা বিশ্ব ক্ৰিকেট ছুপাৰষ্টাৰ বিৰাট কোহলীৰ জন্মদিন। ভাৰতীয়সকলৰ…

দিপাৱলীৰ  পূৰ্বে উচ্চ ন্যায়ালয়ৰ বিশেষ নিৰ্দেশনা

দিপাৱলীৰ পূৰ্বে কেৰালা উচ্চ ন্যায়ালয়ৰ বিশেষ নিৰ্দেশনা। আদালতে কৰ্তৃপক্ষক অভিযান চলাই সকলো ধৰ্মীয় স্থানত মজুত কৰি ৰখা ফটকা জব্দ কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে।এতিয়াৰে পৰা ধৰ্মীয় স্থানত কোনো ধৰণৰ ফটকা ফুটিব নোৱাৰে। ভগৱানক সন্তুষ্ট কৰিবলৈ ফটকা…

এটা ঔষধ কোম্পানীৰ ভয়ংকৰ অগ্নিকাণ্ডত মৃত্যু ৮জন কৈ লোকৰ

মহাৰাষ্ট্ৰৰ ৰায়গড় জিলাৰ এটা ঔষধ কোম্পানীৰ কাৰখানাত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড।এই ঘটনা সংঘটিত হোৱাৰ পিছত শনিবাৰে সন্ধিয়ালৈকে ৮টা মৃতদেহ উদ্ধাৰ কৰাৰ বিপৰীতে নিৰুদ্দেশ হৈ থকা তিনিজন লোকৰ সন্ধান অব্যাহত আছে।এন ডি আৰ এফৰ বিষয়াই জনোৱা মতে,…

আন্তঃ ৰাষ্ট্ৰীয় পৰ্যায়ত উজ্জ্বলিল অসমৰ সু সন্তান ডাঃ বেদব্ৰত পাঠক

নতুন দিল্লীৰ হোটেল ললিতত অনুষ্ঠিত হোৱা D-30 শীৰ্ষক অনুষ্ঠানত ডাঃ বেদব্ৰত পাঠকক প্ৰদান কৰা হ'ল "International Youth Icon Award 2023"। ৩০ খন বিদেশী ৰাষ্ট্ৰৰ প্ৰতিনিধিৰ উপস্থিতিত অসম সন্তান গৰাকীক প্রদান কৰা হ'ল এই সন্মানীয় বঁটা। এই অনুষ্ঠানৰ…