শীতৰ আৰম্ভণিতে শিশুটি চৰ্দিত আক্ৰান্ত হ’লে কি কৰিব
বৰ্তমানৰ বতৰ যথেষ্ট বিপদজনক। গোটেই দিনটো গৰম যদিও ৰাতি ঠাণ্ডা হয়।
শিশুক চিকিৎসকৰ ওচৰলৈ যোৱাৰ মূল কাৰণ চৰ্দি। বেছিভাগ ক্ষেত্ৰতে বায়ুত থকা ভাইৰাছ বা স্পৰ্শ কৰা বস্তুৰ সংস্পৰ্শৰ ফলত চৰ্দি হয়। ইয়াৰ প্ৰেছক্ৰিপচন যথেষ্ট সহজ; সময়ৰ লগে লগে…
এইবাৰ এক্স হেণ্ডেলতে সংগী বিচাৰি পাব
মাইক্ৰ’ ব্লগিং চাইট এক্সয়ে অহা বছৰৰ ভিতৰত পূৰ্ণাংগ ডেটিং চাইট হিচাপে কাম আৰম্ভ কৰিব। ইলন মাস্কে জনাইছে এই কথা। যোৱা নৱেম্বৰ মাহত টুইটাৰ অধিগ্ৰহণ কৰাৰ পিছৰে পৰা মাস্কে এই প্লেটফৰ্মটো শূন্যৰ পৰাই নিৰ্মাণ কৰি আহিছে। প্লেটফৰ্মৰ নামৰ পৰা আৰম্ভ…
ভাৰতত বাঢ়িছে পথ দুৰ্ঘটনা
ভাৰতত প্ৰতি বছৰে বাঢ়িছে পথ দুৰ্ঘটনা। যোৱা বছৰৰ হিচাপ অনুসৰি এই দুৰ্ঘটনা প্ৰায় ১২ শতাংশ বৃদ্ধি পাইছে। চৰকাৰী প্ৰতিবেদন অনুসৰি পথ দুৰ্ঘটনাৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যাও বৃদ্ধি পাইছে। এই ঘটনা অভাৰ স্পীডৰ বাবে হোৱা বুলি অনুমান কৰা হৈছে। ২০২১…
দেশলৈ উভতি যাবলৈ পাকিস্তান সীমান্তত ভিৰ আফগান শৰণাৰ্থীৰ
চৰকাৰে নিৰ্ধাৰণ কৰা সময়সীমা শেষ হোৱাৰ এদিন পূৰ্বে হাজাৰ হাজাৰ আফগান শৰণাৰ্থী আৰু প্ৰব্ৰজনকাৰীয়ে পাকিস্তানলৈ উভতি যাবলৈ সীমান্তলৈ ৰাওনা হৈছে।
চলিত মাহৰ আৰম্ভণিতে পাকিস্তানৰ অন্তৱৰ্তীকালীন চৰকাৰৰ স্বৰাজ মন্ত্ৰী ছাৰফৰাজ বুগটিয়ে ৩১ অক্টোবৰৰ…
বলীউডৰ পৰা কিয় বিৰতি ল’ব বিচাৰিছে সুস্মিতাই! আঁৰত কি আছে?
বিৰতিৰ কথা ঘোষণা কৰিলে সুস্মিতা সেনে। ৰাম মাধৱনীৰ পৰিচালনাত নিৰ্মিত ‘আৰ্য্য ৩’ ৩ নৱেম্বৰত ডিজনী প্লাছ হটষ্টাৰত মুক্তি পাব। আৰু তাৰ পিছত অভিনেত্ৰীগৰাকীয়ে উদ্যোগৰ পৰা কেইমাহমান বিৰতি ল’ব। মঙলবাৰে ইনষ্টাগ্ৰাম লাইভত তেওঁ এই কথা কয়। সুষমিতাই…
অত্যধিক কফি খোৱাত কি ক্ষতি হৈছে আপুনি কেনেকৈ জানিব
দিনটোত কিমান কাপ কফি খাব লাগে? কিমান কফিয়ে আপোনাৰ শৰীৰত সমস্যাৰ সৃষ্টি নকৰে? বিশেষজ্ঞসকলে কি কয়? সুস্থ হৃদযন্ত্ৰৰ লোকৰ বাবে এক নিৰ্দিষ্ট মাত্ৰালৈকে কফি সেৱন কৰাটো নিৰাপদ বুলি গণ্য কৰা হয়। আমেৰিকান হাৰ্ট এছ’চিয়েশ্যন আৰু ইউ এছ ফুড এণ্ড…
দুৰ্ঘটনাগ্ৰস্ত গাড়ীত বিদেশী সুৰাৰ বটল উদ্ধাৰ
বিহাৰত সুৰা লুণ্ঠন। যোৱা ৩০ অক্টোবৰত ২ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছিল এই ঘটনা। জানিব পৰা মতে, সুৰাভৰ্তি এখন বাহন আন এখন বাহনৰ সৈতে সংঘৰ্ষত লিপ্ত হয়। স্থানীয় লোকে সহায়ৰ বাবে লৰালৰিকৈ অহাত সুৰা ভৰ্তি গাড়ীখনৰ চালকজনে পলায়ন কৰে।…
মুকালমুৱাৰ লোহাৰকাঠাত প্ৰাইজমাণী ফুটবল প্ৰতিযোগিতাত ঘোগা বদনি ডাইমণ্ড ক্লাৱৰ খিতাপ অৰ্জন
মুকালমুৱাৰ লোহাৰকাঠাত প্ৰাইজমানী ফুটবল প্ৰতিযোগিতাৰ ফাইনেল খেলখন মংগলবাৰে অনুষ্ঠিত হয়। লোহাৰকাঠা যুৱক সংঘৰ সৌজন্যত অনুষ্ঠিত কৰা নফচেৰ আলী সোৱৰণী প্ৰাইজমাণী ফুটবল প্ৰতিযোগিতাত ঘোগা বদনি ডায়মণ্ড ক্লাৱে খিতাপ অৰ্জন কৰে। লোহাৰকাঠা যুৱক সংঘৰ খেল…
প্ৰতি নিশা সপোনত আপোনজনক দেখে নেকি!
কম বেছি পৰিমাণে আমি সকলোৱে সপোন দেখো। কাৰোবাৰ মনত থাকে সেই সপোনটো, কোনোবাই সোনকালে পাহৰি যায়। মনোবিজ্ঞানীসকলে কয় যে সপোন আমাৰ মনৰ অৱচেতন কোণত জমা হৈ থকা কাহিনীৰ ৰূপান্তৰ মাথোঁ। মনত আবদ্ধ হৈ থকা যিকোনো আশা, সন্দেহ বা উল্লেখযোগ্য পৰিঘটনাই…
সংগীয়ে অন্তৰংগ মুহূৰ্তৰ ভিডিঅ’ ৰেকৰ্ডিং কৰি আছে নেকি? পৰিস্থিতি কেনেকৈ চম্ভালিব
কেতিয়াবা বাতৰিত উলাই যে প্ৰেমিক-প্ৰেমিকাৰ যৌন ভিডিঅ’ ছ’চিয়েল মিডিয়াত ফাদিল হৈছে। ইয়াৰ পিছত যুৱক-যুৱতীসকলে সমাজত নিজৰ মুখ দেখুৱাব নোৱাৰা হয়। এই বিষয়ে বলীউড বা হলিউডত বহু ছবিও নিৰ্মাণ কৰা হৈছে। বিশেষজ্ঞসকলে কয়, শেহতীয়াকৈ এটা অদ্ভুত…